Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AAP has formed a new state committee led by its president Manoj Dhanowar:সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত ‘আপ’ৰ নতুন ৰাজ্যিক কমিটী গঠন

৪৩ জনীয়া কমিটীৰ সৈতে সংলগ্ন কৰা হৈছে ১১ জনীয়া মুখপাত্ৰ কমিটী, দুগৰাকী সাধাৰণ সম্পাদক, ৩ উপ সভাপতি, ১২ সাংগঠনিক সম্পাদক, ১২ যুটীয়া সম্পাদক, ১১ মুখপাত্ৰ

samimsultana by samimsultana
October 5, 2024
in Assam, India, News
Reading Time: 1 min read
0
AAP has formed a new state committee led by its president Manoj Dhanowar:সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত ‘আপ’ৰ নতুন ৰাজ্যিক কমিটী গঠন
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

AAP has formed a new state committee led by its president Manoj Dhanowar:

আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠন হ’ল নতুন কমিটী। ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ ১৫ দিনৰ ভিতৰতে ধানোৱাৰে গঠন কৰিলে ৪৩ জনীয়া শক্তিশালী কমিটী।

ADVERTISEMENT

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপৰি ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ পূৰ্বে আপৰ সাংগঠনিক ভেটি সুদৃঢ় ৰূপে গঢ়ি তুলিবলৈ উজনি, নামনি, বৰাক, ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ সৰহসংখ্যক জিলাৰ পৰাই নতুন সমিতিত বিষয়ববীয়া অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বে উপ সভাপতি হিচাপে দায়িত্ব পালন কৰা ৰাজীৱ শইকীয়াক নতুন কমিটীৰ সাধাৰণ সম্পাদক(সাংগঠনিক)ৰ গুৰুদায়িত্ব অৰ্পণ কৰা হৈছে।

সভাপতি ধানোৱাৰৰ নেতৃত্বত গঠিত কমিটীত উপ- সভাপতি হিচাপে দায়িত্ব লাভ কৰিছে তিনিগৰাকী জ্যেষ্ঠ নেতাই। তেওঁলোক ক্ৰমে ডঃ মামুন ইমদাদুল হক চৌধুৰী, সৌমিক সেনগুপ্ত আৰু অনুৰূপা ডেকাৰজা। পূৰ্বে দলৰ মুখপাত্ৰৰ দায়িত্ব পালন কৰি অহা প্ৰাক্তন এচিএছ পুনম গগৈক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে। ৰাজ্যিক মিডিয়া সমন্বয়ক পদত গুৰপ্ৰীত সিং উপ্পল, সম্পাদক(প্ৰশাসন)ৰ দায়িত্বত ভিক্টৰ গগৈ, দলীয় ইভেণ্ট তত্বাৱধায়ক পদত ঋষিৰাজ কৌণ্ডিন্য, মহিলা শক্তিৰ ৰাজ্যিক সভাপতি হিচাপে জিএমচিৰ ৱাৰ্ড কমিছনাৰ মাছুমা বেগম, তথ্য প্ৰযুক্তি কোষৰ দায়িত্বত অম্লানজ্যোতি হাতীবৰুৱা, গৱেষণা আৰু বিশ্লেষণ বিভাগৰ দায়িত্বত লক্ষ্মীকান্ত ডুবে, যুৱ শক্তিৰ তত্বাৱধায়ক ৰুদ্ৰাংকুৰ হাজৰিকা, ৰাজ্যিক যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়া, আইন কোষৰ সমন্বয়ক আলাউদ্দিন আহমেদ, চি ৱাই এছ এছৰ ৰাজ্যিক তত্বাৱধায়ক দিব্যজ্যোতি কুলী, চি ৱাই এছ এছৰ সভাপতি পদত সৃজয় চন্দ্ৰ বড়োক দায়িত্বভাৰ অৰ্পণ কৰা হৈছে।

তদুপৰি ৪৩ জনীয়া কমিটীত ১২ গৰাকী সাংগঠনিক সম্পাদক আৰু ১২ গৰাকী যুটীয়া সম্পাদক অন্তৰ্ভুক্ত কৰা হৈছে। সংবাদ মাধ্যমত দলৰ বক্তব্য প্ৰকাশৰ বাবে মূল ৰাজ্যিক কমিটীৰ সৈতে সংলগ্ন কৰা হৈছে ১১ জনীয়া মুখপাত্ৰ কমিটী। ৰাজ্যিক মিডিয়া সমন্বয়ক গুৰপ্ৰীত সিং উপ্পল, জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা, ৰমেন বৰঠাকুৰ, পুনম গগৈৰ সৈতে আন ৭ গৰাকীয়ে মুখপাত্ৰৰ দায়িত্ব লাভ কৰিছে।

তেওঁলোক ক্ৰমে অম্লানজ্যোতি হাতীবৰুৱা, দিব্যজ্যোতি কুলী, জাৰবম কুটুম, মাছুমা বেগম, নীলমণি শইকীয়া, ৰামা পৰিহাৰ আৰু ৰুদ্ৰাংকুৰ হাজৰিকা। ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত আজি নতুন কমিটী ঘোষণা হোৱাত দলীয় কৰ্মী, সমৰ্থক সকল উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। নতুন ৰাজ্যিক কমিটীয়ে শীঘ্ৰেই দলৰ ছাত্ৰ, যুৱ আৰু মহিলা শক্তিৰ পূৰ্ণাংগ কমিটী সমূহ গঠন কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAP has formed a new state committeeGuwahatipresident Manoj Dhanowar
samimsultana

samimsultana

Related Posts

এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ
India

October 23, 2026
ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ
Assam

ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

October 23, 2026
৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ
Entertainment

৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

October 23, 2026
শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

October 23, 2026
কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’
International

কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

October 23, 2026
মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ
India

মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

October 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d