Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Salary of MLAs will be increased by at least Rs 75,0OO:কমেও ৭৫ হেজাৰ টকা বৃদ্ধি হ’ব বিধায়কৰ দৰমহা

ৰাজ্যত অচিৰে বৃদ্ধি মন্ত্ৰী-বিধায়কৰ দৰমহা,বিধানসভাৰ অনুমোদনৰ পাছত দৰমহা, আয়োগৰ প্ৰতিবেদন চৰকাৰলৈ প্ৰেৰণ নিজৰ স্বাৰ্থত ঐক্যবদ্ধ শাসক-বিৰোধী সকলো

publisher by publisher
November 15, 2024
in News, Assam, India
Reading Time: 2 mins read
0
Salary of MLAs will be increased by at least Rs 75,0OO:কমেও ৭৫ হেজাৰ টকা বৃদ্ধি হ’ব বিধায়কৰ দৰমহা
2
SHARES
20
VIEWS
ShareShareShareShare

Salary of MLAs will be increased by at least Rs 75,0OO:

সংশ্লিষ্ট সমষ্টিৰ ৰাইজৰ সমস্যাসমূহ সমাধানৰ অৰ্থে ধাৰ্য কৰা বিধায়ক পুঁজিৰ ধন মোকলাই দিয়াত ব্যর্থ হ’লেও মন্ত্রী- বিধায়কসকলৰ দা-দৰমহা বৃদ্ধিত কার্পণ্য কৰা নাই অসম চৰকাৰে।

ADVERTISEMENT

সৰ্বদিশেৰে ব্যয় বৃদ্ধিৰ ফলত জনসাধাৰণ বিপর্যস্ত হৈ পৰিলেও তালৈ গুৰুত্ব নাই জনপ্রতিনিধিৰ; অথচ ৰাইজৰ ধনৰেই তেওঁলোক ভোগ কৰি আহিছে। মুখত তেওঁলোকৰ ৰাইজৰ স্বাৰ্থৰ কথা আখৈ ফুটাদি ঠিকেই ফুটে; কিন্তু কার্যক্ষেত্ৰতহে সেয়া ৰূপায়ণ নহয়। ইয়াৰ বিপৰীতে আত্মস্বাৰ্থ পূৰণৰ দৌৰতহে লিপ্ত হোৱা বাবে অচিৰে ৰাজ্যৰ মন্ত্ৰী- বিধায়কসকলৰ দৰমহা বৃহৎ পৰিমাণত বৃদ্ধি হ’ব।

RelatedPosts

Khairul Islam: অৱশেষত স্বগৃহত উপস্থিত বাংলাদেশলৈ বিতাড়ন কৰা খাইৰুল ইছলাম

Minister Pijush Hazarika:এসময়ত অশান্ত আৰু উন্নয়নৰ পৰা বঞ্চিত বি টি আৰ এতিয়া শান্তি আৰু প্ৰগতিৰ দৃষ্টান্ত হৈ পৰিছে’

17 APS officers promoted to IPS: আই পি এছলৈ পদোন্নতি ১৭ এপিএছ বিষয়া

ৰাজনৈতিক বিষয়ত শাসক-বিৰোধীৰ মাজত বাহ্যিকভাৱে অহি-নকুল সম্পৰ্ক এক সাধাৰণ দৃশ্য; কিন্তু নিজৰ স্বাৰ্থ পূৰণত সকলো এক। দৰমহা বৃদ্ধিৰ বিষয়টোৱেই তাৰ প্ৰমাণ। বৰ্তমানৰ পৰিস্থিতিত প্রাপ্য দৰমহা পর্যাপ্ত নহয় বুলি বিধানসভাৰ ভিতৰে-বাহিৰে অতি সতর্কতাৰে শাসক-বিৰোধীৰ জনপ্রতিধিসকলে আপত্তি দর্শাই আহিছে। বিগত ২০১৮ৰ পৰা দৰমহা বৃদ্ধি নোহোৱাটোকো সকলোৱে অজুহাত হিচাপে লৈ আহিছে। সকলোৰে এই দাবীত জন প্রতিনিধিসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো পৰীক্ষা কৰিবলৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ আমোলা হিমাংশু শেখৰ দাসৰ নেতৃত্বত এখন সমিতি গঠন কৰে।

সেই সমিতিয়ে কেইদিনমান পূর্বে নিজৰ প্ৰতিবেদন দাখিল কৰে। বিধানসভাৰ সমিতিয়েও সেই প্রতিবেদনত অনুমোদন জনায়। তাৰ পাছতে বিধানসভাৰ পৰা প্ৰতিবেদন দিছপুৰলৈ প্ৰেৰণ কৰা হৈছে। সূত্ৰত প্রকাশ যে দৰমহা বৃদ্ধিৰ প্ৰতিবেদনৰ বিষয়টো ৰাজ্যিক কেবিনেটত উত্থাপন হ’ব আৰু তাৰ পাছত বিধানসভাৰ আগন্তুক অধিবেশনতে এই সম্পৰ্কীয় বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে।

বিধানসভাৰ সূত্ৰই সদৰী কৰা অনুসৰি, দৰমহা সমিতিৰ প্ৰতিবেদন কার্যকৰী হ’লে মুখ্যমন্ত্ৰীৰ দৰমহা ভাত্তাসহ ২.৪ লাখ টকালৈ বৃদ্ধি পাব। বর্তমান মুখ্যমন্ত্ৰীয়ে লাভ কৰা দৰমহাৰ পৰিমাণ হ’ল ১.৬৪ লাখ টকা। ইপিনে, কেবিনেট মন্ত্রীসকলে বৰ্তমান লাভ কৰি থকা ১.৪ লাখ টকাৰ পৰা ভাত্তাসহ পাবলগীয়া নতুন দৰমহাৰ পৰিমাণ হ’ব ২.১ লাখ টকা। বিধায়কসকলৰ দৰমহা বৃদ্ধি হ’ব ১.৩ লাখ টকালৈ।

ইপিনে, বিধানসভাৰ অধ্যক্ষ-উপাধ্যক্ষৰ দৰমহাও যথেষ্ট বৃদ্ধি হ’ব। বর্তমান বিধানসভাৰ অধ্যক্ষই লাভ কৰা দৰমহাৰ পৰিমাণ হ’ল ১.৫ লাখ টকা। সেই পৰিমাণ ২.৩ লাখ টকালৈ বৃদ্ধি হ’ব। উপাধ্যক্ষই নতুন নিৰিখ কাৰ্যকৰী হ’লে লাভ কৰিবলগীয়া দৰমহাৰ পৰিমাণ হ’ব ২.২৫ লাখ টকা। বর্তমান উপাধ্যক্ষই লাভ কৰে ১.৪ লাখ টকা।

মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিক লৈ তৎপৰতা চলাৰ বিপৰীতে কিন্তু বিধায়ক উন্নয়ন পুঁজিৰ ধন মোকলাই দিবলৈ সক্ষমতা নাই চৰকাৰৰ। নিজৰ স্বাৰ্থ পূৰণৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ পূৰণত যে কোনো দায়বদ্ধ নহয়, এয়া তাৰেই প্ৰমাণ বুলি সচেতন মহলৰ মাজত চর্চা চলিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 0OOAssam Legislative AssemblyAt least Rs 75CMO ASSAMSalary of MLAs will be increased
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d