Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bollywood actress Tamannaah Bhatia at the Kamakhya Temple:নীলাচল পাহাৰত মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া

পিতৃ- মাতৃৰ স'তে আৰ্শীষ ল'লে মা কামাখ্যা, বাহুবলী’ৰ অভিনেত্ৰী গৰাকী বৃহস্পতিবাৰে উপস্থিত হৈছিল গুৱাহাটীস্থ Ed কাৰ্যালয়ত, সন্মুখীন হৈছিল EDৰ মাৰাথান জেৰাৰ

samimsultana by samimsultana
October 18, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Bollywood actress Tamannaah Bhatia at the Kamakhya Temple:নীলাচল পাহাৰত মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া
1
SHARES
5
VIEWS
ShareShareShareShare

Bollywood actress Tamannaah Bhatia at the Kamakhya Temple:

বৃহস্পতিবাৰে পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হোৱা ‘বাহুবলী’ৰ অভিনেত্ৰী তামান্না ভাটিয়াই আজি পুৱাই উপস্থিত হয় নীলাচল পাহাৰত ৷ ৰেডিশ্ব’ন ব্লু’ত নিশাটো কটোৱা অভিনেত্ৰী গৰাকী হোটেলৰ পৰা কামাখ্যা মন্দিৰলৈ ৰাওনা হৈ উপস্থিত হয় মন্দিৰত ৷ পিতৃ- মাতৃৰ সৈতে মন্দিৰত প্ৰৱেশ কৰি পূজা – অৰ্চনা কৰে দক্ষিণৰ প্ৰভাৱশালী অভিনেত্ৰী গৰাকীয়ে ৷

ADVERTISEMENT

bhatia 2উল্লেখ্য যে বৃহস্পতিবাৰে মুম্বাইৰ পৰা আহি গুৱাহাটীত প্রবর্তক সঞ্চালকালয় (ইডি)ৰ তদন্তকাৰী দলৰ আগত উপস্থিত হয় অভিনেত্রী তমন্না ভাটিয়া। বলিউদ আৰু দক্ষিণৰ চলচ্চিত্ৰৰ আগশাৰীৰ অভিনেত্ৰী গৰাকীয়ে ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আইপিএল) ক লৈ চলা নিষিদ্ধ জুৱাৰ এটা এপছৰ প্ৰচাৰত অংশগ্রহণ কৰিছিল।

RelatedPosts

Leopards roam in Kamakhya:মহানগৰীৰ ৰাজপথত বনৰজাৰ বিচৰণ

Ed Raids In Kamakhya:কামাখ্যাত EDৰ অভিযান

Kejriwal’s interim bail was granted by the Supreme Court:দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সাময়িক সকাহ

মহাদেৱ অনলাইন গেমিং’ নামৰ এই এপছটোৰ প্ৰচাৰ চলোৱাৰ অভিযোগতে অভিনেত্ৰী গৰাকী এনেদৰে হাজিৰ হ’বলগীয়া হয়। ইডিয়ে ইয়াৰ পূর্বেও সংস্থাটোৰ মুম্বাইস্থিত কার্যালয়ত হাজিৰ হ’বলৈ তমন্নাক চমন দিছিল; কিন্তু তেওঁ সেই চমন উপেক্ষা কৰে। বাৰম্বাৰ চমন উপেক্ষা কৰাত ইডিয়ে আইনী ব্যৱস্থা গ্রহণৰ দিশে আগবাঢ়ে।

অভিনেত্ৰী গৰাকীক মুম্বাইৰ পৰিৱৰ্তে অসমত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। সেই অনুসৰিয়ে বৃহস্পতিবাৰে পিতৃ- মাতৃক লগত লৈতমন্না ভাটিয়া মহানগৰীস্থিত ইডিৰ কাৰ্যালয়ত দুপৰীয়া প্ৰায় ডেৰ বজাত হাজিৰ হয়। ইয়াৰ পাছতে সন্ধিয়া পর্যন্ত তদন্তকাৰী দলে অভিনেত্ৰীগৰাকীক পাঁচঘন্টাজুৰি মাৰাথান জেৰা কৰে বুলি সূত্ৰত প্ৰকাশ।

ইডিৰ তথ্য অনুসৰি, মহাদেৱ গেমিং এপছৰ জৰিয়তে চলা অনলাইন জুৱাত কোটি কোটি টকাৰ লেনদেন হৈ আহিছে। সম্পূর্ণ বেআইনী বুলি চিহ্নিত কৰা এপছটোক জনপ্ৰিয়কৰণত তমন্না ভাটিয়াৰ লগতে বলিউদৰ আন অভিনেতা অভিনেত্রীয়েও জড়িত থকাৰ অভিযোগ উঠিছে।

bhatia3অভিযোগ অনুসৰি,অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্রী শ্রদ্ধা কাপুৰো ইয়াত জড়িত হৈছিল। অভিনেতা-অভিনেত্রীদ্বয়ে এপছটো জনপ্ৰিয় কৰিবলৈ প্ৰচাৰ চলোৱাৰ অভিযোগত ইডিয়ে তেওঁলোককো চমন দিছিল। সেই অনুসৰি দুয়ো ইডিৰ জেৰাৰ সন্মুখীন হৈছিল। অভিনেতা তথা কমেডিয়ান কপিল শর্মাকো ইডিয়ে চমন দিছিল।

bhatia 4উল্লেখ্য যে মহাদেৱ গেমিং এপছৰ জৰিয়তে আইপিএলৰ উপৰি ক্ৰিকেটৰ অন্যান্য প্রতিযোগিতা, ফুটবল আদিক লৈয়ো জুৱা চলি আহিছে। তথ্য অনুসৰি, বলিউদৰ বিভিন্ন ক্ষেত্রত জড়িত আগশাৰীৰ বহু অভিনেতা-অভিনেত্রী, কলা-কুশলী এই এপছটোৰ লগত সম্পর্কিত। তমন্না ভাটিয়া তেলুগু আৰু তামিল ছবি উদ্যোগৰ এগৰাকী অন্যতম জনপ্রিয় অভিনেত্রী। জনপ্রিয় ছবি বাহুবলী’ৰ তেওঁ আছিল মুখ্য অভিনেত্রী ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bollywood actress Tamannaah BhatiaEDKamakhya Temple
samimsultana

samimsultana

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d