Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AWJF WORKSHOP:অসম মহিলা সাংবাদিক মঞ্চৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীক প্রশিক্ষণ

জলবায়ু পৰিৱৰ্তন আৰু লিংগ বিষয়ক বাতৰি পৰিবেশনৰ ওপৰত আলোকপাত

samimsultana by samimsultana
September 20, 2024
in Assam, India, News
Reading Time: 3 mins read
0
AWJF WORKSHOP:অসম মহিলা সাংবাদিক মঞ্চৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীক প্রশিক্ষণ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

হেকাৰৰ কৱলত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট

Liquor shop permits suspended:অৱশেষত বিশ্ববিদ্যালয়ৰ সমীপত সুৰা বিপণীৰ অনুমতি স্থগিত

Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সুৰাৰ বিপণীৰ অনুমতিক লৈ ক্ষোভৰ সৃষ্টি

AWJF WORKSHOP

অসম মহিলা সাংবাদিক মঞ্চই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত বৃহস্পতিবাৰে ‘জলবায়ু পৰিৱৰ্তন আৰু লিংগ বিষয়ক সংবাদ পৰিবেশন’ শীর্ষক প্রশিক্ষণ কার্যসূচী সম্পন্ন কৰে। শেহতীয়াভাৱে জলবায়ু পৰিৱৰ্তনে দেশৰ বিভিন্ন অঞ্চলত বিধ্বংসী প্ৰভাৱ পেলাইছে। উত্তৰ- পূৰ্বাঞ্চল আৰু অসমো বতৰ পৰিৱৰ্তনৰ ক্ষতিকাৰক প্ৰভাৱৰ সম্মুখীন হৈছে। এই পৰিৱেশত জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ ফলত জীৱকুলে সম্মুখীন হোৱা ক্ষতিকাৰক প্ৰভাৱ আৰু লিংগ সম্পৰ্কীয় জলবায়ু পৰিৱৰ্তন আৰু লিংগ বিষয়ক বাতৰি পৰিবেশনৰ বাবে প্রয়োজনীয় কিছুমান নির্দিষ্ট দক্ষতা আৰু জ্ঞানৰ ওপৰত আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্রশিক্ষণ কালত এডব্লিউজেএফৰ সমল ব্যক্তিসকলে আলোকপাত কৰে।

ADVERTISEMENT

যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড° ভাৰতী ভৰালীয়ে সমল ব্যক্তিসকলক আদৰণি জনায় আৰু সংগঠনটোৰ এনে পদক্ষেপক প্রশংসা কৰে। এডব্লিউজেএফৰ সভাপতি তথা পিটিআইৰ ব্যুৰ’ চীফ দুর্বা ঘোষে নতুনকৈ গঠিত সাংবাদিক সংগঠনটোৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে আৰু কয় যে এই সুদীর্ঘ বছৰৰ পাছত অসমৰ মূলসুঁতিৰ সংবাদ মাধ্যমত এগৰাকী মহিলা সম্পাদক নাই। তেওঁ কয়, ‘আমি ইয়াৰ পৰিৱৰ্তন হোৱাটো বিচাৰো, আশা কৰো অনাগত ১০ বছৰত আমাৰ এই আশা পূৰণ হ’ব।

বিশ্ববিদ্যালয়ৰ ফেকাল্টি অৱ আৰ্টছৰ ডীন জয়ন্ত কৃষ্ণ শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সম্পাদক ধ্ৰুৱজ্যোতি চহৰীয়াই প্রশিক্ষণ কাৰ্যসূচীৰ আৰম্ভণিৰ অনুষ্ঠানত উপস্থিত থাকে আৰু তেওঁলোকৰ মন্তব্য প্রকাশ কৰে। আজি প্রশিক্ষণ কালত সমল ব্যক্তিসকলে জলবায়ু পৰিৱৰ্তনৰ বলি হোৱা স্থানীয় জনসমষ্টিৰ বিষয়ে কয় আৰু দুৰ্গতসকলে কিদৰে এই পৰিৱৰ্তনৰ ক্ষতিকাৰক দিশৰ স’তে মোকাবিলা কৰিছে সেই বিষয়েও উল্লেখ কৰে।

এডব্লিউজেএফৰ উপ-সভাপতি তথা ‘দৈনিক অগ্রদূত’ কাকতৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদে লিংগ বৈষম্যৰ বিষয়ে সংবাদ পৰিবেশন কৰোতে লক্ষ্য কৰিবলগীয়া দিশসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে এজন সাংবাদিকে সমাজৰ চিন্তা আৰু কাৰ্যকলাপৰ গতি নিৰ্ণয়ত গুৰুতৰ ভূমিকা পালন কৰিব পাৰে। তৃণমূল পৰ্যায়ৰ পৰা লিংগ সংবেদনশীল বাতৰি পৰিবেশনৰে দেশৰ নীতি নির্ধাৰকসকলক সুস্থ নীতি বলবৎ কৰিবলৈ আৰু লিংগ অসমতাৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিবলৈ প্ৰশাসনৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে সংবাদ মাধ্যমে।

তদুপৰি তেওঁ কয় যে মহিলাসকলে আজিও বিভিন্ন কৰ্মক্ষেত্ৰত লিংগ বৈষম্যৰ বলি হৈ সমান কামৰ বিনিময়ত সম মজুৰি লাভ নকৰাটো উদ্বেগৰ বিষয়। সংবাদ মাধ্যমসমূহত লিংগ সংবেদনশীল বাতৰি পৰিবেশনৰ ওপৰত অগ্ৰাধিকাৰ দিব লাগিব বুলি জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে কয়।

ইপিনে, জ্যেষ্ঠ সাংবাদিক মুবিনা আখতাৰ আৰু ৰত্না ভৰালীয়ে এই বিষয়ৰ প্ৰাসংগিকতা দাঙি ধৰিবলৈ তেওঁলোকে প্ৰস্তুত কৰা প্ৰতিবেদনৰ কিছুমান অংশৰ ব্যাখ্যা দাঙি ধৰে। অসমৰ ঐতিহ্যসম্পন্ন মুগা শিল্পৰ ওপৰত বতৰ পৰিৱৰ্তনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে কয় আখতাৰে। ভৰালীয়ে আনহাতে শেহতীয়াভাৱে বতৰ পৰিৱৰ্তনৰ ফলত হোৱা গৃহহাৰা শ্ৰমজীৱী লোক আৰু গ্রামাঞ্চলত কিদৰে দই জীৱন-জীৱিকাক প্ৰভাৱিত কৰিছে সেই বিষয়ে ব্যাখ্যা আগবঢ়ায়।

সাংবাদিক অংগনা চক্ৰৱতীয়ে ‘দহনৰ অসমতা’ৰ ওপৰত আলোকপাত কৰে। তেওঁ জলবায়ু পৰিৱৰ্তনে কিদৰে বিপদমুখৰ জনসমষ্টিৰ মহিলাসকলক অসমানুপাতিকভাবে ক্ষতিগ্রস্ত কৰে আৰু তেওঁলোকে কৰা মোকাবিলাৰ বিষয়ে কয় আৰু এই ক্ষেত্ৰত সাংবাদিক চক্রৱতীয়ে গ্ৰাম্য আৰু নগৰীয়া প্রেক্ষাপটত এনে ধৰণৰ বাতৰি পৰিবেশনৰ বিভিন্ন পন্থাৰ ওপৰত আলোকপাত কৰিবলৈ দুটা লেখনিও উপস্থাপন কৰে।

আন এগৰাকী সাংবাদিক চন্দ্রানী সিনহাই বিশ্বৰ প্রেক্ষাপটত স্থানীয় বাতৰিৰ বিষয়ে কয় আৰু জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ মোকাবিলাৰ বাবে প্ৰস্তুতি আদিৰ কথা উল্লেখ কৰে। শেহতীয়া বাংলাদেশৰ উদাহৰণ দাঙি ধৰি কিদৰে ৰাজনৈতিক অস্থিৰতাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ বিত্তীয় পৃষ্ঠপোষকতাত উদ্ভৱ হ’ব পৰা জটিলতাৰ বিষয়ে কয়।

এডব্লিউজেএফে গ্ৰহণ কৰা পদক্ষেপৰ লক্ষ্য হৈছে শ্ৰেণীকোঠা আৰু বাতৰি প্ৰস্তুতৰ মাজত থকা ব্যৱধান দ্রুত আঁতৰৰ এক প্রয়াস যাতে ছাত্র-ছাত্রীসকলে আধুনিক সাংবাদিকতাৰ প্ৰত্যাহ্বানসমূহ অধিক দক্ষতাৰে গ্ৰহণ কৰিব পাৰে। আজি প্রশিক্ষণৰ সমল ব্যক্তিসকল উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্র্য, বতৰ পৰিৱৰ্তন, লিংগ বৈষম্য, বন্যপ্রাণী, জলবায়ু পৰিৱৰ্তন আদিৰ বিষয়ে বিগত সুদীর্ঘ বছৰ ধৰি সংবাদ পৰিবেশনৰ অভিজ্ঞতাপুষ্ট তথা বঁটাপ্রাপক সাংবাদিক। তেওঁলোক হৈছে পিটিআইৰ ব্যুৰ’ চীফ দুৰ্বা ঘোষ, ‘দৈনিক অগ্রদূত’ কাকতৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদ আৰু জ্যেষ্ঠ সাংবাদিক মুবিনা আখতাৰ, ৰত্না ভৰালী তালুকদাৰ, চন্দ্ৰানী সিনহা আৰু অংগনা চক্রবর্তী।

অসম মহিলা সাংবাদিক মঞ্চ হৈছে ৰাজ্যৰ মহিলা সাংবাদিকসকলৰ এক নেটৱৰ্ক যিয়ে সংবাদ মাধ্যমত নতুনকৈ প্ৰৱেশ কৰা সকলৰ পেছাদাৰী বিকাশৰ লগতে দক্ষতা বৃদ্ধিৰ প্ৰয়াস কৰে। এডব্লিউজেএফৰ বিভিন্ন উদ্দেশ্যৰ ভিতৰত আছে বিভিন্ন মাছ কমিউনিকেচন বিভাগৰ স’তে সমন্বয় ৰক্ষা কৰি বিদ্যায়তনিক ক্ষেত্ৰ আৰু সংবাদ প্রতিষ্ঠান আদিৰ মাজত থকা ব্যৱধান হ্ৰাসৰ বাবে তথা সংবাদ মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা বিকাশৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা আদি। এই কার্যসূচীত এডব্লিউজেএফৰ সাধাৰণ সম্পাদক নাছৰিন হাবিবে এনে সুন্দৰ আয়োজনৰ বাবে বিভাগীয় কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Awjf WorkshopDept' OF Communication And JournalismGuwahati University
samimsultana

samimsultana

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d