Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Aap Pressmeet In Guwahati:সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা

আপক নিঃশেষ কৰিবলৈ বিজেপিয়ে ৰচা ষড়যন্ত্ৰ ব্যৰ্থ, ইডি- চিবিআইৰ জৰিয়তে ক্ষমতাৰ অপপ্ৰয়োগ কেন্দ্ৰীয় চৰকাৰৰ :আপ

samimsultana by samimsultana
October 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Aap Pressmeet In Guwahati:সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা
1
SHARES
9
VIEWS
ShareShareShareShare

Aap Pressmeet In Guwahati:

হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰা বিজেপি নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ইডি বা চিবিআইৰ প্ৰয়োগ কৰা নাই। ৭০ হাজাৰ কোটি টকাৰ দুৰ্নীতিত লিপ্ত বিজেপি নেতা জে’ললৈ যাবলগীয়া হোৱা নাই। বিজেপিত যোগদান কৰা মুকুল ৰায়, শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত হোৱা নাই। বৃহৎ কেলেংকাৰি সংঘটিত কৰি বিদেশত বিলাসী জীৱন অতিবাহিত কৰিছে নিৰৱ মোদী, ললিত মোদী, বিজয় মালিয়াৰ দৰে বিজেপি চৰকাৰৰ ঘনিষ্ঠ ব্যক্তি।

ADVERTISEMENT

অথচ কোনো ধৰণৰ দুৰ্নীতি, অনিয়মৰ প্ৰমাণ নোহোৱাকৈ আপৰ চাৰিগৰাকীকৈ নেতাৰ বিৰুদ্ধে ইডি – চিবিআই লগাই কাৰাগাৰত বন্দী কৰি ৰাখিছিল। সাংসদ সঞ্জয় সিং, মনীষ ছিছ’দিয়া, আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু সত্যেন্দ্ৰ জৈনক অন্যায় ভাৱে ইডি, চিবিআইৰ জৰিয়তে গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰি ৰাখিছিল। দুৰ্নীতি বা ধন সৰবৰাহৰ কোনো তথ্য নোপোৱাত আদালতে এজন এজনকৈ আটাইকেইজনকে জামিনত মুক্তি দিয়ে।

RelatedPosts

Aap Pressmeet in Guwahati:বিদেশী বিনিয়োগৰ নামত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ আপৰ সংবাদমেল

Aap Pressmeet In Guwahati:ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া

AAP nominates candidate in state by- elections:বিহালী আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰিব আপে

দিল্লীৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক কালি ৰাউছ এভিনিউ আদালতে জামিনত মুক্তি দিয়ে। আম আদমী পাৰ্টিয়ে আদালতৰ ৰায়ক আদৰণি জনাইছোঁ। আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত এইদৰে মত ব্যক্ত কৰে দলটোৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই।

দলৰ জ্যেষ্ঠ নেত্ৰী গৰাকীৰ অভিযোগ, যি বিজেপি চৰকাৰে গণতন্ত্ৰৰ সুৰক্ষাৰ কথা কয়, সেই বিজেপিয়ে আপক নিঃশেষ কৰাৰ বাবে অন্যায়ভাৱে ইডি আৰু চিবিআইৰ ব্যৱহাৰ কৰিছে। ভুৱা গোচৰত আমাৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ জীৱনৰ বহু মূল্যৱান সময়ৰ অপচয় কৰিছে। যি গৰাকী সত্যেন্দ্ৰ জৈনে স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈ দিল্লীত মহল্লা ক্লিনিক স্থাপনৰ জৰিয়তে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰিলে তেওঁৰ ওপৰত ভুৱা গোচৰ জাপি দিলে। এয়া বিজেপিৰ ষড়যন্ত্ৰ । ন্যায়ালয়ে দিয়া ৰায়ে কেন্দ্ৰীয় চৰকাৰৰ স্বৰূপ উন্মোচন কৰিলে।

আনহাতে সংবাদমেলত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধেও সৰৱ হয় অনুৰূপা ডেকাৰজাই । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি শীঘ্ৰেই ৰোধ কৰিবলৈ দাবী জনায় আপৰ নেত্ৰী গৰাকীয়ে । সংবাদমেলত আপ অসমৰ আন এগৰাকী উপ সভাপতি সৌমিক সেনগুপ্ত, সংবাদ মাধ্যম কোষৰ সমন্বয়ক গুৰপ্ৰীত সিং উপ্পল আৰু যুৱ নেতা জিতু ডেকাও উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aap PressmeetAddressing Vp Anurupa DekarajaState Aap Office
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d