Majuli Kamalabari Ferry Terminal :
➡️ সুকীয়া স্থানৰ পৰা যাতায়ত আৰম্ভ হ’ব কমলাবাৰী পাৰঘাটৰ ৷
➡️ আভ্যন্তৰীণ জল-পৰিবহণ বিভাগে স্থানান্তৰ কৰিব কমলাবাৰী পাৰঘাট ৷
➡️ দৰবাৰ চাপৰিলৈ স্থানান্তৰিত কৰিব মাজুলীৰ কমলাবাৰী পাৰঘাট ৷
➡️ নদীপথত বালিচৰ পৰাৰ বাবে ব্যাহত ফেৰী চলাচল ৷
➡️ ব্রহ্মপুত্র বুকুত ঠায়ে ঠায়ে বালিচৰ পৰা বাবে ইতিমধ্যে আবদ্ধ হৈছিল বহু কেইখন যাত্ৰীবাহী ফেৰী ৷
➡️ যাৰবাবে ২০ অক্টোবৰৰ পৰা বন্ধ হৈ আছে কমলাবাৰী-নিমাতী পাৰঘাট ৷
➡️ ফেৰী চলাচলত অসুবিধাৰ দূৰ কৰিবলৈ চৰকাৰৰ বিশেষ পদক্ষেপ ৷
➡️ আজিৰে পৰা মাজুলীৰ ব্রহ্মপুত্রৰ নদী পথত চলিছে খনন ৷
➡️ বহু কেইখন অত্যাধুনিক ড্ৰেজাৰেৰে আৰম্ভ হৈছিল নদীপথ খননৰ কাম ৷
➡️ শীৰ্ঘেই খনন কাম সম্পন্ন হোৱা আশা আভ্যন্তৰীণ জল-পৰিবহণ বিভাগৰ।