Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Meitei-Kuki-Naga MLAs will meet in Delhi today for talks:আজি দিল্লীত আলোচনাত মিলিত হ’ব মেইটেই-কুকি-নগা বিধায়কবর্গ

অৰাজক মণিপুৰৰ শান্তি-সূত্ৰ উলিওৱাৰ উদ্যোগ, বিধায়ক- মন্ত্রীসকলক কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ ব্যক্তিগত পত্ৰৰে আমন্ত্ৰণ

samimsultana by samimsultana
October 15, 2024
in India, News
Reading Time: 2 mins read
0
Meitei-Kuki-Naga MLAs will meet in Delhi today for talks:আজি দিল্লীত আলোচনাত মিলিত হ’ব মেইটেই-কুকি-নগা বিধায়কবর্গ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

মণিপুৰত নগা-কুকিৰ সংঘৰ্ষৰ পৰিণতিত সেনাসহ ২০ অপহৃত

Himanta Viswa Sarma:জুবিন গাৰ্গৰ জন্মদিনাই আহিল ভাল খবৰ

মণিপুৰ-ম্যানমাৰ সীমান্তত পুনৰ উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰিছে যুটীয়া বাহিনীয়ে

Meitei-Kuki-Naga MLAs will meet in Delhi today for talks:

এবছৰতকৈ অধিক দিন ধৰি অশান্ত হৈ থকা মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ উদ্দেশ্যে অৱশেষত এক কাৰ্যকৰী পদক্ষেপ গ্রহণ কৰিলে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে। এই পদক্ষেপৰ আধাৰত মঙলবাৰে দিল্লীত এক যৌথ আলোচনাত মিলিত হ’ব ৰাজ্যখনৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ একাংশ বিধায়ক।

ADVERTISEMENT

আজিৰ বহু প্ৰত্যাশিত এই আলোচনাই হ’ব যুযুধান হৈ থকা মেইটেই, কুকি আৰু নগা বিধায়কসকলৰ প্ৰথমখন যৌথ আলোচনা। কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ তত্ত্বাৱধানত অনুষ্ঠিত হ’ব লগা এই আলোচনাৰ জৰিয়তে মণিপুৰৰ বাবে শান্তি-সূত্র উলিওৱাৰ প্ৰয়াস কৰা হ’ব বুলি সূত্রই জনাইছে। সূত্ৰই প্ৰকাশ কৰা অনুসৰি উক্ত আলোচনাত তিনিজন নগা বিধায়কে অংশগ্রহণ কৰাটো নিশ্চিত। অৱশ্যে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ কিমানজন বিধায়কে অংশ ল’ব সেয়া বর্তমানলৈ নিশ্চিত হোৱা নাই।

অৱশ্যে এক সূত্ৰৰ মতে, আলোচনাত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে একাংশ মেইটেই সম্প্ৰদায়ৰ বিজেপি বিধায়কে দিল্লীলৈ উৰা মাৰিছে। নগা সম্প্ৰদায়ৰ তিনি বিধায়ক ক্রমে এৱাংবৌ নিউমেইৰ, এল ডিখৌ আৰু ৰাম মুইভাই আজি আলোচনাত অংশ ল’ব। ৰাজ্যখনৰ সকলো নগা, কুকি-জ’ আৰু মেইটেই বিধায়ক তথা মন্ত্রীসকলক কেন্দ্রীয় গৃহ মন্ত্রণালয়ে ব্যক্তিগত পত্ৰ প্ৰেৰণ কৰি আৰু ফোনত উক্ত আলোচনালৈ আমন্ত্রণ জনোৱা বুলি সূত্ৰই সদৰী কৰিছে।

সূত্ৰৰ মতে, এই আলোচনাৰ জৰিয়তে ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ উদ্দেশ্যে বিভিন্ন সম্প্ৰদায়ৰ মাজত আলাপ-আলোচনা আৰু সহযোগিতাৰ পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰা হ’ব। লক্ষ্যণীয় যে মণিপুৰৰ কুকি তথা জনজাতি লোকসকলে ৰাজ্যখনক ভাগ কৰি এক সুকীয়া কেন্দ্রীয়শাসিত অঞ্চল গঠনৰ দাবী জনাই আহিছে।

জনজাতিসকলৰ বাবে উত্থাপিত এই দাবীক সমর্থন জনাই আহিছে ১২ জনীয়া মণিপুৰ মন্ত্রীসভাৰ দুই মন্ত্রী লেটপাও হাওকিপ আৰু নেমচা কিপগেনসহ ১০ বিধায়কেও। অৱশ্যে কেন্দ্ৰ আৰু উভয় চৰকাৰে এই কেন্দ্রীয় শাসিত অঞ্চল গঠনৰ দাবী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি আহিছে। ইয়াক কেন্দ্ৰ কৰি ৰাজ্যখন অশান্ত হৈ থকা বুলি মাজে-সময়ে চর্চা হয়।

উল্লেখ্য যে মণিপুৰত গোষ্ঠী সংঘাতৰ সূত্রপাত ঘটে যোৱা বছৰৰ মে’ত। এবছৰতকৈ অধিক দিন অব্যাহত থকা এই সংঘর্ষত দুই শতাধিক লোকে প্রাণ হেৰুওৱাৰ উপৰি ৬০ হেজাৰৰো অধিক লোক আভ্যন্তৰীণভাৱে স্থানচ্যুত হয়। ইয়ে ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক পর্যায়তো ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰে। অৱশ্যে চলিত বৰ্ষত এই অৰাজক পৰিস্থিতিৰ কিছু অৱসান ঘটে। তাকে লৈ বিভিন্নজনে স্বস্তিৰ নিশ্বাস পেলায় যদিও যোৱা ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনৰ একাংশ জিলাৰ পৰিস্থিতি পুনৰ অগ্নিগর্ভ হয়। এই ক্ষেত্ৰত কেতবোৰ ভুৱা প্ৰচাৰেও অৰিহণা যোগোৱা বুলি চর্চিত হৈ আহিছে।

লক্ষ্যণীয়ভাৱে যোৱা মাহৰ শেষৰফালে মণিপুৰ চৰকাৰে চোৰাংচোৱা প্ৰতিবেদনৰ উদ্ধৃতি দি প্রকাশ কৰে যে অশান্ত ৰাজ্যখনত ম্যানমাৰৰ পৰা উচ্চ প্রশিক্ষিত নশ কুকি উগ্রপন্থীয়ে প্ৰৱেশ কৰিছে। অৱশ্যে এই তথ্যক ভুৱা আখ্যা দি একাংশ কুকি জনগোষ্ঠীয় সংগঠনে প্রতিবাদ গঢ়ি তোলাত ৰাজ্য চৰকাৰে লুটি বাগৰ মাৰি চোৰাংচোৱাৰ উক্ত তথ্য বিশ্বাসযোগ্য নহয় বুলি বিবৃতি প্রকাশ কৰে।

লক্ষ্যণীয়ভাৱে একাংশৰ মতে, একমাত্র ভুৱা প্ৰচাৰে মণিপুৰত গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি কৰে। দীর্ঘদিন জোৰা এই নৃগোষ্ঠীয় সংঘৰ্ষত প্ৰচুৰ জন-ধনৰ ক্ষতিৰ পাছত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে লোৱা এই উদ্যোগক লৈ বিভিন্নজনৰ প্রত্যাশা বৃদ্ধি পাইছে। কাৰণ ৰাজ্যখনৰ যুযুধান জনগোষ্ঠীকেইটাৰ বিধায়কসকলৰ মাজত প্ৰথমবাৰৰ বাবে এনে আলোচনা কেন্দ্রই আয়োজন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Delhi today for talksManipur ViolenceMeitei-Kuki-Naga MLAs will meetMinistry of Home Affairs
samimsultana

samimsultana

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d