Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pottery artists are busy making clay candles in Hirapara:পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে হীৰাপাৰাত মাটিৰ চাকি নির্মাণত ব্যস্ত মৃৎ শিল্পী

samimsultana by samimsultana
October 22, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Pottery artists are busy making clay candles in Hirapara:পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে হীৰাপাৰাত মাটিৰ চাকি নির্মাণত ব্যস্ত মৃৎ শিল্পী
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Nalbari:কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ উজ্জ্বল নিদৰ্শন নলবাৰী বৰভাগৰ ৰাতুল ডেকাৰ

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

Pottery artists are busy making clay candles in Hirapara:

নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম নলবাৰীৰ কুলবিল হীৰাপাৰা চুবুৰিৰ মৃৎশিল্পী সকলে সম্প্রতি সমাগত পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে মাটিৰ চাকি নির্মাণত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

ADVERTISEMENT

শ-শ বছৰৰ পৰা বুঢ়াদিয়া নদীৰ পাৰত ৬০টা পৰিয়ালক লৈ হীৰাপাৰা চুবুৰিটোত মৃৎ শিল্পৰ সভ্যতাৰ ইতিহাস পোরা যায়। মাটিৰ-বাচন বৰ্তনৰ প্ৰয়োজনীয়তাক কুলবিল হীৰাপাৰাৰ পৰা পূৰণ হৈ আহিছে। চামতাৰ কুলবিল হীৰাপাৰাত যদিও হীৰা সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰি আহিছে আৰু হীৰা মাটিৰে বনোৱা বাচন-বর্তন তৈয়াৰ কৰি জীৱিকাৰ সন্ধান উলিয়াই লৈছে যদিও বৃহত্তৰ পশ্চিম নলবাৰীত হীৰা মাটি পোৱা নাযায়।

সেয়েহে কুলবিল হীৰাপাৰাৰ উপৰি নলবাৰী জিলাখনৰ হীৰা সম্প্ৰদায়ৰ লোকসকলে মৃৎ মাটি আন ঠাইৰ পৰা ক্ৰয় কৰি আনিব লাগে। নলবাৰী জিলাৰ মাটি মৃৎ শিল্পৰ বাচন-বর্তন নির্মাণৰ বাবে উপযুক্ত নহয়। সেয়েহে মৰিগাঁৱৰ বিশৰ দাঁতিৰ পৰা ক্রয় কৰিব লাগে।

মুকালমুৱাৰ দৰংগীপৰা, চামতা কুলবিলৰ হীৰাপাৰা, কৈহাটীত মৃৎ শিল্পৰ লগত জড়িত লোক আছে। এই মৃৎশিল্পৰ লগত জড়িত সকলৰ লোকসকলে একেলগে ট্রাক হিচাপত মৃৎ মাটি ক্ৰয় কৰি আনে। শিল্পীসকলে জনোৱা মতে, এখন ট্রাকৰ মৃৎ মাটিৰ দাম ২২-২৫ হেজাৰ টকা। সেয়েহে মৃৎশিল্পীসকলক বছৰেকত কিমান মৃৎ মাটিৰ প্রয়োজন তাৰ হিচাপ কৰি হীৰা সম্প্ৰদায়ৰ লোকসকলেও মাটিৰ পৰিমাণৰ ওপৰত টকা দিব লগা হয়।

উক্ত মৃৎ মাটি আনি হীৰা সম্প্রদায়ৰ লোকসকলে নিজৰ ঘৰৰ এঠাইত মাটিৰ তলত পুতি থয়। শেহতীয়াকৈ কুলবিল হীৰাপাৰাৰ মৃৎ শিল্প কৰ্মৰ লগত জড়িতসকলে পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে পাঁচ লাখ মাটিৰ চাকি নির্মাণত লাগি পৰিছে। হীৰাপাৰাৰ পুৰুষ, মহিলা, ঘৰৰ ল’ৰা-ছোৱালীসকলেও লক্ষ্যত উপনীত হোৱাৰ বাবে দিন-বাতি একাকাৰ কৰিছে।

কুলবিল হীৰাপাৰাৰ একাংশ মৃৎ শিল্পীয়ে জনোৱা মতে, নলবাৰী জিলাৰ পূৱ কালাকুছি, চৰিয়া, হীৰাপাৰাৰ একাংশ মৃৎ শিল্পৰ লগত জড়িত শিল্পীসকলৰ ভিতৰত মাইকন দাস, অকন দাস, অঞ্জলি দাস, মাইকন দাস, জয়ৰাম দাস, নিলকান্ত দাস, সূর্য দাস, ধৰ্মেশ্বৰ দাস, হেমন্ত দাস, অতুল দাস, অর্জুন দাস, বাসন্তী দাসে জানিব দি কয় যে হীৰাপাৰাৰ মৃৎ শিল্পৰ লগত জড়িতসকলৰ কোনো আধুনিকভাবে নির্মিত ‘জাত’ নাই।

সেয়েহে হাতেৰে মাটিৰ বাচন-বর্তন, চাকি আদি তৈয়াৰ কৰিব লাগে। যাৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন। সেইদৰে বতৰ ফৰকাল হ’লে মাটিৰে নিৰ্মিত বাচন বর্তনসমূহ ৰ’দত শুকাব পাৰিলে ভাল। ৰ’দত শুকাই লোৱা বাচন- বৰ্তনসমূহ বজাৰত উলিয়াই দিয়াৰ বাবে শেষ পর্যায়ত শুকান খেৰ, খৰি, গৰুৰ গোবৰৰ ভিতৰত সোমাই ইটাভাটাৰ দৰে পোৰা হয়।

দুই-তিনিদিন পাছত বাচন-বৰ্তনসমূহ বজাৰত নিব পৰা হয়। হীৰাপাৰাৰ হীৰা সম্প্ৰদায়ৰ মহিলাসকলে মৃৎ শিল্পৰ বাচন-বর্তন নিৰ্মাণৰ কামত নিপুণ। পুৰুষসকল মৃৎ বাচন-বর্তন বজাৰত নিয়াৰ কামত জড়িত থাকে। ইতিমধ্যে কুলবিল হীৰাপাৰাত লক্ষাধিক মাটিৰ চাকি তৈয়াৰ হৈ উঠিছে। আনহাতে, অঞ্চলটোৰ বিভিন্ন বজাৰত কুলবিল হীৰাপাৰাৰ মাটিৰ চাকিয়ে বজাৰো দখল কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HiraparaNALBARIPottery artists are busy making clay candles
samimsultana

samimsultana

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d