Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Salary of MLAs will be increased by at least Rs 75,0OO:কমেও ৭৫ হেজাৰ টকা বৃদ্ধি হ’ব বিধায়কৰ দৰমহা

ৰাজ্যত অচিৰে বৃদ্ধি মন্ত্ৰী-বিধায়কৰ দৰমহা,বিধানসভাৰ অনুমোদনৰ পাছত দৰমহা, আয়োগৰ প্ৰতিবেদন চৰকাৰলৈ প্ৰেৰণ নিজৰ স্বাৰ্থত ঐক্যবদ্ধ শাসক-বিৰোধী সকলো

publisher by publisher
November 15, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Salary of MLAs will be increased by at least Rs 75,0OO:কমেও ৭৫ হেজাৰ টকা বৃদ্ধি হ’ব বিধায়কৰ দৰমহা
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

Salary of MLAs will be increased by at least Rs 75,0OO:

সংশ্লিষ্ট সমষ্টিৰ ৰাইজৰ সমস্যাসমূহ সমাধানৰ অৰ্থে ধাৰ্য কৰা বিধায়ক পুঁজিৰ ধন মোকলাই দিয়াত ব্যর্থ হ’লেও মন্ত্রী- বিধায়কসকলৰ দা-দৰমহা বৃদ্ধিত কার্পণ্য কৰা নাই অসম চৰকাৰে।

ADVERTISEMENT

সৰ্বদিশেৰে ব্যয় বৃদ্ধিৰ ফলত জনসাধাৰণ বিপর্যস্ত হৈ পৰিলেও তালৈ গুৰুত্ব নাই জনপ্রতিনিধিৰ; অথচ ৰাইজৰ ধনৰেই তেওঁলোক ভোগ কৰি আহিছে। মুখত তেওঁলোকৰ ৰাইজৰ স্বাৰ্থৰ কথা আখৈ ফুটাদি ঠিকেই ফুটে; কিন্তু কার্যক্ষেত্ৰতহে সেয়া ৰূপায়ণ নহয়। ইয়াৰ বিপৰীতে আত্মস্বাৰ্থ পূৰণৰ দৌৰতহে লিপ্ত হোৱা বাবে অচিৰে ৰাজ্যৰ মন্ত্ৰী- বিধায়কসকলৰ দৰমহা বৃহৎ পৰিমাণত বৃদ্ধি হ’ব।

ৰাজনৈতিক বিষয়ত শাসক-বিৰোধীৰ মাজত বাহ্যিকভাৱে অহি-নকুল সম্পৰ্ক এক সাধাৰণ দৃশ্য; কিন্তু নিজৰ স্বাৰ্থ পূৰণত সকলো এক। দৰমহা বৃদ্ধিৰ বিষয়টোৱেই তাৰ প্ৰমাণ। বৰ্তমানৰ পৰিস্থিতিত প্রাপ্য দৰমহা পর্যাপ্ত নহয় বুলি বিধানসভাৰ ভিতৰে-বাহিৰে অতি সতর্কতাৰে শাসক-বিৰোধীৰ জনপ্রতিধিসকলে আপত্তি দর্শাই আহিছে। বিগত ২০১৮ৰ পৰা দৰমহা বৃদ্ধি নোহোৱাটোকো সকলোৱে অজুহাত হিচাপে লৈ আহিছে। সকলোৰে এই দাবীত জন প্রতিনিধিসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো পৰীক্ষা কৰিবলৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ আমোলা হিমাংশু শেখৰ দাসৰ নেতৃত্বত এখন সমিতি গঠন কৰে।

সেই সমিতিয়ে কেইদিনমান পূর্বে নিজৰ প্ৰতিবেদন দাখিল কৰে। বিধানসভাৰ সমিতিয়েও সেই প্রতিবেদনত অনুমোদন জনায়। তাৰ পাছতে বিধানসভাৰ পৰা প্ৰতিবেদন দিছপুৰলৈ প্ৰেৰণ কৰা হৈছে। সূত্ৰত প্রকাশ যে দৰমহা বৃদ্ধিৰ প্ৰতিবেদনৰ বিষয়টো ৰাজ্যিক কেবিনেটত উত্থাপন হ’ব আৰু তাৰ পাছত বিধানসভাৰ আগন্তুক অধিবেশনতে এই সম্পৰ্কীয় বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে।

বিধানসভাৰ সূত্ৰই সদৰী কৰা অনুসৰি, দৰমহা সমিতিৰ প্ৰতিবেদন কার্যকৰী হ’লে মুখ্যমন্ত্ৰীৰ দৰমহা ভাত্তাসহ ২.৪ লাখ টকালৈ বৃদ্ধি পাব। বর্তমান মুখ্যমন্ত্ৰীয়ে লাভ কৰা দৰমহাৰ পৰিমাণ হ’ল ১.৬৪ লাখ টকা। ইপিনে, কেবিনেট মন্ত্রীসকলে বৰ্তমান লাভ কৰি থকা ১.৪ লাখ টকাৰ পৰা ভাত্তাসহ পাবলগীয়া নতুন দৰমহাৰ পৰিমাণ হ’ব ২.১ লাখ টকা। বিধায়কসকলৰ দৰমহা বৃদ্ধি হ’ব ১.৩ লাখ টকালৈ।

ইপিনে, বিধানসভাৰ অধ্যক্ষ-উপাধ্যক্ষৰ দৰমহাও যথেষ্ট বৃদ্ধি হ’ব। বর্তমান বিধানসভাৰ অধ্যক্ষই লাভ কৰা দৰমহাৰ পৰিমাণ হ’ল ১.৫ লাখ টকা। সেই পৰিমাণ ২.৩ লাখ টকালৈ বৃদ্ধি হ’ব। উপাধ্যক্ষই নতুন নিৰিখ কাৰ্যকৰী হ’লে লাভ কৰিবলগীয়া দৰমহাৰ পৰিমাণ হ’ব ২.২৫ লাখ টকা। বর্তমান উপাধ্যক্ষই লাভ কৰে ১.৪ লাখ টকা।

মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিক লৈ তৎপৰতা চলাৰ বিপৰীতে কিন্তু বিধায়ক উন্নয়ন পুঁজিৰ ধন মোকলাই দিবলৈ সক্ষমতা নাই চৰকাৰৰ। নিজৰ স্বাৰ্থ পূৰণৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ পূৰণত যে কোনো দায়বদ্ধ নহয়, এয়া তাৰেই প্ৰমাণ বুলি সচেতন মহলৰ মাজত চর্চা চলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 0OOAssam Legislative AssemblyAt least Rs 75CMO ASSAMSalary of MLAs will be increased
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d