Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

বিষয়া-কর্মচাৰী ব্যস্ত আছে বুলি বিদেশৰ পৰা ফেচবুকত লিখি দায়িত্বৰ পৰা পলায়ন মন্ত্রী জয়ন্তৰ, অন্ধকাৰত পৰিৱেশ অধিক ভয়াৱহ

publisher by publisher
August 29, 2025
in Assam, News
Reading Time: 4 mins read
0
Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Illegal Parking Tax:পার্কিঙক লৈ মহানগৰীৰ পাণবজাৰত নিশা উত্তপ্ত পৰিস্থিতি

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

Artificial Flood in Guwahati:কৃত্রিম বানৰ কৱলত গুৱাহাটী, জুবিন ক্ষেত্ৰৰ সন্মুখৰ পথতো একাঁঠু পানী

Guwahati Artificial Flood:

এজাক বৰষুণেই উটুৱাই লৈ গ’ল শাসকপক্ষৰ দন্ত-অহংকাৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আগমনৰ সময়তে গুৱাহাটীৰ দুৰৱস্থাৰ প্ৰকৃত ৰূপ উদঙাই বৃহস্পতিবাৰে বিয়লি এজাক মুষলধাৰ বৰষুণে মহানগৰীৰ চৌদিশে অবর্ণনীয় দুর্যোগৰ সৃষ্টি কৰে। কালিও বিয়লি এজাক বৰষুণে মহানগৰীত একেই পৰিৱেশৰ সৃষ্টি কৰিছিল। বিয়লি প্রায় তিনি বজাৰ পৰা কৃত্রিম বানৰ যি পৰিস্থিতিৰ সৃষ্টি হয়, সেয়া প্রকৃততে আছিল ভয়াৱহ। নিশা এই বাতৰি যুগুতোৱা পৰলৈকে মহানগৰীৰ কোনো এটা অঞ্চলেই এনে কৃত্রিম বানৰ পৰা মুক্ত হোবা নাই; বৰঞ্চ ঠাই বিশেষে পৰিস্থিতি জটিলহে হৈছে। ইয়াৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতর্কবাণীয়ে উদ্বেগ বৃদ্ধি কৰিছে। বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰিছে যে আগন্তুক ২৪ ঘণ্টাত
গুৱাহাটীত প্রবলৰ পৰা অতি প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা এই তথ্যৰ ভিত্তিত অসম ৰাজ্যিক দুর্যোগ ব্যবস্থাপনা প্ৰাধিকৰণে সদৰী কৰে যে আগন্তুক সময়ছোৱাত বিজুলী-ঢেৰেকনিৰে গুৱাহাটীৰ অধিকাংশ অঞ্চলত ছয় চেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হ’ব পাৰে। ইয়াৰ ফলত মহানগৰীত জটিল কৃত্রিম বানৰ আশংকা কৰা হৈছে। সমান্তৰালভাৱে পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ আশংকাও আছে। সেয়েহে ৰাইজক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে প্ৰাধিকৰণে।
গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই মেঘালয়ৰ ওপৰত দায় জাপি চৰকাৰৰ নির্লজ্জ ব্যৰ্থতা লাঘৱ কৰিবলৈ অপচেষ্টা চলাই আহিছে। আজিও মন্ত্রীজনে বিদেশৰ পৰা নিজৰ সামাজিক মাধ্যমত ‘জৰুৰী সূচনা’ বুলি ৰাইজক উদ্দেশি উল্লেখ কৰে যে অহা দুদিনলৈ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী তথা গুৱাহাটীৰ নিকটৱৰ্তী মেঘালয়তো ব্যাপক বৰষুণৰ সম্ভাৱনা আছে। গতিকে অহা দুদিনলৈ ৰাইজক সাৱধানতা অৱলম্বন কৰি চলিবলৈ মন্ত্রী বৰুৱাই আহ্বান জনায়। বিভাগীয় মন্ত্ৰৰ এনে সতর্ক বার্তাৰ সময়তে স্বয়ং মুখ্যমন্ত্ৰীৰ কনভয়ো কৃত্রিম বানৰ কৱলত পৰে। পূর্বে পানী নোহোৱা বি বৰুৱা পথতো কৃত্রিম বানৰ সৃষ্টি হয়। উদ্বোধন কৰিবলগীয়া নৱনির্মিত ৰাজভৱন পৰিদৰ্শন কৰি ওভতাৰ বাটত মুখ্যমন্ত্রীৰ কনভয়ে সেই পানী ফালি আগবাঢ়িবলগীয়া হয়।
কালিৰ দৰে বৃহস্পতিবাৰৰ বিয়লিৰ বৰষুণজাকৰো আৰম্ভণি ঘটে মহানগৰীৰ দক্ষিণ-পূব অংশৰ পৰা। যোৰাবাট, খানাপাৰা, লখৰা, গড়চুক, বৰাগাঁও আদি অঞ্চলত প্ৰথমতে বৰষুণ হয়। তাৰ পাছত ঘন কলীয়া মেঘ মহানগৰীৰ মাজমজিয়ালৈ সম্প্ৰসাৰিত হয়। ইয়াৰ পৰিণতিত সমগ্ৰ মহানগৰীত কমেও এঘণ্টাজোৰা প্ৰবল বৰষুণ হয়। তাৰ পাছত বৰষুণৰ তীব্রতা কমিলেও ধাৰাবাহিকতা বাহাল থাকে। সেই এঘণ্টাৰ বৰষুণেই ভয়াৱহ হৈ পৰে মহানগৰীৰ বাবে। সমতলৰ এনে কোনো স্থান আজি নাছিল, য’ত কৃত্রিম বানৰ সৃষ্টিনোহোৱাকৈ থাকে। আনহাতে, কৃত্রিম বানৰ কথা ওলালেই নাম উচ্চাৰিত হোৱা গুৱাহাটীৰ ঠাইবোৰৰ পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰে।
যোৰাবাট, খানাপাৰা, বেহাৰবাৰী, লালুংগাঁও, লখৰা, বৰাগাঁও আদি অঞ্চলত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক কেন্দ্ৰ কৰি যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়, সেয়া অবর্ণনীয়। কালিৰ দৰে আজিও যোৰাবাটত পানীয়ে নিমিষতে বুৰাই পেলায় ইখনৰ পাছত সিখন চাৰিচকীয়াৰ পৰা ১০চকীয়া বাহন। বিলাসী দূৰণিবটীয়া বাছৰ ভিতৰতো পানী সোমায়। পানীৰ মাত্রা ইমানেই বৃদ্ধি হয় যে কে’বাখনো বাছ বিকল হৈ পৰে। বেহাৰবাৰীত ৰাষ্ট্ৰীয় পথৰ মাজতে অসম ৰাজ্যিক পৰিবহণৰ চিএনজি বাছৰ ইঞ্জিন বিকল হৈ পৰে। কাৰণ বাছৰ মজিয়াও পানীত বুৰ যায়। দুচকীয়া বাহন সম্পূর্ণৰূপে পানীত বুৰ যায়। বহু চাৰিচকীয়া বাহনৰ কেৱল ওপৰৰ অংশটোহে পানীৰ পৰা ওলাই থাকে।
লালুংগাঁৱত বিলাসী দূৰণিবটীয়া কে’বাখনো বাছ বিকল হৈ পৰে। পানীৰ কোবাল সোঁতত কর্ফাল খাই পৰে দুচকীয়া বাহনৰ যাত্রী ৰাষ্ট্ৰীয় পথৰ জালুকবাৰী অভিমুখী অংশৰ পথৰ কাষৰ প্ৰায় সকলো দোকানত পানী সোমায়। পথৰ কাষৰ নলা নিমিষতে ওফন্দি উঠাৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হয়। পানীৰ এনে প্রকোপৰ বাবে ৰাষ্ট্ৰীয় পথৰ প্ৰতিখন উৰণ সেতুৰ ওপৰত নিশালৈকে তীব্র যান-জট অব্যাহত থাকে। এই যান-জটৰ লগতে পানীৰ মাজতো ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ হৈ পৰে কে’বাখনো স্কুল বাছ। ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ পৰে এম্বুলেন্সো। ইয়াৰ মাজতে যোৰাবাটত পানীৰ প্ৰবল সোঁতে এজন যুৱকক উটুৱাই নিয়ে। ৰোহিতাশ চৌধুৰী নামৰ যুৱকজনৰ সন্ধানত এছডিআৰএফে অভিযান অব্যাহত ৰাখিছে। কালিও যোৰাবাটৰ এনআৰএল পেট্র’ল ডিপ’ৰ সন্মুখত দুর্গা শৰ্মা নামৰ এজনৰ মৃতদেহ উদ্ধাৰ হয়। এই লোকজনকো কালি সৃষ্টি হোৱা কৃত্রিম বানে উটুৱাই নিছিল।
গুৱাহাটীৰ মাজমজিয়াতো অনুৰূপ ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰে। মহানগৰীৰ ভিতৰৰ প্ৰতিখন উৰণ সেতুত নিশা এই বাতৰি যুগুতোৱা পৰলৈকে অব্যাহত আছে তীব্র যান-জট। এই যান-জট ইমানেই জটিল হয় যে ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্সকো পাৰ হৈ যাব পৰা ৰাস্তা দিবলৈ সচেতন লোকসকলো অপাৰগ হয়। নিশাৰ ভাগলৈ জিএছ ৰোড, গণেশগুৰি, ভঙাগড়, আব জি বৰুৱা ৰোড আদিত পানীৰ প্রকোপ সামান্য হ্রাস হয়, কিন্তু ইতিমধ্যে সৃষ্টিযান জঁটে অধিক গুৰুতৰ ৰূপ ধাৰণ কৰে। বৰষুণ আৰু কৃত্রিম বানৰ বাবে য’তে-ত’তে আবদ্ধ হৈ ৰোৱা মানুহবোৰ ঘৰমুৱা হোৱাৰ লগে লগে যান-জটৰ তীব্রতা অধিক বৃদ্ধি হয়।
ইয়াৰ বিপৰীতে চান্দমাৰি, অনিল নগৰ, নবীন নগৰ, বেলতলা, ছার্ভে, ৱাৰলেছ, হাতীগাঁও, ৰুক্মিণীনগৰ আদিকে ধৰি ইটোৰ পাছত সিটো অঞ্চলৰ কৃত্রিম বান ভয়াৱহ ৰূপত অব্যাহত থাকে। এই অঞ্চলবোৰৰ পথ আৰু উপ-পথৰ চিন-মোকাম নোহোৱা হৈ পৰিছে। গুৱাহাটী ৰে’ল ষ্টেচনৰ চৌদিশে কেৱল পানী আৰু পানী। ভিআইপি ৰোড, পাথৰকুৱেৰী আদিতো সৃষ্টি হয় কৃত্রিম বানৰ। ইয়াৰ পৰিণতিত কে’বাটাও স্থানত গাঁতত যানবাহন সোমাই যোৱা ঘটনা সংঘটিত হয়। ৰুক্মিণীনগৰৰ কৃত্রিম বানে বিগত প্রায় পাঁচ বছৰৰ পৰা অধিক ভয়াৱহ ৰূপ লৈছে।
শেহতীয়াকৈ ৰাজ্য চৰকাৰে যান-জটৰ মাত্রা হ্ৰাসৰ তথাকথিত কাৰণ দর্শাই অঞ্চলটোত এখন উৰণ সেতু নিৰ্মাণ কৰে। সেই বুলি উৰণ সেতুখনেও আজি ৰাইজক সকাহ নিদিলে। ৰুক্মিণীগাঁও অঞ্চলটোৰ ঠাই বিশেষে এবুকু পর্যন্ত পানী হয়। পানীৰ এনে উচ্চতাত উৰণ সেতুৰ তলৰ ৰাজপথ বুৰ যায়। ফলত উৰণ সেতুৰ তলেৰে চলাচল কৰা সকলো লোক আবদ্ধ হৈ পৰে। উৰণ সেতুৰ ওপৰত সৃষ্টি হয় তীব্র যান-জট। কোনো দিনে পানী নোসোমোৱা ঘৰৰ মজিয়াও আজি মহানগৰীৰ বহু স্থানত বুৰ যায়। নিশা পর্যন্ত সাধাৰণ নাগৰিকতো বাদেই বহু ছাত্র-ছাত্রীয়েও ঘৰ পাবলৈ সক্ষম হোৱা নাই। নিশাৰ পৰিৱেশ অধিক ভয়াৱহ হৈ পৰিছে, কাৰণ দিনৰ পোহৰত ৰাস্তাত পানী থাকিলেও বাট-পথৰ অনুমান কৰিব পাৰি, নিশা সেয়া সম্ভৱ নহয়। তাৰ পৰিণতিত বহু চাৰিচকীয়া আৰু দুচকীয়া বাহন দ গাঁত আৰু নলাত দুর্ঘটনাত পতিত হয়।
ৰাজ্যৰ ৰাজধানীক এনেদৰে দুৰৱস্থাৰ মাজত এৰি দি চৰকাৰ ব্যস্ত কেন্দ্ৰীয় গৃহমন্ত্রীৰ আগমনক লৈ। ‘বৰষুণজনিত সামগ্রিক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভাগীয় বিষয়াসকলে যৎপৰোনাস্তি চেষ্ট চলাই আছে’- এই বুলি বিদেশৰ পৰাই ফেচবুকত লিখি দায়িত্বৰ পৰা আঁতৰি ফুৰিছে ফোঁপযহী মন্ত্রী জয়ন্ত মল্ল বৰুৱা। বিশেষজ্ঞৰ ৰূপত অৱতীৰ্ণ হৈ সাধাৰণ মানুহক সপোন ৰাজ্যলৈ নিব বিচৰা মন্ত্ৰীজনৰ কাৰ্যদক্ষতাৰ স্বৰূপ একোজাক বৰষুণে বাৰম্বাৰ উদঙাই দিছে।

# পথ সলনি হ’ল গৃহমন্ত্ৰীৰ

বৃহস্পতিবাৰে নিশা বৰঝাৰ বিমানকোঠত উপস্থিত হোৱা গৃহমন্ত্রী অমিত শ্বাহৰ গুৱাহাটীৰ ভিতৰত প্ৰৱেশ ক্ৰাৰ পথেই সলনি কৰিবলৈ বাধ্য কৰালে কৃত্রিম বানে। পূৰ্বৰ পথ নির্দেশনা অনুসৰি, বৰঝাৰৰ পৰা গৃহমন্ত্রীজনে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত উপস্থিত হোৱাৰ কথা আছিল; কিন্তু ৰাষ্ট্ৰীয় পথ সম্পূর্ণৰূপে পানীত বুৰ গৈ থকাত জৰুৰীভাৱে পথ নির্দেশনা সলনি কৰা হয়। সেই অনুসৰি, বৰঝাৰৰ পৰা মালিগাঁও-ফাঁচীবজাৰ হৈ জিএছ ৰোডেৰে গৃহমন্ত্রী বশিষ্ঠস্থিত বাজপেয়ী ভৱনত উপস্থিত হয়।
#HeavyRainfall #artificialflood #guwahaticity #GMC #gmda #CMOASSAM
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Artificial FloodCMO ASSAMGMCGmdaGuwahati CityHeavy Rainfall
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d