Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

পাঁচ লাখটকীয়া বিধানসভা ভৱনৰ ৰূপৰ প্ৰতীকেৰে শুৱনি হ'ল বিধায়কৰ হাত, অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ১০ কোটিটকীয়া ইলাহী উপহাৰক কেন্দ্ৰ কৰি দিছপুৰত সৰৱ চৰ্চা

publisher by publisher
February 19, 2026
in Assam
Reading Time: 1 min read
0
Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Himanta Viswa Sarma:পঞ্চাদশ অসম বিধানসভাৰ অন্তিম খন অধিবেশনৰ শেষৰ দিনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ

Assam Aassembly:পঞ্চদশ বিধানসভা অধিৱেশনৰ সামৰণিৰ আগনিশা বিশেষ অনুষ্ঠান অধ্যক্ষৰ

Biswajit Daimary:

ঋণগ্ৰস্ত অসমৰ জোৰা টাপলি মাৰিবলৈ ৰাজ্য চৰকাৰে সঘনাই হেজাৰ হেজাৰ কোটি ঋণ লৈ শৰাধ কৰি থকাৰ মাজতে এইবাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে পঞ্চদশ অসম বিধানসভাৰ চলিত অন্তিম অধিবেশনৰ বুধবাৰে তৃতীয় দিনা পাঁচ লাখটকীয়া বিধানসভা ভৱনৰ ৰূপৰ প্ৰতীকেৰে সকলো বিধায়কৰ হাত শুৱনি কৰে । বিধানসভাৰ প্ৰতিজন সদস্যক শুভেচ্ছা হিচাপে আইনাৰ বাকচত সজোৱা প্রতীকটোৰ লগতে সম্বর্ধনা আৰু শুভেচ্ছাপত্রও উপহৰ হিচাপে প্রদান কৰা হয়। এনে ‘ইলাহী’ উপহাৰক লৈ বিধানসভাতে বিশেষ চর্চ চলে। কিয়নো এনেধৰণৰ উপহাৰ বিধানসভাৰ সদস্যক দিয়াৰ দৃষ্টান্ত নাই।

ADVERTISEMENT

বিধানসভ সচিবালয়ৰ সূত্রই সদৰী কৰ অনুসৰি, প্ৰতিটো এনে প্রতীকৰ মূল্য হৈছে পাঁচ লাখ টকা। দুশৰো অধিক এনে প্রতীক বিশেষভাৱে তৈয়াৰ কৰি অনা হৈছে। গুৱাহাটীৰ এখন অলংকাৰ বিপণীয়ে এই প্রতীকসমূহ নিৰ্মাণ কৰি উলিয়াইছে। বিধানসভা ভৱনৰ বাহ্যিক দিশটোৰ খুঁটি-নাটি প্রতীকটোত ফুটাই তোলাৰ চেষ্টা কৰা হৈছে। সেই কাৰণে ইয়াৰ নির্মাণ ব্যয় বৃদ্ধি হয়। প্রায় ১০ কোটি টকা এই প্রতীক নির্মাণতে ব্যয় কৰা হয় বুলিও চর্চা চলিছে। অসম বিধানসভাৰ সদস্যৰ সংখ্যা ১২৬ যদিও আন বিভিন্নজনক এই উপহাৰ প্ৰদান কৰা হ’ব। তাৰ বাবে অতিৰিক্ত সংখ্যক প্রতীক নিৰ্মাণ কৰি অনা হৈছে।

অৱশ্যে ৰাইজৰ ধন পানীৰ ধলৰ দৰে ব্যয় কৰাটো অধ্যক্ষ দৈমাৰীৰ বাবে সাধাৰণ কথা বুলিও পূৰ্বৰ পৰা চৰ্চা আছে। বিদ্যুৎ বিল হ্রাস কৰিবলৈ ৰাজ্যবাসীক গছৰ তলত থাকিবলৈ পৰামৰ্শ দি নিজে চৰকাৰী আৱাসত ২২টা এ চিৰ শীতল বতাহৰ মাজত থকা ব্যক্তিজনেই হ’ল অধ্যক্ষ দৈমাৰী। বিধানসভাৰ সমগ্ৰ চৌহদক সামান্য এটা অনুষ্ঠানতে বহিঃৰাজ্যৰ পৰা লাখ লাখ টকাৰ আমদানি কৰা ফুলেৰে সজাই তোলাও তেওঁৰ এটা অভ্যাস। এই বিশেষ উপহাৰ গ্ৰহণ কৰি কে’বাজনো মন্ত্রী-বিধায়কে সামাজিক মাধ্যমতো ইতিমধ্যে ব্যাপক প্ৰচাৰ চলায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Legislative AssemblyBiswajit Daimary
publisher

publisher

Related Posts

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

October 14, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
বিজনীত ব্ৰাইম- ৰে’ল যাত্ৰী সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

বৰআগ্রা বাপুজী প্রাথমিক বিদ্যালয়ত কণ কণ ছাত্র-ছাত্ৰীৰ ব্যতিক্ৰমী ‘শনিবৰীয়া বজাৰ’

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিজনীৰ আৰক্ষীয়ে

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d