GH court heard the case of felling of trees in Dighalipukhuri:
➡️ দীঘলীপুখুৰীত গছ কটাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল ৷
ADVERTISEMENT
➡️ পিআই এল দাখিল কে’বা গৰাকী জ্যেষ্ঠ নাগৰিকৰ ৷
➡️ আজি পিআই এল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি ৷
➡️ শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ ৰাজ্য চৰকাৰক ৷
➡️ দীঘলীপুখুৰীৰ গছ কটাক লৈ ৰাজ্য চৰকাৰক শপতনামাযোগে সকলো তথ্য ন্যায়ালয়ত দাখিলৰ নির্দেশ ৷
➡️ ১৩ নৱেম্বৰত পুনৰ হ’ব শুনানি ৷