Kamrup Metro Dist will be closed on November 1:দীপাৱলী উপলক্ষে ১নৱেম্বৰত বন্ধ ঘোষণা কামৰূপ (ম) জিলা প্ৰশাসনৰ

gad

Kamrup Metro Dist will be closed on November 1:

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। অহা ১ নৱেম্বৰত কামৰূপ (ম) জিলাৰ অন্তৰ্গত ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো চৰকাৰী কাৰ্যালয়,শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে কামৰূৰ মেট্ৰ’ জিলা প্ৰশাসনে।

এই সম্বন্ধীয় নিৰ্দেশনা আজি জাৰি কৰে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে

Exit mobile version