Punjabis once again dominate Canadian politics:কানাডাৰ ৰাজনীতিত পুনৰ আধিপত্য পঞ্জাৱীৰ !

ব্ৰিটিছ কলম্বিয়াৰ নিৰ্বাচনত ১০ পঞ্জাৱীৰ জয়

canada 1

Punjabis once again dominate Canadian politics:

কানাডাৰ ৰাজনীতিত আকৌ এবাৰ ভাৰতীয় মূলৰ পঞ্জাৱীৰ ব্যাপক উত্থান প্রত্যক্ষ হ’ল। অলপতে অনুষ্ঠিত ব্রিটিছ কলম্বিয়া প্ৰদেশৰ নিৰ্বাচনত ১০ জন পঞ্জাবী মূলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিলে।

এই নির্বাচনত আন এজন পঞ্জাবী মূলৰ প্রার্থীয়ে প্রতিদ্বন্দ্বীতকৈ আগবাঢ়ি আছে। কানাডাত যথেষ্ট সংখ্যক পঞ্জাবী লোকে বসবাস কৰি আছে আৰু এইসকল লোকৰ একাংশই কানাডাৰ ৰাজনীতিত প্ৰৱেশ কৰি সফলতা অর্জন কৰিছে।

কলম্বিয়া প্ৰদেশৰ নিৰ্বাচনত এনডিপিয়ে ৪৬, কনজাৰভেটিভ পার্টিয়ে ৪৫ আৰু গ্রীণ পার্টিয়ে দুই সমষ্টিত জয়লাভ কৰিলে।

Exit mobile version