Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি

    জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল

    হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ

    নিৰ্ধাৰিত সময়তে প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’

    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছত পুনৰ গৰজি উঠিল অখিল গগৈ

    ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Abnormal price increase of vegetables:অস্বাভাৱিক মূল্যবৃদ্ধিত ম্লান পূজাৰ আনন্দ-উল্লাস !

জনতাৰ আখলৰ জুই নুমুওৱাৰ উপক্ৰম ৬০-৭০ টকাৰ তলত নাই শাক-পাচলি, চৰকাৰ-প্ৰশাসনৰ সংশ্লিষ্ট বিভাগৰ বিষয়া কুম্ভকর্ণ নিদ্রাত মগ্ন

samimsultana by samimsultana
October 9, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Abnormal price increase of vegetables:অস্বাভাৱিক মূল্যবৃদ্ধিত ম্লান পূজাৰ আনন্দ-উল্লাস !
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

Abnormal price increase of vegetables:

শাৰদীয় দুর্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যৰ দইছে সাধাৰণ জনতাক। বিশেষকৈ পূজাৰ বতৰত শাক-পাচলিৰ আকাশলংগী মূল্যবৃদ্ধিত এসাঁজ খাবলৈ চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ শ্ৰেণীৰ লোকসকলে।

ADVERTISEMENT

অস্বাভাবিক মূল্যবৃদ্ধিত সাধাৰণ শ্রেণীৰ লোকৰ বাবে ম্লান হৈ পৰিছে শাৰদীয় বতৰৰ আনন্দ-উছাহ। দুর্গা পূজাৰ মাজতে বিশেষকৈ মহানগৰীৰ শাক-পাচলিৰ বজাৰসমূহত একপ্ৰকাৰ জুই লাগিছে কেৱল ধনীৰামসকলৰ বাবেহে বজাৰসমূহ সামগ্ৰীৰে উভৈনদী।

আজি গুৱাহাটী মহানগৰীত ৬০-৭০ টকাৰ তলত নাই কোনো শাক-পাচলি। দুই-তিনিদিন পূর্বে ৪০-৫০ টকাত উপলব্ধ প্রতি কিলোগ্রাম শাক- পাচলিৰ দাম এশ শতাংশ পর্যন্ত হঠাৎ বৃদ্ধি পোৱাত সাধাৰণ জনতাৰ আখলঘৰৰ জুই যেন উৎসৱৰ বতৰতো নির্বাপিত হৈ আছে।

‘দৈনিক অগ্রদূত’ৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, আজিৰ দিনটোত মহানগৰীৰ খুচুৰা বজাৰত বেংগলৰ পৰা আৰম্ভ কৰি শ্বিলঙৰ আলু ৩৫ টকাৰ পৰা ৬০ টকা দৰত বিক্ৰী হৈছে। একেদৰে প্ৰতি কিলোগ্রাম পিয়াঁজে ৭০-৮০ টকা মূল্য চুইছেগৈ।

অৱশ্যে ঠাই-ভেদে প্রতি কিলোগ্রাম শাক-পাচলিত পাঁচ-১০ টকা পর্যন্ত মূল্যৰ তাৰতম্য আছে। সেই অনুসৰি, আজিৰ দিনটোত মহানগৰীৰ খুচুৰা বজাৰত প্ৰতিকিলোগ্রাম বিলাহী ১১০ৰ পৰা ১২০ টকাত, নহৰু তিনিশৰ পৰা ৩২০ টকা, ডাঙৰ বেঙেনা ৭০-৮০ টকাত, সৰু বেঙেনা ৬০-৭০ টকাত, কোমোৰা এশ টকাত, তিয়হ (লোকেল) ১১০- ১২০ টকাত, পটল ৮০-৯০ টকাত, মূলা ৬০-৭০ টকাত, ৰঙালাও ৪০-৫০ টকাত, জাতিলাও ৫০-৬০ টকাত বিক্রী হৈছে।

একেদৰে প্রতি কিলোগ্রাম ফুলকবি ১৫০ টকাত, বন্ধাকবি ৫০ টকাত, ওলকবি ১২০ টকাত, স্কোৱাচ ৫০-৬০ টকাত, জিকা ৭০-৮০ টকাত, অমিতা ৪০-৫০ টকাত, ডাংবন্দী (লেচেৰা) ১৬০ টকাত, ভাত কেৰেলা ১১০-১২০ টকাত, তিতা কেৰেলা ১১০-১২০ টকাত, গাজৰ ১৮০-১৭০ টকাত, কেপচিকাম ২৩০-২৪০ টকাত, ফ্রেচবিন ১৬০-১৭০ টকাত, আদা ২৭০- ২৮০ টকাত, কেঁচা মটৰ ৩৩০-৩৫০ টকাৰ দৰত বিক্ৰী হৈছে।

এই মূল্যবৃদ্ধিৰ সন্দৰ্ভত খুচুৰা ব্যৱসায়ীসকলে পাইকাৰী মূল্য বৃদ্ধি পোৱাৰ ফলতে শাক-পাচলিৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পাইছে বুলি কয়। অস্বভাৱিক মূল্যবৃদ্ধিত সাধাৰণ জনতাই জলা-কলা খাই থকাৰ সময়তে পূজাৰ অচিলাবে এই অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জ্বলা জুইত ঘিউ ঢালি সাধাৰণ জনতাক উল্লেখ্য যে শাৰদীয় বতৰত অনিয়ন্ত্রিত হৈ পৰা শাক-পাচলিৰ বজাৰখনে বহুতকে চিন্তাত পেলালেও এই ক্ষেত্রত এসাঁজ খাবলৈ চিন্তাত পেলালে।

প্রশাসন তথা চৰকাৰৰ সংশ্লিষ্ট বিভাগ কুম্ভকর্ণ নিদ্রাত মগ্ন। এই মূল্যবৃদ্ধিয়ে গৰিষ্ঠ সংখ্যক লোকক প্ৰভাৱিত কৰিছে যদিও এই ক্ষেত্ৰত কোনোধৰণৰ কাণ-সাৰ নাই সংশ্লিষ্ট বিভাগসমূহৰ। সংশ্লিষ্ট বিভাগসমূহৰ বৰমূৰীয়াসকলে পূজাৰ বন্ধত ক’ত যাব, ক’ত খাব ইত্যাদি চিন্তাত মগ্ন।

তদুপৰি এক শ্ৰেণীৰ জনতাই পূজাৰ আনন্দ-উল্লাসত মতলীয়া হৈ পৰিব যদিও এই মূল্যবৃদ্ধিয়ে আন এক শ্ৰেণীৰ জনতাৰ পূজাৰ আনন্দ-উল্লাস যে ম্লান কৰিব সেয়া নিশ্চিত। দৈনিক উপাৰ্জনৰে পৰিয়াল পোহপাল দি অহাৰ লগতে কম কম দৰমহাত নিজকে সংস্থাপিত কৰি ৰখা পৰিয়ালসমূহক এই মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে প্ৰভাৱিত কৰিছে।

নাম প্রকাশত অনিশ্চুক পদপথৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰিয়ালে আজিৰ দিনত পৰিয়াল পোহপাল দিবলৈ এশবাৰ চিন্তা কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰি কয়, ‘আমাৰ পাঁচজনীয়া পৰিয়াল। দিনত যদি তিনি সাঁজ খাওঁ বুলি ভবা হয় দৈনিক ছশ-সাতশ টকা লাগে। দিনে গড়ে উপার্জন হয় পাঁচ-ছশ টকা। নিতৌ সকলো বস্তুৰ দাম বাঢ়িছে। ৫০-৫৫ টকাৰ তলত আজিৰ দিনত চাউল পাবলৈ নাই। পিঁয়াজ খাবলৈয়ে বাদ দিছো।

মাছ-মাংসতো বাদেই আজিৰ দিনত শাক-পাচলিৰ ওচৰলৈ যাবলৈও চিন্তা কৰিবলগীয়া হৈছে। আমাৰ দৰে সাধাৰণ পৰিয়াল কি দৰে চলিব। কেৱল খালেইতো নহ’ব, পৰিয়াল এটা চলিবলৈ অন্যান্য বহু খৰচ আছেই।’ উল্লেখ্য যে পূজাৰ বতৰত বিশেষকৈ শাক-পাচলিৰ বজাৰত আকাশলংঘী মূল্যবৃদ্ধিয়ে সমাজত বাৰুকৈয়ে প্রভান্বিত কৰিছে। যিয়ে ম্লান পেলাইছে পূজাৰ আনন্দ-উল্লাস।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abnormal price increaseGuwahatiVegetables
samimsultana

samimsultana

Related Posts

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

September 4, 2026
অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি
Assam

অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি

September 4, 2026
জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল
Assam

জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল

September 4, 2026
হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ
India

হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ

September 4, 2026
নিৰ্ধাৰিত সময়তে প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’
India

নিৰ্ধাৰিত সময়তে প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’

September 4, 2026
কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছত পুনৰ গৰজি উঠিল অখিল গগৈ
Assam

কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছত পুনৰ গৰজি উঠিল অখিল গগৈ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d