Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

    ‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

    Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

    এডভান্টেজ কাৰ ?

    এডভান্টেজ কাৰ ?

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Violence:মিছা তথ্যৰে উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালনা মণিপুৰ চৰকাৰৰ

সৰৱ বিজেপিসহ ৰাজ্যৰ সকলো কুকি-জো বিধায়ক, আমি কেতিয়াও মুখ্যমন্ত্রী বীৰেন সিঙৰ স'তে বৈঠকত মিলিত হোৱা নাই, মিছা তথ্যৰে উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালনা মণিপুৰ চৰকাৰৰ

samimsultana by samimsultana
November 12, 2024
in India, News
Reading Time: 3 mins read
0
Manipur Violence:মিছা তথ্যৰে উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালনা মণিপুৰ চৰকাৰৰ
1
SHARES
10
VIEWS
ShareShareShareShare

Manipur Violence:

মণিপুৰত শান্তি আলোচনাৰ নামত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগত সৰৱ হৈছে ১০ জন কুকি-জো সম্প্ৰদায়ৰ বিধায়ক। শাসকীয় বিজেপিসহ সকলো দলৰ বিধায়কে কুকি সকলৰ বাবে সুকীয়া পৃঠক প্ৰশাসনৰ দাবী উত্থাপন কৰে।

ADVERTISEMENT

তেওঁলোকে কয়,যে উচ্চতম ন্যায়ালয়ত যোৱা আঠ নৱেম্বৰৰ এক শুনানিত ভাৰতৰ ছলিচিটৰ জেনেৰেলে কয় যে মুখ্যমন্ত্রী এন বীৰেন সিঙে ৰাজ্যত শান্তি পুনৰ প্ৰতিষ্ঠাৰ বাবে সকলো কুকি বিধায়কৰ স’তে বৈঠকত মিলিত হৈছে। মুখ্যমন্ত্রী সিঙৰ তীক্ষ্ণ সমালোচক পাউলিয়েনলাল হাওকিপে বিধায়কৰ স্বাক্ষৰ কৰা এক বিবৃতিত এই কথা প্রকাশ কৰি ইয়াক সম্পূর্ণ মিথ্যাচাৰ বুলি জাঙুৰ খাই উঠে বিধায়কসকল। অৱশ্যে মণিপুৰ চৰকাৰৰ মতে গোষ্ঠী সংঘৰ্ষত জৰ্জৰ ৰাজ্যখনত শান্তি প্রক্রিয়া ব্যাহত কৰিবলৈ উদ্দেশ্য প্রণোদিতভাৱে বিকৃত অ’ডিঅ’ টেপৰ জৰিয়তে অপপ্ৰচাৰ চলোৱা হৈছে।

RelatedPosts

Manipur Chief Minister’s revolt against party ministers and MLAs:শাসকীয় পক্ষত উমি উমি জ্বলিছে ক্ষোভৰ জুই মণিপুৰত মুখ্যমন্ত্রী হটাও অভিযান

Congress protests by burning candles: মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ মম জ্বলাই প্ৰতিবাদ

Manipur Jiribam Unrest: Youth Killed In Firing, Two Injured During Mob Clash: হিংসাৰ জুইত দগ্ধ মণিপুৰ

উল্লেখ্য যে বিবৃতিত কুকি-জো বিধায়কসকলে কয় যে উচ্চতম ন্যায়ালয়ত চৰকাৰী অধিবক্তাৰ ভাষ্য সম্পূর্ণ মিথ্যাচাৰ আৰু ইয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয়ক ভুল পথেৰে পৰিচালিত কৰাৰ চেষ্টা চলোৱা হৈছে। কিয়নো মুখ্যমন্ত্রী সিঙে বিগত ১৮মাহ ধৰি বিধায়কসকলক কোনো দিনে সাক্ষাৎ কৰা নাই অথবা বৈঠকত মিলিত হোৱা নাই। মণিপুৰত গোষ্ঠী সংঘৰ্ষৰ সূচনা হোৱাৰ সময়ৰে পৰা আজি পর্যন্ত মুখ্যমন্ত্রী সিঙে এই বিধায়কসকলক কোনোদিনে সাক্ষাৎ কৰা নাই বুলি তেওঁলোকে কয়।

বিবৃতিত কুকি-জো বিধায়কসকলে এইদৰে কয়, ‘আমি পুনৰ স্পষ্ট কৰি দিব বিচাৰো যে আমি ২০২৩ৰ তিনি মে’ব পৰা আজি পর্যন্ত কেতিয়াও মুখ্যমন্ত্রী বীৰেন সিঙৰ স’তে কোনো ধৰণৰ বৈঠকত মিলিত হোৱা নাই অথবা তেওঁৰ স’তে ভৱিষ্যতেও বৈঠকত মিলিত হোৱাৰ আমাৰ কোনো উদ্দেশ্য বা ইচ্ছা নাই, কিয়নো ইম্ফল উপত্যকাত আমাৰ মানুহৰ বিৰুদ্ধে হিংসা আৰু নৃ-গোষ্ঠীয় সংহাৰৰ আঁৰৰ মাষ্টাৰ মাইণ্ডজন তেৱে আজি পর্যন্ত এই ঘটনা অব্যাহত আছে। শেহতীয়াভাৱে চলিত বৰ্ষৰ যোৱা সাত নবেম্বৰত অতি নৃশংসভাবে জচাংকিম মাৰ নামৰ মহিলা গৰাকীক হত্যা কৰি জ্বলাই দিয়া হৈছে।’

উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰীক্ষণত সম্পূর্ণ হোবা কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ আইবিৰ এক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে যোৱা অক্টোবৰত দিল্লীলৈ গৈছিল মণিপুৰৰ একাংশ বিধায়ক। অৱশ্যে এই বৈঠকখনত শাস্তি প্ৰতিষ্ঠাৰ বাবে মণিপুৰৰ সকলো বিধায়কৰ স’তে গৃহমন্ত্রী শ্বাহ মিলিত হ’ব বুলি কোৱা হয় যদিও দিল্লীলৈ যোৱা কুকি-জো সম্প্ৰদায়ৰ বিধায়কসকলে মেইটেইসকলৰ স’তে বৈঠকত একেলগে উপস্থিত নাছিল।

পৰিৱৰ্তে তেওঁলোকে গৃহ মন্ত্রণালয়ৰ বিষয়াসকলৰ স’তে পৃথককৈ বৈঠকত মিলিত হয়। উল্লেখ্য যে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কুকি সংগঠনে এটা অডিঅ’ ক্লিপৰ আধাৰত গোষ্ঠী সংঘর্ষত মূল ভূমিকা পালনৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত ইয়াৰ তদন্তৰ বাবে আদালতৰ নিৰীক্ষণত বিশেষ তদন্তকাৰী দল (এছআইটি) গঠনৰ বাবে আবেদন দাখিল কৰিছে। এই আবেদন মর্মে এইবোৰ ‘লীক’ হোৱা অডিঅ’ টেপৰ সত্যাসত্য পৰীক্ষা কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰ আদি দাখিলৰ বাবে যোৱা শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কুকি সংগঠনলৈ দিয়া নির্দেশৰ পাছতে আজি কুকি-জো সম্প্ৰদায়ৰ বিধায়কসকলে বিবৃতি প্রকাশ কৰে। গৃহ মন্ত্রণালয়ে গঠন কৰা এক তদন্ত আয়োগত এই টেপবোৰ দাখিল কৰা হয়।

মণিপুৰ চৰকাৰে আনহাতে কয় যে হিংসাজৰ্জৰ ৰাজ্যখনত শান্তি প্রক্রিয়া ব্যাহত কৰিবলৈ উদ্দেশ্যপ্রণোদিতভাৱে বিকৃত ৰূপত অডিঅ’ টেপ প্ৰচাৰ কৰা হৈছে। সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে এনে বিকৃত ৰূপত অডিঅ’ টেপ প্ৰচাৰ কৰা হৈছে। যোৱা সাত আগষ্টত কুকি ছাত্র সংগঠন (কেএছঅ’)-এ এই অডিঅ’ ক্লিপৰ এটা অংশ ৰাজহুৱা কৰাৰ সময়তে মণিপুৰ চৰকাৰে এই অভিযোগ নস্যাৎ কৰিছে। ইয়াৰ পাছত এই সম্পর্কে প্রকাশিত বাতৰিও মণিপুৰ চৰকাৰে নস্যাৎ কৰে।

চৰকাৰে এক বিবৃতিত কয় যে এইদৰে বিকৃত অডিঅ’ ক্লিপৰ জৰিয়তে অসত্য বাতৰি আৰু অপ্ৰচাৰ বিয়পোৱাৰ ঘটনাক চৰকাৰে হিংসা আৰু সম্প্রদায়সমূহৰ মাজত অবিশ্বাস বিয়পোৱাৰ দৰে ৰাষ্ট্ৰবিৰোধী কার্যকলাপ ৰূপে গণ্য কৰে। উল্লেখ্য যে আজি পর্যন্ত মণিপুৰত হিংসাত্মক ঘটনাত গৃহহাৰা হোৱা লোকসকল ঘৰলৈ উভতিব পৰা নাই। কোনো এটা সম্প্ৰদায়ৰ মানুহেই নিজ গৃহলৈ আহি সংস্থাপিত হোৱাৰ পৰিৱেশ এতিয়াও গঢ় লোৱা নাই।

কুকি-জো বিধায়কসকল আৰু কুকি নাগৰিক সমাজৰ অভিযোগ অনুসৰি বীৰেন সিঙে পদত্যাগ নকৰা পৰ্যন্ত আলোচনা সম্ভৱ নহয়। মন কৰিবলগীয়া যে কুকি নেতাসকলে দৃঢ়স্থিতি পোষণ কৰি কয় যে পৃথক প্রশাসন প্রদান কৰি সমস্যাৰ সমাধান কৰিব লাগে। ইয়াৰ পাছতে আশ্রয় শিবিৰত থকা হেজাৰ হেজাৰ লোকক ঘৰলৈ ওভতাই অনাৰ বিষয়ে আলোচনা কৰিব পৰা যাব। ইপিনে, ইয়াৰ বিৰোধিতা কৰি মেইটেই সম্প্ৰদায়ৰ নেতাসকলে কয় যে কুকিসকলে পৃথক গৃহভূমিৰ দাবীৰ পৰিকল্পনা ৰচিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm N Biren SingManipur ViolenceMeitei-Kuki-Naga MLAs
samimsultana

samimsultana

Related Posts

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

May 12, 2025
‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?
India

‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

May 12, 2025
Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট
News

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

May 12, 2025
এডভান্টেজ কাৰ ?
News

এডভান্টেজ কাৰ ?

May 12, 2025
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d