Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

 Aap Pressrelease:দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ বৰঘৰতেই দুৰ্নীতি

মন্ত্ৰী যোগেন মহন আৰু সঞ্জয় কিষানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আপৰ,ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰিৰ চিবিআই তদন্তৰ দাবী মনোজ ধানোৱাৰৰ

samimsultana by samimsultana
September 28, 2024
in India, Assam, News
Reading Time: 2 mins read
0
 Aap Pressrelease:দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ বৰঘৰতেই দুৰ্নীতি
2
SHARES
16
VIEWS
ShareShareShareShare

 Aap Pressrelease:

জনতা ভৱনৰ পৰাই চলিছে দুৰ্নীতিৰ বেহা। মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মহনৰ কাৰ্যালয় জড়িত হৈ আছে ২৫০ কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ প্ৰস্তুতৰ বিশাল কেলেংকাৰিত। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰহস্যজনক ভাবে বৰ্তমানলৈকে মন্ত্ৰী দুগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই অভিযোগ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ ।

ADVERTISEMENT

ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ইতিমধ্যে প্ৰদেশ বিজেপিৰ অনুসূচীত জাতি কোষৰ এগৰাকী শীৰ্ষস্থানীয় নেতা অসীম কুমাৰ দাস, বিৰিঞ্চি বৰকটকী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, মন্ত্ৰী যোগেন মহনৰ ব্যক্তিগত সচিব মন্মথ দাস আৰু পিয়ন প্ৰফুল্ল ডেকাক গ্ৰেপ্তাৰ কৰিছে। আমাৰ প্ৰশ্ন – দুৰ্নীতিৰ সৈতে জড়িত বিজেপিৰ নেতা আৰু জনতা ভৱনত মন্ত্ৰীৰ নিৰ্দেশত কাম কৰা কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি মন্ত্ৰী যোগেন মহনক ৰেহাই দিয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে?

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

যিহেতু মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই সংঘটিত হৈছে বৃহৎ দুৰ্নীতি, ইয়াত মন্ত্ৰী গৰাকী জড়িত নথকাৰ কোনো যুক্তি নাই। আম আদমী পাৰ্টিয়ে মন্ত্ৰী যোগেন মহনকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছোঁ। আনহাতে কেলেংকাৰি মাষ্টাৰ মাইণ্ড অসীম দাসে যিহেতু মন্ত্ৰী সঞ্জয় কিষানৰ বাসভৱন আৰু কনফাৰেঞ্চ হল ব্যৱহাৰ কৰি এই বিশাল কেলেংকাৰি সংঘটিত কৰিছে, ইয়াত মন্ত্ৰী সঞ্জয় কিষাণ ধোৱা তুলসীৰ পাত হৈ থাকিব নোৱাৰে। চৰকাৰৰ বৰঘৰত চলি থকা নিকৃষ্ট কৰ্ম কাণ্ড ৰোধ কৰিবলৈ মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছোঁ। ” আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ অভিযোগ,” ৰাজ্যত সংঘটিত এটাৰ পাছত আনটো বিয়াগোম দুৰ্নীতি তথা শাসক দলৰ মন্ত্ৰী বিধায়কৰ ভ্ৰষ্টাচাৰৰ বাবেই আজি উন্নয়ন স্থবিৰ হৈ পৰিছে ।

এনে অৱস্থাত ৰাজ্যবাসীৰ স্বাৰ্থত শেহতীয়া ভাৱে জনতা ভবনৰ পৰা সংঘটিত হোৱা ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰিৰ চিবিআইৰ তদন্তৰ দাবী কৰিছোঁ। কাৰণ এই কেলেংকাৰিত জড়িত হৈ আছে শীৰ্ষস্থানীয় বিজেপি নেতা, জনতা ভৱনৰ বিষয়া- কৰ্মচাৰী, সাঙোৰ খাইছে দুগৰাকীকৈ মন্ত্ৰীৰ নাম, গ্ৰেপ্তাৰ হৈছে মন্ত্ৰীৰ সহায়ক। আনহাতে যি সময়ত অবিজেপি শাসিত ৰাজ্যসমূহত কেন্দ্ৰীয় চৰকাৰে হকে- বিহকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই অথবা ইডিক ব্যৱহাৰ কৰে, এতিয়া অসমত সংঘটিত এই বিয়াগোম কেলেংকাৰিৰ তদন্ত চিবিআইক গতাই দিয়ক। কাৰণ এই অনিয়মৰ সৈতে দুগৰাকীকৈ মন্ত্ৰীৰকাৰ্যালয় তথা বহিঃৰাজ্যৰ প্ৰতিষ্ঠান জড়িত হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: aap Press releaseGuwahatiState [President Manoj Dhanuar
samimsultana

samimsultana

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d