Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

    অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Majuli:উদ্বোধনৰ ছদিন পাছতে মাজুলীৰ চেলেক-ধূনাগুৰি দলঙৰ গাৰ্ড ৱালত ফাট

publisher by publisher
February 20, 2026
in Assam
Reading Time: 1 min read
0
Majuli:উদ্বোধনৰ ছদিন পাছতে মাজুলীৰ চেলেক-ধূনাগুৰি দলঙৰ গাৰ্ড ৱালত ফাট
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

Majuli:মাজুলীৰ তিনি বিজেপি নেতাক কাৰাদণ্ড-জৰিমনা আদালতৰ

Majuli:

বিহাৰত কুখ্যাতি আর্জি থৈ অহা এছ পি সিংলা কোম্পানীয়ে নিৰ্মাণ কৰা মাজুলীৰ চেলেক-ধূনাগুৰিৰ চেলেং অংশৰ দলং মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ ছদিনৰ পাছতে দলংখনৰ গার্ড ৱালত বৃহৎ ফাট মেলিছে। উল্লেখ্য যে লোহিত নৈৰ ওপৰত নিৰ্মাণ কৰা সাতশ মিটাৰ দৈৰ্ঘ্যৰ এই দলং ১২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রীয়ে উদ্বোধন কৰে। ইয়াকে লৈ স্থানীয় ৰাইজে সন্তুষ্টি প্রকাশ কৰে যদিও ৰাইজৰ এই সন্তুষ্টি ক্ষোভত পৰিণত হ’বলৈ অধিক দিন নালাগিল।

ADVERTISEMENT

বহু কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা দলংখন মুকলিৰ মাথোঁ ছটা দিন পাছতে ফাট মেলাত ৰাইজে প্রচণ্ড ক্ষোভ প্রকাশ কৰিছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে দলংখন নির্মাণ কৰোতে নিৰ্মাণকাৰী সংস্থাই লুণ্ঠনৰ স্বাৰ্থত নিম্নমানৰ চিমেণ্ট-বালি ব্যৱহাৰ কৰাত দলংখনৰ এনে অৱস্থা হ’বলৈ পালে। এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ছাত্ৰ সন্থাই। ঘটনাৰ তদন্তৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কার্যনির্বাহক সদস্য ৰংগৰস মহন্তই তাৎক্ষণিকভাৱে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠনৰ দাবী উত্থাপন কৰিছে।

উল্লেখ্য যে মাজুলী আৰু লখিমপুৰক পথেৰে সংযোগৰ উদ্দেশ্যে সোৱণশিৰি আৰু লোহিত নৈৰ ওপৰত দুখন দলং নিৰ্মাণৰ লক্ষ্য লয় চৰকাৰে। ইয়াৰে সোৱণশিৰি দলংখনৰ মুঠ দৈর্ঘ্য প্রায় ২,৮৮০ মিটাৰ আৰু লোহিত নৈৰ দলংখনৰ মুঠ দৈর্ঘ্য প্রায় সাতশ মিটাৰ। মুঠ ৬৯৪ কোটি টকাৰে ‘অসম মালা’ আঁচনিৰ অধীনত মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে দুয়োখন দলংসহ মুঠ ১৯ কিলোমিটাৰ চাৰিশাৰীযুক্ত পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় ২০২২ৰ ১১ ডিচেম্বৰত। এই নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্রী ড° শৰ্মাই। সোৱণশিৰি নদীৰ অংশত মুঠ ৬১টা আৰু লোহিত নৈৰ অংশত মুঠ ২১টা খুঁটাৰে নিৰ্মাণ কৰা দলঙৰ ঠিকা লাভ কৰে কুখ্যাত এই পি সিংলা কোম্পানীয়ে।

অৱশেষত যোৱা ১২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রীয়ে মাজুলী ভ্রমণকালত চেলেক-ধূনাগুৰি চেলেং অংশত থকা ৭৫০ মিটাৰ দৈৰ্ঘ্যৰ দলঙৰ উদ্বোধন কৰে। দলংখন মুকলিৰ পাছতে স্থানীয় ৰাইজে দলঙেৰে অহা-যোৱা আৰম্ভ কৰে। এনে অৱস্থাতে দলঙৰ সুন্দৰকৈ ৰং দিয়া গার্ড ৱালত স্থানীয় লোকে প্রত্যক্ষ কৰে বহু বৃহৎ ফাট। স্বাভাৱিকতে এই নতুন দলঙৰ এনে অৱস্থা প্রত্যক্ষ কৰা ৰাইজৰ চকু কপালত উঠে।

উল্লেখ্য যে কিছু বছৰ পূৰ্বে বিহাৰত এছ পি সিংলা কোম্পানীয়ে নিৰ্মাণ কৰা দলং মুকলিৰ পাছতে ভাঙি পৰাৰ ঘটনা সংঘটিত হৈছিল। এনে এটা কুখ্যাতি থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানকে অসমত বৃহৎ বৃহৎ দলঙৰ নিৰ্মাণৰ দায়িত্ব চৰকাৰে প্ৰদান কৰা কাৰ্যক বহুতে সহজভাৱে ল’ব পৰা নাই। লক্ষ্যণীয় যে কিছুদিন পূর্বে স্বয়ং প্রধানমন্ত্রীয়ে উদ্বোধন কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙতো উদ্বোধনৰ পাছতে ফাট মেলে। অথচ এই দলং নির্মাণত তিনি হেজাৰ কোটিৰো অধিক টকা ব্যয় হয়।

উল্লেখ্য যে এছ পি সিংলা কোম্পানীয়ে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ ঠিকাও লাভ কৰিছে। কুখ্যাত প্ৰতিষ্ঠানটোৰ প্ৰতি চৰকাৰী এনে দৰদৰ কি ৰহস্য আছে সেয়া অৱশ্যে স্পষ্ট হোৱা নাই। উল্লেখ্য যে বিগত কিছু দিনত ৰাজ্যত কে’বাখনো পকী দলং ভাঙি পৰাৰ ঘটনা সংঘটিত হয়। বৰাক উপত্যকাতো এখন দলং ভাঙি পৰি বহুসংখ্যক চলন্ত বাহন নৈত সোমাই পৰাৰ ঘটনা সংঘটিত হয়। তাৰ পাছতে কালি মৰিগাঁও-লাহৰীঘাট সংযোগী গড়কাপ্টানী পথত থকা মাথোঁ পাঁচ বছৰ পুৰণি এখন পকী দলং ভাঙি পৰি চাৰিজনকৈ শ্রমিক গুৰুতৰভাৱে আহত হয়।

এই দলংখন নিৰ্মাণৰ তিনি বছৰ পাছতে ছিৰাল ফাট দিছিল। পাছত লোক নির্মাণ বিভাগে দলংখনৰ মেৰামতিৰ কাম কৰাই থকা অৱস্থাত বুধবাৰে শোকাৱহ ঘটনাটো সংঘটিত হয়। দলংখন ভাঙি পৰাৰ ফলত দলংখনৰ মেৰামতি কাম কৰি থকা চাৰিজনকৈ শ্রমিক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’ব লগা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Damage bridgeMAJULIselek dhunaguri
publisher

publisher

Related Posts

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d