Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

    শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে

    এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

    এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

    বহু গুৰুত্বপূৰ্ণ কথাই স্পষ্ট নকৰিলে ছিংগাপুৰ নিৱাসী জুবিনৰ ঘনিষ্ঠ বন্ধুৱে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Rupee Falls:ভাৰতীয় টকাৰ বিপৰ্যয় অব্যাহত !

৯২ হ'ল ডলাৰৰ বিপৰীতে

publisher by publisher
January 24, 2026
in National
Reading Time: 1 min read
0
Rupee Falls:ভাৰতীয় টকাৰ বিপৰ্যয় অব্যাহত !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ডিজিটেল বিত্তীয় প্রৱঞ্চনা প্ৰতিৰোধৰ চিন্তা-চৰ্চা আৰবিআইৰ

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে পুণৰ ল’ব ঋণ !

CM Himanta Viswa Sarma:হিমন্ত চৰকাৰে আকৌ ল’ব ঋণ !

Rupee Falls:

মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৪০ টকা কৰাৰ প্রতিশ্রুতি দিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দিনত ভাৰতীয় টকাৰ পতনে নিতৌ ন ন অভিলেখ স্থাপন কৰিছে। এনে অৱস্থাত দেশৰ অর্থনীতি ভয়াৱহ বিপৰ্যয়ৰ দিশে অগ্ৰসৰ হৈছে বুলি একাংশ অর্থনীতিবিদে আশংকা কৰিছে।

ADVERTISEMENT

আনকি আজি এক মার্কিন ডলাৰৰ মূল্য ভাৰতীয় মুদ্রাত ৯২ টকা পর্যন্ত হয়। আজিৰ দিনটোৰ আৰম্ভণিতে টকাৰ এই মহাপতন ঘটে। অৱশ্যে সন্ধিয়ালৈ পৰিস্থিতি কিছু উন্নত হৈ ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৯১.৮৮ টকা হয়। তৎসত্ত্বেও পৰিস্থিতি শোচনীয় হৈ আছে। একাংশ অর্থনীতিবিদে আঙুলিয়াই দিছে যে টকাৰ এই শোচনীয় অৱস্থাৰ প্ৰভাৱত বিভিন্ন সা-সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে গগন স্পৰ্শ কৰাৰ আশংকা আছে। অর্থনীতিবিদৰ মতে টকাৰ মূল্যৰ এই উদ্বেগজনক পতনৰ আঁৰত আছে ভাৰতৰ বজাৰৰ্ত বিদেশী বিনিয়োগকাৰীসকলৰ বিনিয়োগ প্রত্যাহাৰ, মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ শুল্ক হেঁচা, বিশ্বৰ বজাৰৰ অনিশ্চয়তা। আজি মুদ্রা বিনিময় বজাৰত ভাৰতীয় টকাৰ মূল্য প্ৰথম অৱস্থাত ৯১.৪৫ টকা আছিল। সময় আগবঢ়াৰ লগে লগে এই পতন অধিক বৃদ্ধি পাই ৯২ টকা হয়। অৱশ্যে ইয়াৰ কিছু সময়ৰ পাছতে পৰিস্থিতি কিছু উন্নত হৈ ভাৰতীয় মুদ্রাৰ মূল্য ৯১.৮৮ টকা হয়।

উল্লেখ্য যে যোৱা বছৰৰ পৰা ভাৰতীয় মুদ্ৰাৰ মূল্যৰ পতনে ভয়াৱহ ৰূপ লৈছে। আনকি চলিত বছৰটোৰ প্ৰথম ২৩ টা দিনতে টকাৰ মূল্য দুশ পইচা বা দুই শতাংশৰো অধিক হ্রাস পাইছে। ভাৰতীয় মুদ্ৰাৰ মূল্যৰ এই মহাপতন সম্পৰ্কত অনুজ চৌধুৰী নামৰ বিশ্লেষকজনে কয়, ‘বিদেশী বিনয়োগকাৰীৰ বিনিয়োগ প্রত্যাহাৰ, বিশ্বৰ বজাৰত অনিশ্চয়তা আদি কাৰকৰ প্ৰভাৱত টকাৰ মূল্য এনেদৰে অৱনমন ঘটিছে। ইয়াৰ বিপৰীতে ডলাৰ অধিক শক্তিশালী হ’বলৈ ধৰিছে।’

লক্ষ্যণীয় যে কেৱল টকাৰ মূল্যৰ পতনে নহয়, শেহতীয়াভাৱে ভাৰতৰ শ্বেয়াৰ বজাৰতো খহনীয়াৰ সৃষ্টি হৈছে। আজি বম্বে শ্বেয়াৰ বজাৰৰ সূচকাংক ছেনছেক্সৰ ৭৬৯.৬৭ পইণ্টৰ পতন ঘটে। ফলত আজি সন্ধিয়া ছেনছেক্স ৮১,৫৩৭.৭০ হয়। একেদৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিফটিৰো ২৪১.২৫ পইণ্টৰ অৱনমন ঘটি ২৫,০৪৮.৬৫ হৈছে। ফলত বিনিয়োগকাৰীসকলে লাখ লাখ কোটি টকাৰ লোকচান ভৰিবলগীয়া হৈছে। আনহাতে, আজি বিশ্বৰ বজাৰৰ্ত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১.০৩ শতাংশ বৃদ্ধি পাই ৬৪.৭২ ডলাৰ অৰ্থাৎ ৫,৯৪৬.৪৭ টকা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: RBIRupee FallsRupee fell against the dollar
publisher

publisher

Related Posts

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d