Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Many people have left Guwahati unable to cope with the soaring prices:আকাশলংঘী মূল্যবৃদ্ধিত চলিব নোৱাৰি গুৱাহাটী এৰিছে বহুতে !

আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰি তোলাৰ ভয়াৱহ ছবি, কেৱল উচ্চ আয়ৰ লোকৰ বসতি স্থলত পৰিণত গুৱাহাটী, নিম্ন মধ্যবিত্ত-দৈনিক শ্ৰমজীৱী পৰিয়ালৰ মাজত হাহাকাৰ

samimsultana by samimsultana
October 21, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Many people have left Guwahati unable to cope with the soaring prices:আকাশলংঘী মূল্যবৃদ্ধিত চলিব নোৱাৰি গুৱাহাটী এৰিছে বহুতে !
2
SHARES
16
VIEWS
ShareShareShareShare

Many people have left Guwahati unable to cope with the soaring prices

কেৱল উচ্চ আয়ৰ লোকৰ বসতিস্থলীত পৰিণত হোৱাৰ দিশে ধাৱমান হৈছে নেকি ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী? অত্যাবশ্যকীয় সামগ্রীকে ধৰি বিভিন্ন সেৱাৰ মূল্য আকাশলংঘী হোৱাত ফুটি উঠা ছবিয়ে এনে সম্ভাৱনাকে প্রকট কৰিছে।

ADVERTISEMENT

সম্প্রতি পৰিস্থিতি এনে হৈছে যে দিনজোৰা পৰিশ্ৰমৰ পাছতো একোজন সাধাৰণ আয়ৰ লোকে পৰিয়াল পোহপাল দিয়াত একপ্ৰকাৰ অপৰাগতা প্রকাশ কৰিবলৈ লৈছে। ইয়াৰ বিপৰীতে একাংশ ক্ষমতাশালী ৰাজনৈতিক নেতাৰ মুখৰ বচন শুনিলে চৌদিশৰ ৰাইজে সুখে- সন্তোষৰে জীৱন অতিবাহিত কৰা যেন বোধ হয়; কিন্তু বাস্তৱৰ ছবি সুকীয়া।

RelatedPosts

No Content Available

মূলতঃ খাদ্যবস্তুৰ অত্যধিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ আয়ৰ আৰু দৰিদ্ৰ পৰিয়ালসমূহক। যিসমূহ পৰিয়ালৰ আয় সাধাৰণ তথা সীমিত তেনে পৰিয়ালসমূহৰ অৱস্থা অধিক শোচনীয় হৈছে। কম আয়ৰ বিপৰীতে নিতৌ অস্বাভাৱিক হাৰত ব্যয় বৃদ্ধি পোৱাত বহু পৰিয়ালৰ উপার্জনকাৰীজনে সম্প্রতি ডলাৰ বগৰীৰ দৰে জীৱিকাৰ সন্ধানত অনাই বনাই ফুৰিবলগীয়া হৈছে।

business2ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা জীবিকাৰ সন্ধানত বহু পৰিয়ালে উত্তৰ-পূবৰ অন্যতম প্রধান চহৰ গুৱাহাটীত থিতাপি লয়। অসমৰো বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতী তথা পুৰুষ- মহিলাই ৰাজধানী চহৰখনৰ বিভিন্ন প্রান্তত ক্ষুদ্র ব্যবসায়, বাহন চলাই বা দৈনিক শ্রম তথা ব্যক্তিগত খণ্ডৰ অনুষ্ঠান- প্রতিষ্ঠানত নিজকে নিয়োজিত কৰি সংস্থাপনৰ বাট প্রশস্ত কৰাৰ লগতে পৰিয়ালো পোহপাল। । দি আহিছে। ইয়াৰ জৰিয়তে দৈনিক বা মাহিলি উপার্জনৰে তেওঁলোকে কোনোমতে পৰিয়াল পোহপাল দি আহিছিল যদিও ক’ভিড মহামাৰীৰ সময়ছোৱাত বহু পৰিয়ালৰ উপার্জন বন্ধ হৈ পৰাত গুৱাহাটী এৰি বহুজন স্ব-গৃহলৈ নাইবা বিভিন্ন স্থানলৈ ঢাপলি মেলিছিল। পৰৱৰ্তী সময়ত ইয়াৰে কিছুসংখ্যক লোক উভতি আহে।

আনহাতে, নিম্ন মধ্যবিত্ত, দৰিদ্ৰ শ্ৰেণীৰ জনতাই এই পৰিৱেশৰ পাছত পূৰ্বৰ অৱস্থালৈ উভতি আহিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও ভূতৰ ওপৰত দানহ পৰাৰ দৰে এটাৰ পাছত আনটো অত্যাবশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে এই পৰিয়ালসমূহক কোঙা কৰি পেলাইছে। বেমাৰ- আজাৰ, সন্তানক পঢ়ুৱা আদিৰ কথাটো বাদেই আজিৰ দিনত এসাঁজ খাবলৈও এই পৰিয়ালসমূহে এশবাৰ চিন্তা কৰিবলগীয়া হৈছে। ফলত গুৱাহাটী এৰি বহু পৰিয়ালে স্ব-গৃহলৈ নাইবা অন্য স্থানলৈ ঢাপলি মেলাৰ উদ্ৰেকজনক ছবি পোহৰলৈ আহিছে।

# উপার্জন নাই! ‘কেব’ চলাই পৰিয়াল পোহপাল দিয়া বহুজনে এৰিছে গুৱাহাটী

গুৱাহাটা মহানগৰীৰ যাতায়াত ব্যৱস্থাৰ অন্যতম ভৰসা হৈছে কেব, ৰেপিড’, অট’ৰিক্সা আৰু ৰিক্সা সেৱা। এই সেৱাসমূহৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্রান্তৰ কে’বা সহস্রাধিক লোকে জীৱিকা অর্জন কৰি আহিছে। এই সেৱাৰ ওপৰতে নির্ভৰশীল হৈ বহু পৰিয়ালে গুৱাহাটীৰ বিভিন্ন স্থানত ভাড়াঘৰত থাকি জীৱন-যাপন কৰি আছে; কিন্তু শেহতীয়াভাবে এই পৰিয়ালসমূহলৈ একপ্ৰকাৰ অমানিশা নামি আহিছে। কিয়নো আজি চাৰি-পাঁচ বছৰৰ পূৰ্বে যদি এই চালকসকলে দৈনিক পাঁচশ টকা উপার্জন কৰিছিল, আজিৰ দিনটোতো তেওঁলোকৰ উপার্জন পাঁচশ টকাই।

বিপৰীতে খাদ্য-সামগ্রীকে ধৰি বাহনৰ কৰ আদি অত্যধিক হাৰত বৃদ্ধি পাবলৈ ধৰাত বহু পৰিয়ালে চলিব নোৱাৰি গুৱাহাটী ত্যাগ কৰিবলৈ বাধ্য হৈছে। শেহতীয়াভাবে গুৱাহাটীত বাস কৰিবলৈ মাহিলি প্রয়োজন হোৱা ধন উপাৰ্জন কৰিব নোৱাৰি প্ৰায় চাৰি শতাধিক ‘কেব’ চালকে গুৱাহাটী এৰাৰ তথ্য সদৰী কৰিছে অসম ৰাজ্যিক চালক সস্থাই।

এই সম্পর্কত সস্থাৰ সাধাৰণ সম্পাদক ৰিংফু কুমাৰ দাসে কয়, ‘আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ লোকসকলৰ বাবে ভয়াৱহ দিন আহি আছে। সকলোরে জানে যে গুৱাহাটীত কেব চলাই বহু অসমীয়া যুৱকে নিজকে সংস্থাপিত কৰি পৰিয়াল পোহপাল দি আহিছে। আমি যেতিয়া প্রথম অ’লা-উবাৰ চলাইছিলো অর্থাৎ ১০ বছৰ আগতে আমি পল্টন বজাৰৰ পৰা বিমানকোঠলৈ গাড়ী চলালে, পাঁচশ-ছশ টকা পাইছিলো।

তেতিয়া প্রতি লিটাৰ পেট্ৰ’লৰ দাম আজিৰ তুলনাত বহু কম আছিল। আজি প্রতি লিটাৰ পেট্ৰ’লৰ দাম এশ টকা আৰু কেতিয়াবা তিনিশ টকাতে বিমানকোঠ যাবলগীয়া হয়। বিমানকোঠত যদি ১০ মিনিট ব’বলগীয়া হয় তেন্তে ১৫০ টকা পার্কিঙৰ নামত দিব লাগে। আগতে খৰচ কম, উপাৰ্জন বেছি আছিল আৰু কোনো জটিলতা নাছিল। আজি থলুৱা চালকসকলক পেটে-ভাতে মৰাৰ চক্রান্ত চলিছে।’

সমান্তৰালভাবে মহানগৰীত প্রয়োজনতকৈ অধিক বাহনৰ অনুমতি প্ৰদান কৰিও চৰকাৰ-প্ৰশাসনে চালকসকলৰ উপাৰ্জন হ্রাস কৰিছে বুলি সন্থাৰ সাধাৰণ সম্পাদকজনে অভিযোগ তুলি কয়, ‘আগতে এজন চালকে দিনটো বাহন চলাই অতি কমেও ১২শ-১৫শ টকা উপার্জন কৰিছিল। ইয়াৰ ভিতৰত চালকজনৰ দিনটোত চাৰি-পাঁচশ টকা খৰচ হয়। বাকী আঠ-নশ টকা ৰাহি হয়। ফলত গুৱাহাটীত থাকি কোনেমতে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছিল।

চাৰি-পাঁচ বছৰ আগতে মহানগৰীত যদি দুজনীয়া পৰিয়াল এট ভাড়াত থাকে মাহিলি ১৫-২০ হেজাৰ টকাত থাকিব পাৰিছিল। এতিয়া ইয়াৰ পৰিমাণ ২৫-৩০ হেজাৰ টকালৈ বৃদ্ধি পাইছে। বিপৰীতে চালকজনৰ উপার্জন আজিৰ দিনত হ্রাস পোৱাৰ পাছত কিদৰে গুৱাহাটীত থাকিবলৈ সক্ষম হ’ব।’ আজিৰ দিনটোত ২৪ ঘণ্টা গাড়ী চলালে মাত্র ছয়-সাতশ টকা উপার্জন হয় আৰু ২৪ ঘণ্টা কাম কৰাতো সম্ভব নহয় বুলি দাসে মন্তব্য কৰি এই দিশসমূহ চৰকাৰে চিন্তা কৰাৰ সময় আহি পৰিছে বুলি কয়।

তেওঁ কয় যে আগতে যদি এটা দুজনীয়া পৰিয়ালৰ মাহিলি দুহেজাৰ টকাৰ শাক-পাচলিৰ নামত ব্যয় হৈছিল আজি সেয়া চাবি-পাঁচ হেজাৰ হ’ল। চাউল-তেল আদি সামগ্রীৰ ক্ষেত্ৰত যদি আগতে ২৫শ-তিনি হেজাৰ টকা প্রয়োজন হৈছিল, আজি পাঁচ-ছহেজাৰৰ অধিক হ’ব। যদি উপার্জন সীমিত হৈ থাকে আৰু ব্যয় বৃদ্ধি হৈ থাকে, সাধাৰণ পৰিয়ালসমূহ কিদৰে জীয়াই থাকিব বুলি তেওঁ প্রশ্ন কৰে।

উল্লেখ্য যে মহানগৰীত প্রায় ১৬ হেজাৰ অ’লা-উবেৰৰ চালক আছে আৰু ইয়াৰে ৯০ শতাংশ চালক ঋণ গ্রস্ত বুলি দাসে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে এতিয়া বহুজনে বাহন এৰি ক্ষুদ্র ব্যবসায়, সুৰক্ষা কর্মী আদিৰ কামত নিয়োজিত হৈছে। ইতিমধ্যে চাৰিশৰো অধিক চালকৰ পৰিয়ালে উপায়হীন হৈ গুৱাহাটী এৰি গুচি গৈছে বুলিও তেওঁ কয়।

#প্রতিষ্ঠানত তলা মাৰি গুচি গৈছে বহু ক্ষুদ্ৰ ব্যৱসায়ী

ক’ভিড মহমাৰীৰ পাছত আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত পুনৰ এক অন্ধকাৰাচ্ছন্ন সময় নামি আহিছে দৈনিক শ্রমজীৱী পৰিয়ালসমূহলৈ। মহানগৰীৰ পদপথসমূহৰ কাষে কাষে ক্ষুদ্র ব্যৱসায়ৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বহু পৰিয়ালে জীৱিকাৰ সন্ধানত দৈনিক শ্ৰম কৰি আহিছে। এই ব্যৱসায়ৰ জৰিয়তে ভাড়াঘৰত থাকি বহুজনে পৰিয়াল পোহপাল দি আহিছে; কিন্তু শেহতীয়াকৈ এই পৰিয়ালসমূহে দৈনিক তথা মাহিলি প্রয়োজনী ব্যয় অনুপাতে উপার্জন কৰিব নোৱাৰাৰ ফলত বহুতে নিজৰ ক্ষুদ্র ব্যৱসায় প্রতিষ্ঠানত তলা মাৰি গুৱাহাটী এবি বিভিন্ন স্থানলৈ ঢাপলি মেলাৰ তথ্য সদৰী কৰে পথ ব্যৱসায়ী সন্থা, অসমে।

সস্থাৰ সভাপতি চন্দন গোস্বামীয়ে সাম্প্রতিক সময়ত নিম্ন বিত্ত, দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালসমূহত দেখা দিয়া পৰিস্থিতি অবর্ণনীয় বুলি উল্লেখ কৰি কয়, ‘গুৱাহাটীত আৰু এতিয়া আমাৰ দৰে সাধাৰণ শ্রেণী মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে। বহুজনে ব্যৱসায় বন্ধ কৰি ঘৰলৈ ঢাপলি মেলিছে। আজিৰ দিনত তামোল-পাণৰ বিক্রীও নোহোৱা হৈছে। তাতে সৰু সৰু চাহ দোকান, তামোল-পাণৰ দোকান, ফাষ্টফুড আদি দোকানসমূহৰ প্ৰতিবিধ সামগ্ৰীৰে মূল্য বৃদ্ধি পালে; কিন্তু ব্যৱসায়ীৰ লাভাংশ বৃদ্ধি হোৱা নাই। আগতে যদি এজন ক্ষুদ্র ব্যৱসায়ীয়ে দৈনিক পাঁচশ টকা উপার্জন কৰিছিল, আজিও উপার্জন একেই আছে। বৰঞ্চ উপার্জন হ্রাসহে পাইছে।

কাৰণ আগতে যদি ১০ হেজাৰ এনে দোকান আছিল, আজি ৩০ হেজাৰ হৈছে। ফলত দুশ টকা মিঠাতেল, ৮০ টকা পিঁয়াজ, ৫০ টকাত চাউল ক্ৰয় কৰি ক’ত পৰিয়াল চলাব পাৰিব? কিছু সংখ্যকে গুৱাহাটী এৰিছে আৰু বহুতে উপায়হীন হৈ ধাৰ-ঋণ লৈ পৰিয়াল চলাবলগীয়া হৈছে। এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্রহণ নকৰিলে তথা আয় আৰু ব্যয়ৰ বৃহৎ তাৰতম্য নিয়ন্ত্রণলৈ নানিলে এক ভয়াৱহ দিন আহি আছে।’ এই ভয়াৱহ দিনে বহু কাৰকৰ উদ্রেক ঘটাব বুলি গোস্বামীয়ে আশংকা কৰে। আয়ৰ অনুপাততকৈ ব্যয় অধিক বৃদ্ধি হোৱাৰ ফলত কোনোৱে উপায়হীন হৈ বর্ধিত খৰচৰ জোৰা-টাপলি মাৰিবলৈ অনাকাংক্ষিত ঘটনা সংঘটিত কৰাৰ আশংকাও বৃদ্ধি পইছে।

# ‘ভাল দিন’ত দুটকা আয় কৰি ছটকা ব্যয় কৰিবলগীয়া হৈছে

শাসকীয় বিজেপিৰ ভাল দিন’ বা ‘অমৃত কাল’ত নিম্ন আয়ৰ আৰু দৰিদ্ৰ লোকসকলৰ অর্থিক অবস্থা দিনকদিনে অধিক শোচনীয় হ’বলৈ ধৰিছে। সম্প্রতি বিৰাজ কৰা এই পৰিৱেশৰ সত্যতা স্বীকাৰ কৰি শ্রমিক নেতা তপন শর্মাই কয়, ‘আজিৰ দিনত দুটকা আয় কৰি এজন লোকে ছটকা ব্যয় কৰিবলগীয়া হোৱাত বহু পৰিয়ালত হাহাকাৰ লাগিছে। একাংশ ক্ষমতাশালী নেতাৰ দম্ভালি যে ফুটুকাৰ ফেনহে তাকে উদঙাই দি শ্রমিক নেতাজনে লগতে কয়, ‘বিজেপি চৰকাৰৰ অচ্ছে দিনত মানুহ নগৰত থাকিব নোৱাৰা হৈছে।

নিম্নআয়ৰ মানুহৰ অস্বাভাৱিক হাৰত ব্যয় বৃদ্ধি হৈছে আৰু এই কথা আমি দীর্ঘদিনৰ পৰা কৈ আহিছো। আজি দুটকা আয় কৰা মানুহজনে ছটকা ব্যয় কৰিবলগীয়া হৈছে। অত্যাবশ্যকীয় সামগ্রী তথা নিত্য প্রয়োজনীয় সামগ্রীৰ মূল্য যিদৰে বৃদ্ধি পাইছে, নিম্ন আয়ৰ পৰিয়ালসমূহৰ মাজত হাহাকাৰ লাগিছে। যিখিনি খৰচও নকৰিলে মানুহ চলিব নোৱাৰে, এই খৰচও আয়তকৈ বহু বেছি হৈছে। খাদ্য, ঘৰভাড়া, বিদ্যুৎ মাচুল, যাতায়াতৰ খৰচ অত্যধিক হাৰত বৃদ্ধি পাইছে, যিয়ে নিম্ন আয়ৰ পৰিয়ালসমূহৰ মাজত ব্যাপক প্রভাৱ পেলাইছে।

স্বাভাবিকভাবে নিম্ন আয়ৰ মানুহে নগৰত থাকি জীবন নির্বাহ কৰিব নোৱাৰা হৈছে। ফলত তেওঁলোকে জীৱিকাৰ সন্ধানত বিভিন্ন স্থানলৈ ঢাপলি মেলিছে আৰু বহি:ৰাজ্যলৈ যোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে।’ এয়া উদ্ৰেকৰ বিষয়; কিন্তু চৰকাৰখন এই ক্ষেত্ৰত নির্বিকাৰ আৰু মানুহৰ জীৱন-জীৱিকা ধৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰখন ব্যর্থ হৈছে বুলি শৰ্মাই মন্তব্য কৰি পুনৰ কয়, ‘কেৱল ধনিক শ্রেণীৰ বাবেহে সকলো কাম কৰিছে; কিন্তু সাধাৰণ লোকৰ কথা কোনো চিন্তা নাই। বিগত ন বছৰে অসমত কাম কৰা শ্রমজীৱী লোকৰ মজুৰি বৃদ্ধি হোৱা নাই। ন্যূনতম মজুৰি বৃদ্ধি আইনমতে কৰিব লাগে।

ফলত কল-কাৰখানা, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানত কাম কৰি পৰিয়াল পোহপাল দি অহা শ্রমিকসকলৰ মজুৰি বৃদ্ধি হোৱা নাই। বিপৰীতে নিত্যাৱশ্যকীয় সামগ্ৰীৰ দাম তীব্র গতিত বৃদ্ধি পাইছে; কিন্তু মজুৰি বৃদ্ধি হোৱা নাই। মানুহৰ হাহাকাৰ লাগিছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Many people have left Guwahatiunable to cope with the soaring prices
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d