Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rupee fell against the dollar:ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ পতনে সৃষ্টি কৰিলে অভিলেখ

শ্বেয়াৰ বজাৰৰ খহনীয়াক দায়ী কৰিলে বিশেষজ্ঞই,ভাৰতীয় অৰ্থনীতিৰ শোচনীয় অৱস্থাকে সূচালে বুলি সৰৰ বিৰোধীপক্ষ

samimsultana by samimsultana
November 1, 2024
in India, News
Reading Time: 2 mins read
0
Rupee fell against the dollar:ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ পতনে সৃষ্টি কৰিলে অভিলেখ
1
SHARES
13
VIEWS
ShareShareShareShare

Rupee fell against the dollar:

কংগ্ৰেছকে ধৰি একাংশ বিৰোধী দলে সম্প্রতি দেশৰ অর্থনীতিৰ অৱস্থা শোচনীয় বুলি সৰৱ হৈ অহাৰ সময়তে মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ পতনে সর্বকালৰ অভিলেখ ভংগ কৰিছে।

ADVERTISEMENT

বৃহস্পতিবাৰৰ দীপাৱলীৰ দিনটোত এক মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৪.০৯২৫ টকা হয়। ইয়াৰ পূর্বে কোনোকালে ডলাৰ-টকাৰ মাজত এনে ব্যৱধান সৃষ্টি হোৱা নাছিল।

RelatedPosts

পুনৰ দেশত হ’ব নেকি বিমুদ্ৰাকৰণ ? ৫০০ টকাৰ নোট নিষিদ্ধ কৰাৰ আহ্বান নাইডুৰ 

RBI:ৰিজার্ভ বেংকৰ সুতৰ হাৰ কর্তনে নেপেলালে প্ৰভাৱ: শ্বেয়াৰ বজাৰত প্ৰচণ্ড খহনীয়া

Country still has Rs 7,581 Crore worth of Rs 2,000 notes in its hands:RBI :এতিয়াও ৭,৫৮১ কোটি টকাৰ দুহেজাৰৰ নোট আছে দেশবাসীৰ হাতত !

গতিকে এই পতনে অভিলেখ সৃষ্টি কৰিছে। আনহাতে, ডলাৰ আৰু টকাৰ মূল্যৰ মাজত এনে বৃহৎ ব্যৱধান সৃষ্টি হোৱাৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰৰ শেহতীয়া খহনীয়াক একাংশ বিশেষজ্ঞই দায়ী কৰিছে।

লক্ষ্যণীয় যে চলিত অক্টোবৰৰ অধিকাংশ দিনতে শ্বেয়াৰ বজাৰত খহনীয়াৰ সৃষ্টি হয়। ফলত বিনিয়োগকাৰীসকলে প্রায় প্রতিদিনে লাখ লাখ কোটি টকাৰ লোকচান ভৰে। ভাৰতীয় শ্বেয়াৰ বজাৰৰ এনে খহনীয়াৰ মাজতে বিদেশী বিনিয়োগকাৰীয়ে কমেও ৬০ হেজাৰ কোটি টকা বজাৰৰ পৰা প্ৰত্যাহাৰ কৰি চীনলৈ লৈ যোৱা বুলিও বাতৰি প্ৰচাৰ হৈছে।

তদপুৰি অহা পাঁচ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মার্কিন ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰভাৱতো শ্বেয়াৰ বজাৰত অস্থিৰতাৰ সৃষ্টি হৈছে বুলি একাংশ বিশেষজ্ঞই মতপোষণ কৰিছে। এই সম্পৰ্কত এটা বেচৰকাৰী বেংকৰ শ্বেয়াৰত বিনিয়োগ কৰা এজন লোকে কয়, ‘বিগত কিছুদিন ধৰি ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্রাস পাই আহিছে।

বৃহস্পতিবাৰেও এই ধাৰা অব্যাহত থাকে। এই পতন ৰোধৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্রুতি দিছে।’ ইতিমধ্যে টকাৰ মূল্য হ্রাস ৰোধৰ উদ্দেশ্যে বিগত দুসপ্তাহ ধৰি ৰিজার্ভ বেংকে ডলাৰ বিক্ৰী কৰে। ফলত এছিয়াৰ আন দেশসমূহৰ মুদ্ৰাৰ তুলনাত ভাৰতীয় টকাৰ মূল্য ডলাৰৰ বিপৰীতে উন্নত হৈ আছে।

অর্থাৎ ভাৰতীয় টকাৰ পতনৰ হাৰ তুলনামূলকভাৱে কম। আনহাতে, একাংশ বিশেষজ্ঞই দাবী কৰা অনুসৰি, আগন্তুক পাঁচ নৱেম্বৰৰ মার্কিন ৰাষ্ট্ৰপতি নির্বাচনত প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প জয়ী হ’লে ডলাৰ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে । যদি ট্রাম্প জয়ী হয়, তেতিয়া টকাৰ মূল্যৰ অধিক পতন ঘটিব পাৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indian Share MarketRBIRupee fell against the dollar
samimsultana

samimsultana

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d