Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Bangladesh will be plunged into darkness if the Adani Power Group is not paid :ভাৰতীয় আগশাৰীৰ উদ্যোগপতিৰ হুংকাৰ

শীৰ্ঘেই বকেয়া ধন পৰিশোধ নকৰিলে অন্ধকাৰত ডুব যাব বাংলাদেশ, ধন আদায় ডেট লাইন বান্ধি দিলে ৭ নৱেম্বৰ

samimsultana by samimsultana
November 4, 2024
in International
Reading Time: 2 mins read
0
Bangladesh will be plunged into darkness if the Adani Power Group is not paid :ভাৰতীয় আগশাৰীৰ উদ্যোগপতিৰ হুংকাৰ
1
SHARES
11
VIEWS
ShareShareShareShare

Bangladesh will be plunged into darkness if the Adani Power Group is not paid :

ভাৰত তথা বিশ্বৰ এজন আগশাৰীৰ উদ্যোগপতিৰ ওচৰত ধৰুৱা চুবুৰীয়া ক্ষুদ্ৰ দেশ বাংলাদেশ ৷  দেশ খনলৈ বহুবছৰ বিদ্যুত যোগান ধৰি আহিছিল উদ্যোগ পতিজনৰ অধীনস্থ প্ৰতিষ্ঠানটোৱে ৷

ADVERTISEMENT

উল্লেখ্য যে বাংলাদেশৰ ক্ষমতাধিষ্ঠ শ্বেখ হাছিনা ক্ষমতাচ্যুত হৈ দেশান্তৰিত হোৱাৰ পিছত শেহতীয়াকৈ দেশখনৰ শাসনত অধিষ্ঠিত হয় শান্তি নবেল বঁটা প্ৰাপক মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰ । চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছৰে পৰা চৰম অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰ ।

RelatedPosts

Adani Power:অসমে সৰ্বাধিক নিৰিখ আদানী পাৱাৰৰ পৰা কিনিব বিদ্যুৎ

আনহাতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে বিদ্যুত সংকটত আন এক বিপদৰ সন্মুখীন মহম্মদ ইউনুছ ৷ স্মতৰ্ৱ্য যে,শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত আৰু বৰ্তমানলৈকে বিদ্যুত যোগান দি আহিছে ভাৰতৰ শীৰ্ষ ধনকুবেৰ গৌতম আদানীৰ ‘আদানী পাৱাৰো গ্ৰুপে ৷

adani 2কিন্ত শেহতীয়াকৈ বকেয়া ৮৫০ মিলিয়ন ধন বিচাৰি আদানী পাৱাৰ গ্ৰুপে বাংলাদেশক ডেট লাইন বান্ধি দিলে ৩১অক্টোবৰ ৷ উল্লিখিত ডেট লাইন বান্ধি দিয়াৰ পিছতো মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে কোনো কৰ্ণপাত নকৰাত এইবাৰ চুড়ান্ত দিন বান্ধি দিলে ৭ নৱেম্বৰ ৷

উক্ত দিনৰ ভিতৰত বকেয়া সমুদায় ধন পৰিশোধ নকৰিলে আদানী পাৱাৰো গ্ৰুপে বাংলাদেশলৈ দি অহা বিদ্যুত যোগান বন্ধ কৰি দিব ৷ কাৰ্যত অন্ধকাৰত ডুব যাব চুবুৰীয়া দেশখন ৷ ইতিমধ্যেই দৈনিক দি অহা ১৪শ মেগাৱটৰ পৰা কৰ্তন কৰি আহিছে বিদ্যুত যোগান ৷ যাৰবাবে যোৱা এটা পষেক দিন ধৰি ব্যাপক লোড শ্বেডিং হৈছে ৰাজধানী ঢাকা সহ বহু কেইখন জিলা- উপ- জিলাত।

এনেক্ষেত্ৰত মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে ৭ নৱেম্বৰৰ ভিতৰত বকেয়া ৮৫০ মিলিয়ন ডলাৰ ‘আদানী পাৱাৰ গ্ৰুপ’ক দিবলৈ সক্ষম হ’বনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Adani PowerBangladesh Power CricisMd yunus Govt.
samimsultana

samimsultana

Related Posts

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

March 9, 2026
চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

চাকৰিত চাটাইৰ পাছত আমেৰিকাত চাহ বিক্রী আৰম্ভ কৰিলে ভাৰতীয় যুৱকে

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ
News

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

March 9, 2026
ইজৰাইলী এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিল তেহৰান

March 8, 2026
পশ্চিম এছিয়াত সংঘাত তীব্ৰ, বেইৰুটত ইজৰাইলী আক্ৰমণত নিহত চাৰি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d