Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Hatigaon shocking incident:মহানগৰীত হাতীগাঁৱত নিশা লোমহৰ্ষক ঘটনা

প্ৰাক্তন প্ৰেমিকাক হত্যাৰ চেষ্টা যুৱকৰ, যুৱকৰ ছুৰিকাঘাতত আহত যুৱতীক নিশাই ভৰ্তি চজিএমচিএইছত, বিকাশ ডেকা নামৰ আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ

samimsultana by samimsultana
October 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Hatigaon shocking incident:মহানগৰীত হাতীগাঁৱত নিশা লোমহৰ্ষক ঘটনা
2
SHARES
20
VIEWS
ShareShareShareShare

Hatigaon shocking incident:

নিশা হ’লেই যেন গুৱাহাটী পৰ্যবেশিত হয় অপৰাধ নগৰীলৈ ৷ অপৰাধীৰ টিঘিলঘিলনিৰ বিপৰীতে মহানগৰীৰ স্মাৰ্ট আৰক্ষী সক্ৰিয়তা তেনেই নিস্কিয়। শুকুৰবাৰে নিশা দহমান বজাত হাতীগাঁৱত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা ৷

ADVERTISEMENT

হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথৰ এখন দোকানলৈ সামগ্ৰী ক্ৰয় কৰাৰ উদ্দেশ্য এগৰাকী যুৱতী আহিছিল ৷ পিছত সামগ্ৰী ক্ৰয় কৰি নিজৰ ভাড়াঘৰলৈ বুলি খোজকাঢ়ি গৈ থকাৰ পথত তেজৰ হাতত থকা ম’বাইলটোলৈ আহে এটা ফোন । কিন্ত ফোনটোৰ নম্বৰ অচিনাকি হোৱাত যুৱতী গৰাকীয়ে ৰিছিভ নকৰি পুনৰ নিজ গৃহলৈ গৈ থাকে। এনে সময়তে হঠাতে এখন চাৰিচকীয়া বাহত দ্ৰুতগতিত আহি তেওঁৰ কাষত ৰৈ যায়। গাড়ীৰ পৰা নামি আহে এজন যুৱক । যুৱকজন তেওঁ চিনাকি ,প্ৰাক্তন প্ৰেমিকা বিকাশ ডেকা।

RelatedPosts

Hatigaon :হাতীগাঁও আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড

Fake Note Seized:মহানগৰ আৰক্ষীৰ অভিযানত হাতীগাঁৱত উৎখাত নকল টকাৰ ঘাটি

Hatigaon Theft: প্ৰধানমন্ত্ৰীৰ আগমনত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে মহানগৰীত চোৰৰ চাফাই অভিযান

কোনো কথাৰ অৱতাৰণা নকৰাকৈ যুৱকজনে যুৱতী গৰাকীক উদ্দেশ্য কৰি নানান অবাইচ ভাষাৰে গালি- শপনি পাৰিব ধৰে। যুৱতীগৰাকীৰ প্ৰেম প্ৰত্যাখ্যানক ক্ষুন্ন হৈ বহু সময় গালি শপনি পাৰি হঠাতে গাড়ীৰ ভিতৰৰ পৰা এখন ছুৰী আনি অসহায় যুৱতী গৰাকীক আক্ৰমণ কৰে ৷ পেট আৰু ডিঙিত আঘাতপ্ৰাপ্ত যুৱতী গৰাকীয়ে চিৎকাৰ কৰি তেজেৰে তুমৰলি হৈ ৰাজপথত বাগৰি পৰে। আনহাতে যুৱতী গৰাকীক আক্ৰমণ কৰিএন্ধাৰৰ সূযোগ লৈ ঘটনাস্থলীৰ পৰা আঁতৰি যায়।

ইপিনে,যুৱতী গৰাকীৰ কেকনী শুনি দুজনমান স্থানীয় লোকে সেই স্থানত উপস্থিত হৈ যুৱতী গৰাকীৰ অৱস্থা দেখি ততাতৈয়াকৈ হাতীগাঁও থানা আৰু যুৱতী গৰাকীৰ পৰিয়ালৰ লোকক খবৰ দিয়ে । পিছত ঘটনাস্থলীত হাতীগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈ যুৱতী গৰাকীক তৎক্ষণাত ভৰ্তি কৰে জিএমচিএইছত ৷

উল্লেখ্য যে যুৱতী গৰাকীৰ স্থায়ী গৃহ ঢেকীয়াজুলিত ৷ প্ৰাপ্ত খবৰ অনুসৰি যুৱতী গৰাকীৰে আক্ৰমণকাৰী বিকাশ ডেকাৰ প্ৰেমৰ সম্পৰ্ক আছিল ৷ কিন্ত কিছুদিন পূৰ্বে তেওঁলোকৰ সমন্ধত ফাঁট মেলে । যুৱতী গৰাকীয়ে বিকাশ লগত থকা সমন্ধৰ ইতি পেলাই ৷ ইয়াতে খড়গ্ৰস্ত হৈ বিকাশে যুৱতী গৰাকীক বহুবাৰ ভাবুকি দি আহিছিল ফোনত ৷ পেছাত এজন গাড়ী চালক বিকাশৰ ঘৰ বাইহাটা চাৰিআলিত ৷

আনহাতে হাতীগাওঁ আৰক্ষীয়ে নিশাই অভিযান চলাই আক্ৰমণকাৰী বিকাশ ডেকাক গ্ৰেপ্তাৰ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assailant ArrestedHatigaon PoliceHatigaon shocking incidentYoung Girl Assaulted
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d