Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    BCCI Secretary Devojit loan Saikia:আই পি এল পুনৰ আৰম্ভ হ’ব অহা ১৭ মে’ৰ পৰা

    Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

    Guwahati Theft Incident:কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চোৰৰ চাফাই অভিযান

    মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত

    Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ

    Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

City of Guwahati has become a criminal haven:অপৰাধীৰ ভূস্বগলৈ পৰ্যবেশিত গুৱাহাটী মহানগৰ !

তিনি বছৰ ১০ মাহত মহানগৰীত ১৪,৬১০টা চুৰি-১,৫১০টা ডকাইতি, সর্বাধিক পূব গুৱাহাটী আৰক্ষী জিলাত ৫,৩৭৫টা চুৰিকাণ্ডৰ ঘটনা, পশ্চিমত ২,৬৩৯-মধ্য গুৱাহাটীত ৩,৭৯৭টা চুৰিকাণ্ডৰ পৰিসংখ্যা প্রকাশ

samimsultana by samimsultana
November 13, 2024
in India, Assam, News
Reading Time: 2 mins read
0
City of Guwahati has become a criminal haven:অপৰাধীৰ ভূস্বগলৈ পৰ্যবেশিত গুৱাহাটী মহানগৰ !
1
SHARES
11
VIEWS
ShareShareShareShare

City of Guwahati has become a criminal haven:

উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী ক্ৰমাৎ অপৰাধীৰ ভূস্বগলৈ পৰ্যবেশিত হৈছে  ৷ চোৰ-ডকাইতৰ সন্ত্ৰাসত মহানগৰবাসীয়ে চৰম নিৰাপত্তাহীনতাত ভুগি অহাৰ সময়তে গুৱাহাটীত বিগত ৪৬ টা মাহত ১৪,৬১০ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ে সদৰী কৰা তথ্য অনুসৰি, ২০২১ৰ পৰা চলিত বৰ্ষৰ ৩১ অক্টোবৰলৈ আয়ুক্তালয়ৰ অধীনৰ পূৰ্ব গুৱাহাটী আৰক্ষী জিলাত সর্বাধিক ৫,৩৭৫টা চুৰিৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা দিছপুৰো আছে।

RelatedPosts

Guwahati City: দক্ষিণ শৰণীয়াত বিধ্বস্ত পথে দুর্ভোগ ভোগাইছে পথচাৰীক

Unexpected Water Crisis in Guwahati:গুৱাহাটীত অভাৱনীয় জলসংকট !

Private City Bus Services Will Resume In The Guwahati City:মহানগৰীত পুনৰ চলিব ব্যক্তিগত চিটীবাছ সেৱা

একেদৰে এই সময়ছোৱাত পশ্চিম গুৱাহাটী আৰক্ষী জিলাত ২,৬৩৯টা আৰু মধ্য গুৱাহাটী আৰক্ষী জিলাত ৩,৭৯৭টা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে এই ১৪,৬১০টা চুৰিকাণ্ডৰ ভিতৰত ১১,৮১১টা কোনো অনিষ্ট সাধন নকৰাকৈ সংঘটিত কৰা চুৰিকাণ্ড আৰু ২,৭৯৯ টা গৃহত প্রৱেশ কৰি সা-সম্পত্তি অনিষ্ট কৰি সংঘটিত কৰা চুৰিকাণ্ড।

একেদৰে উল্লিখিত তিনি বছৰ ১০ মাহত মহানগৰীৰ তিনিওখন আৰক্ষী জিলাৰ অধীনত ১,৫১০টা ডকাইতিৰ ঘটনা সংঘটিত হৈছে। ইয়াৰে ১,৪৯০টা এজন বা সৰু গ্রুপে সংঘটিত কৰা আৰু ১৮টা পাঁচ জন বা ততোধিক গ্রুপে সংঘটিত কৰা ডকাইতি কাণ্ড।

আনহাতে, আয়ুক্তালয়ে প্রকাশ কৰা তথ্যত উল্লেখ কৰা হৈছে যে মহানগৰীত ২০২১ত ৪,৪৯২টা, ২০২২ত ২,৮৩২টা, ২০২৩ত ২,৭৪৫টা আৰু চলিত বৰ্ষৰ বিগত ১০ মাহত অর্থাৎ অক্টোবৰলৈ ১,৭৪২টা চুৰিকাণ্ড (কোনো অনিষ্টসাধন নকৰাকৈ কৰা চুৰি) সংঘটিত হৈছে। একেদৰে ২০২১ত ১,০৭০টা, ২০২২ত ৫৮৪টা, ২০২৩ত ৭৪০টা আৰু যোৱা ১০ মাহত ৪০৫টা গৃহত প্রৱেশ কৰি চুৰিকাণ্ড সংঘটিত কৰা হৈছে।

চলিত বৰ্ষৰ জানুৱাৰীত ১৭০ টা, ফেব্ৰুৱাৰীত ১৩৭ টা, মার্চত ১৬৪ টা, এপ্রিলত ১৭৩ টা, মে’ত ১৭৫ টা, জুনত ১৭২ টা, জুলাইত ১৮০ টা, আগষ্টত ১৭৮ টা, ছেপ্টেম্বৰত ১৮৭ টা আৰু অক্টোবৰত ২০৬ টা সাধাৰণ চুৰিৰ ঘটনা সংঘটিত হৈছে। একেদৰে গৃহত প্ৰৱেশ কৰি তথা সা-সম্পত্তি অনিষ্ট কৰি কৰা চুৰিকাণ্ড জানুৱাৰীত ৪৯টা, ফেব্ৰুৱাৰীত ৪২ টা, মাৰ্চত ৩০ টা, এপ্রিলত ৪৬ টা, মে’ত ৪৮ টা, জুনত ৪০ টা, জুলাইত ২৬ টা, আগষ্টত ২০ টা, ছেপ্টেম্বৰত ৬০ টা আৰু অক্টোবৰত ৪৪ টা সংঘটিত হৈছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: criminal havenGuwahati CityGuwahati Police Commissionerate Criminal ReportReport
samimsultana

samimsultana

Related Posts

BCCI Secretary Devojit loan Saikia:আই পি এল পুনৰ আৰম্ভ হ’ব অহা ১৭ মে’ৰ পৰা
News

May 15, 2025
Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান
News

Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

May 15, 2025
Guwahati Theft Incident:কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চোৰৰ চাফাই অভিযান
News

Guwahati Theft Incident:কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চোৰৰ চাফাই অভিযান

May 15, 2025
মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত
India

মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত

May 15, 2025
Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ
News

Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ

May 15, 2025
Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ
News

Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ

May 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d