Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bollywood actress Tamannaah Bhatia at the Kamakhya Temple:নীলাচল পাহাৰত মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া

পিতৃ- মাতৃৰ স'তে আৰ্শীষ ল'লে মা কামাখ্যা, বাহুবলী’ৰ অভিনেত্ৰী গৰাকী বৃহস্পতিবাৰে উপস্থিত হৈছিল গুৱাহাটীস্থ Ed কাৰ্যালয়ত, সন্মুখীন হৈছিল EDৰ মাৰাথান জেৰাৰ

samimsultana by samimsultana
October 18, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Bollywood actress Tamannaah Bhatia at the Kamakhya Temple:নীলাচল পাহাৰত মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লী বিস্ফোৰণ তদন্তত আল ফালাহ বিশ্ববিদ্যালয়ৰ নাম!

APW Case Field:মীন বিভাগত সংঘটিত বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে ইডিত গোচৰ ৰজু এপিডব্লিউৰ

Gautam Gambhir:মা কামাখ্যাৰ আশিস ল’বলৈ পুৱাই কামাখ্যা ধামত উপস্থিত ‘টীম ইণ্ডিয়া মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ

Bollywood actress Tamannaah Bhatia at the Kamakhya Temple:

বৃহস্পতিবাৰে পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হোৱা ‘বাহুবলী’ৰ অভিনেত্ৰী তামান্না ভাটিয়াই আজি পুৱাই উপস্থিত হয় নীলাচল পাহাৰত ৷ ৰেডিশ্ব’ন ব্লু’ত নিশাটো কটোৱা অভিনেত্ৰী গৰাকী হোটেলৰ পৰা কামাখ্যা মন্দিৰলৈ ৰাওনা হৈ উপস্থিত হয় মন্দিৰত ৷ পিতৃ- মাতৃৰ সৈতে মন্দিৰত প্ৰৱেশ কৰি পূজা – অৰ্চনা কৰে দক্ষিণৰ প্ৰভাৱশালী অভিনেত্ৰী গৰাকীয়ে ৷

ADVERTISEMENT

উল্লেখ্য যে বৃহস্পতিবাৰে মুম্বাইৰ পৰা আহি গুৱাহাটীত প্রবর্তক সঞ্চালকালয় (ইডি)ৰ তদন্তকাৰী দলৰ আগত উপস্থিত হয় অভিনেত্রী তমন্না ভাটিয়া। বলিউদ আৰু দক্ষিণৰ চলচ্চিত্ৰৰ আগশাৰীৰ অভিনেত্ৰী গৰাকীয়ে ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আইপিএল) ক লৈ চলা নিষিদ্ধ জুৱাৰ এটা এপছৰ প্ৰচাৰত অংশগ্রহণ কৰিছিল।

মহাদেৱ অনলাইন গেমিং’ নামৰ এই এপছটোৰ প্ৰচাৰ চলোৱাৰ অভিযোগতে অভিনেত্ৰী গৰাকী এনেদৰে হাজিৰ হ’বলগীয়া হয়। ইডিয়ে ইয়াৰ পূর্বেও সংস্থাটোৰ মুম্বাইস্থিত কার্যালয়ত হাজিৰ হ’বলৈ তমন্নাক চমন দিছিল; কিন্তু তেওঁ সেই চমন উপেক্ষা কৰে। বাৰম্বাৰ চমন উপেক্ষা কৰাত ইডিয়ে আইনী ব্যৱস্থা গ্রহণৰ দিশে আগবাঢ়ে।

অভিনেত্ৰী গৰাকীক মুম্বাইৰ পৰিৱৰ্তে অসমত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। সেই অনুসৰিয়ে বৃহস্পতিবাৰে পিতৃ- মাতৃক লগত লৈতমন্না ভাটিয়া মহানগৰীস্থিত ইডিৰ কাৰ্যালয়ত দুপৰীয়া প্ৰায় ডেৰ বজাত হাজিৰ হয়। ইয়াৰ পাছতে সন্ধিয়া পর্যন্ত তদন্তকাৰী দলে অভিনেত্ৰীগৰাকীক পাঁচঘন্টাজুৰি মাৰাথান জেৰা কৰে বুলি সূত্ৰত প্ৰকাশ।

ইডিৰ তথ্য অনুসৰি, মহাদেৱ গেমিং এপছৰ জৰিয়তে চলা অনলাইন জুৱাত কোটি কোটি টকাৰ লেনদেন হৈ আহিছে। সম্পূর্ণ বেআইনী বুলি চিহ্নিত কৰা এপছটোক জনপ্ৰিয়কৰণত তমন্না ভাটিয়াৰ লগতে বলিউদৰ আন অভিনেতা অভিনেত্রীয়েও জড়িত থকাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি,অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্রী শ্রদ্ধা কাপুৰো ইয়াত জড়িত হৈছিল। অভিনেতা-অভিনেত্রীদ্বয়ে এপছটো জনপ্ৰিয় কৰিবলৈ প্ৰচাৰ চলোৱাৰ অভিযোগত ইডিয়ে তেওঁলোককো চমন দিছিল। সেই অনুসৰি দুয়ো ইডিৰ জেৰাৰ সন্মুখীন হৈছিল। অভিনেতা তথা কমেডিয়ান কপিল শর্মাকো ইডিয়ে চমন দিছিল।

উল্লেখ্য যে মহাদেৱ গেমিং এপছৰ জৰিয়তে আইপিএলৰ উপৰি ক্ৰিকেটৰ অন্যান্য প্রতিযোগিতা, ফুটবল আদিক লৈয়ো জুৱা চলি আহিছে। তথ্য অনুসৰি, বলিউদৰ বিভিন্ন ক্ষেত্রত জড়িত আগশাৰীৰ বহু অভিনেতা-অভিনেত্রী, কলা-কুশলী এই এপছটোৰ লগত সম্পর্কিত। তমন্না ভাটিয়া তেলুগু আৰু তামিল ছবি উদ্যোগৰ এগৰাকী অন্যতম জনপ্রিয় অভিনেত্রী। জনপ্রিয় ছবি বাহুবলী’ৰ তেওঁ আছিল মুখ্য অভিনেত্রী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bollywood actress Tamannaah BhatiaEDKamakhya Temple
samimsultana

samimsultana

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d