Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Political Scenario Changes in Bihar:পট পৰিৱৰ্তন বিহাৰৰ ৰাজনীতিত ধুমুহা !

পুনৰ শিবিৰ সলনি নীতিশ কুমাৰৰ ,লালুৰ সংগ এৰি এন ডিএলৈ, আজি বিয়লী দিব পদত্যাগ, দেওবাৰে এন ডি এ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব নীতিশে, আৰ জে ডিৰ মন্ত্ৰীয়ে এৰিলে চৰকাৰী গাড়ী, উপ- মুখ্যমন্ত্ৰী তেজস্বী যাদবৰ বাসগৃহত আৰজেদিৰ বিধায়কৰ ৰুদ্ধদ্বাৰ বৈঠক, বৈঠকত ম'বাইল নিয়াত বাধাৰোপ, তেৰ কংগ্ৰেছী বিধায়কৰ ম'বাইল চুইটচ অফ,কংগ্ৰেছী শিৱিৰ চিন্তিত

publisher by publisher
January 27, 2024
in India, News
Reading Time: 4 mins read
0
Political Scenario Changes in Bihar:পট পৰিৱৰ্তন বিহাৰৰ ৰাজনীতিত ধুমুহা !
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

UPPL -BJP Conflict:নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতে এনডিএৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ সম্ভাৱনা ইউপিপিএলৰ

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে

Political Scenario Changes in Bihar:

২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ইণ্ডিয়া মৰ্চাত অঘটন ৷ ইটোৰ পাছত সিটোকৈ অথন্তৰে লগ নেৰা হৈছে বিৰোধী মৰ্চাক ৷ বৃহস্পতিবাৰে ৰাহুল গান্ধী ভাৰত জোড়ো ন্যায় যাত্ৰা পশ্চিমবংগত সোমোৱাৰ প্ৰাকমুহূৰ্তত টিএমচিৰ মুৰব্বী মমতা বেনার্জীয়ে ঘোষণা কৰে পশ্চিমবংগত টিএম চিয়ে বিজেপিক ৰোধিবলৈ অকলে প্রতিদ্বন্দ্বিতা কৰিব ৷

ADVERTISEMENT

একেদৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা ভগৱন্ত সিং মানে ইন্ডিয়া মর্চাত আওকাণ কৰি পঞ্জাৱৰ অকলে প্রতিদ্বন্দ্বিতাৰ কৰাৰ কথা ঘোষণা কৰে ৷

শেহতীয়াভাবে বৃহস্পতিবাৰৰ পৰা হিন্দী বলয়ৰ অন্যতম ৰাজ্য বিহাৰৰ ৰাজনীতিত ধুমুহা সৃষ্টি কৰি জেডিইউৰ মুৰব্বী মুখ্যমন্ত্ৰী নীতিশ কুমাৰ এনডিএলৈ প্রত্যাবর্তন বাবে সাজু হৈ আৰ জে ডিৰ পৰা ক্ৰমাৎ দুৰত্ব বৃদ্ধি কৰে ৷ নীতিশ কুমাৰৰ আকস্মিক দৃষ্টিভংগেৰ পাছতে এক প্ৰকাৰ ধুমুহাৰ সৃষ্টি হয় আৰ জেডি আৰু বিৰোধী ইণ্ডিয়া মৰ্চাত ৷

জেডিইউৰ এক সূত্রই দাবী কৰা অনুসৰি, ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পুৰ্বে পুনৰ এনডিএত যোগদান কৰাৰ প্ৰস্তুতি চলাই জেডিইউ মুৰব্বী নীতিশ কুমাৰ ৷ বিহাৰৰ ৰাজনীতিৰ ডলাৰ বগৰী খ্যাত নীতিশ কুমাৰে ক্ষমতাৰ বাবে ঘনে ঘনে শিৱিৰ সলোৱা লোক হিচাপে পৰিচিত ৷

শুক্ৰবাৰে পাটনাৰ গণতন্ত্ৰৰ দিৱসৰ মুল কাৰ্যসূচীত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ- মুখ্যমন্ত্ৰী তেজস্বী যাদৱে ইজনে সিজনে কোনো মাতবোল নকৰাকৈ অনুষ্ঠানৰ পৰা বিদায় লয় । একেদৰে সন্ধিয়া ৰাজভৱনত ৰাজ্যপালৰ চাহমেলত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপস্থিত থকাৰ বিপৰীতে তেওঁৰ কাষতে থকা নামযুক্ত আসনৰ পৰা জেডিইউ মন্ত্ৰীয়ে আতৰাই দি মুখ্যমন্ত্ৰীৰ স’তে আসন পুৰাই বহে ৷

সন্ধিয়াৰ পাছৰে পৰা পাটনাত জেডিইউ আৰু আৰ জে ডি শিৱিৰৰ মাজত সুকীয়া সুকীয়া ৰণকৌশল কৰাত ব্যস্ত হৈ পৰে ৷ এনেবোৰ উৎকন্থা মাজতে বিজেপিৰ শীৰ্ষ মহলে ৰাজ্যিক বিজেপিৰ সভাপতি সম্ৰাট চৌধুৰী আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে স’তে সঘনাই যোগাযোগ অব্যাহত ৰাখে ৷

ইয়াৰ মাজতে এন ডিৰ এৰ অংশীদাৰ HMM ৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী জীতেন্দ সি মাঝি আৰু লোক জনশক্তি পাৰ্টিৰ সভাপতি চিৰাগ পাছোৱানৰ স’তে সুকীয়া সুকীয়া কৈ সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৷

আনহাতে এনে ঘটনা ক্ৰমৰ মাজতে নতুন দিল্লীত সন্ধিয়া গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে লোক জনশক্তি পাৰ্টিৰ সভাপতি চিৰাগ পাছোৱানে ৷দুয়োজন নেতাই বিহাৰৰ শেহতীয়া ৰাজনীতিক ঘটনা- পৰিঘটনাৰ সন্দৰ্ভত আলোচনা কৰে ৷

শুক্ৰবাৰে নিশাৰে পৰা শণিবাৰে দুপৰীয়া লৈকে বিহাৰৰ ৰাজনীতিৰ পট পৰিৱৰ্তনত একপ্ৰকাৰ মোহৰ মাৰে বিজেপিয়ে ৷

পাটনাত এক সূত্রই দাবী কৰা অনুসৰি এনডিএলৈ প্রত্যাৱর্তনৰ বাবে নীতিশক ইতিমধ্যে অনুমতি দিলে বিজেপি নেতৃত্বই। যিকোনো মুহূর্ততে বিহাৰ বিধানসভা ভংগ কৰাৰ সম্ভাৱনা আছে ৷ নীতিশক লোকসভাৰ নিৰ্বাচনৰ পূর্বে শিবিৰ সলনি কৰাত বাধা দিবলৈ আৰজেডিৰ মুৰব্বী লালু প্রসাদ যাদৱে তৎপৰতা প্ৰদৰ্শন কৰিছিল।

নীতিশৰ কাম-কাজক লৈ বিহাৰৰ ইতিমধ্যে বিগত কিছুদিন ধৰি ৰাজনীতিত ব্যাপক উৎকণ্ঠা অব্যাহত আছিল। অলপতে নীতিশে পৰিয়ালতন্ত্রক লৈ বিহাৰত আৰজেডিৰ পৰিয়ালক কটাক্ষ কৰিছিল। ইয়াৰ অবসান ঘটিব বুলি জল্পনা-কল্পনা স’তে জেডিইউৰ মিত্ৰতাৰো অৱসান ঘটাৰ সম্ভাৱনা প্ৰকট হৈ পৰে ৷

মনকৰিবলগীয়া যে,শণিবাৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বাসগৃহত আৰ জে ডিৰ বিধায়কৰ এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় ৷ উপস্থিত বিধায়ক সকলক বৈঠকত অংশ গ্ৰহণ কৰাৰ পূৰ্বে ম’বাইল থৈ আহিব দিয়া হৈছে ৷

আনহাতে কংগ্ৰেছৰ মুঠ ১৯ জন বিধায়কৰ তেৰজনে নিজৰ ম’বাইলৰ ছুইটছ অফ কৰাক লৈ অস্বস্তিত পৰিছে বিহাৰ কংগ্ৰেছৰ নেতৃবৰ্গ ৷

ইপিনেে,শুক্ৰবাৰে নিশা মুখ্যমন্ত্ৰী নীতিশক বিৰোধী ইণ্ডিয়া মৰ্চা ত্যাগ নকৰিবলৈ পৰামৰ্শ দিবৰ বাবে লালু যাদৱে কে’বাবাৰো ফোন কৰিছিল যদিও কোনো সহাৰী নাপায় একপ্ৰকাৰ নিৰাশ হয় লালু যাদৱ ৷

শণিবাৰে পুৱা এজন আৰ জে ডি নেতাক মুখ্যমন্ত্ৰীৰ আবাসলৈ পঠিয়াইছিল যদিও সাক্ষাৎ নিদিলে নীতেশ কুমাৰে ৷ এনে ঘটনাক্ৰমৰ মাজতে আজি আৰ জে ডি মন্ত্ৰী সকলে নিজৰ চৰকাৰী গাড়ী উভতাই দিয়ে ৷

অৱশ্যে মহাগঠবন্ধন চৰকাৰ ত্যাগ কৰি এনডিএত যোগদানৰ সন্দর্ভত কোনো মন্তব্য প্রকাশ কৰা নাই নীতিশ কুমাৰ ৷ জেডিইউৰ এক সূত্রই দাবী কৰা অনুসৰি, আগন্তুক দুই এদিনৰ ভিতৰতে নীতিশে এনডিএলৈ প্রত্যাৱর্তন কৰিব।

উল্লেখ্য যে,২০১৪ যেতিয়া নৰেন্দ্র মোদীক বিজেপিয়ে প্রধানমন্ত্রী পদপ্রার্থী নির্বাচন কৰিছিল সেই সময়ত বিজেপিৰ স’তে থকা ১৫ বছৰীয়া সম্পৰ্কত আঘাত হানি নীতিশ কুমাৰে বিহাৰ বিধানসভা নির্বাচনৰ পূর্বে সম্পর্ক ত্যাগ কৰিছিল।

২০১৫ লালুপ্রসাদ যাদৱৰ স’তে হাত মিলাইছিল। লালুৰ সমর্থনত নীতিশে সেইবাৰ বিহাৰত চৰকাৰ গঠন কৰিছিল। কিন্তু ২০১৭ নীতিশে চমক দি আৰজেদিৰ সংগ ত্যাগ কৰি বিজেপিৰ স’তে মর্চা গঠন কৰিছিল।

সময়ে সময়ে পোছাক সলনি কৰাৰ দৰে এবাৰ বিজেপি এবাৰ আৰজেডি এইদৰে বিহাৰৰ ৰাজনীতিত নীতিশ কুমাৰে ক্ষমতাৰ বাবে বিসৰ্জন দিছিল নিজৰ নিকা ভাৱমুৰ্তি ৷ পুনৰ আকৌ এবাৰ আৰ জেডিৰ আৰু বিৰোধী ইণ্ডিয়া মৰ্চাত অঘটন ঘটাই এডিএলৈ যোৱাটো সিদ্ধান্ত লয় নীতিশ কুমাৰে ৷

পাটনাৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আজি সন্ধিয়ালৈ ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব নীতিশ কুমাৰে আৰু দেওবাৰে বিয়লী ভাগত এনডিএৰ সমৰ্থনত পুনৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব ৷

ইতিমধ্যে নতুন দিল্লীৰ বিজেপিৰ পৰা সেউজ সংকেত দিয়া হৈছে ৷ বিজেপিৰ পৰা দিয়া চৰ্ত অনুসৰি কেবিনেটত থাকিব দুজনকৈ বিজেপিৰ উপ- মুখ্যমন্ত্ৰী ৷ বিধান সভাৰ অধ্যক্ষ হ’ব বিজেপিৰ ৷ একেদৰে এন ডিএৰ সহযোগী HAM ৰ থাকিব এজন কেবিনেট মন্ত্ৰী ৷

বিহাৰ বিধানসভাৰ মুঠ ২৪৩ খন আসনৰ বিপৰীতে চৰকাৰ গঠনৰ মেজিক সংখ্যা হৈছে ১২২ ৷ সেই অনুসৰি এনডি এ জোঁটত বিজেপিৰ ৭৮,জেডিইউ ৪৫ আৰু এইছ এম এম ৪ ৷ এনডিএৰ মুঠ আসন সংখ্যা হইগৈ ১২৭ ৷ অৰ্থাৎ মেজিক সংখ্যাতকৈ ৫ আসন বেছি ৷ আনহাতে মহাগঠবন্ধন (বিৰোধী ইণ্ডিয়া মৰ্চা)ত আৰ জে ডি ৭৯,কংগ্ৰেছ ১৯,বাওঁমৰ্চা সহ অনান্য ১৬ ৷ মুঠ আসন হয়গৈ ১১৪ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bihar Political CrisisJDUNDANitish KumarRJD
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d