Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Silchar Incident:আৰক্ষীলৈ শিলগুটি নিক্ষেপ, লাঠি চাৰ্জ,আহত ৪ সাংবাদিক

এছ এম চি এইছত ১০ কুকি উগ্ৰপন্থীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত কুকি - মাৰ উপজাতি লোকৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি

publisher by publisher
November 16, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Silchar Incident:আৰক্ষীলৈ শিলগুটি নিক্ষেপ, লাঠি চাৰ্জ,আহত ৪ সাংবাদিক
5
SHARES
54
VIEWS
ShareShareShareShare

Silchar Incident:

শনিবাৰৰ দিনা পুৱাৰ ভাগত শিলচৰ মেডিকেল কলেজ হাস্পাতালত কুকি আৰু মাৰ উপজাতি লোকৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আৰক্ষীক লক্ষ্য কৰি উপজাতি লোকে শিলগুটি নিক্ষেপ কৰাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠি চাৰ্জ কৰিবলৈ বাধ্য হয়।

ADVERTISEMENT

উপজাতি লোকৰ শিলগুটি নিক্ষেপ কৰাৰ ফলত কেইবাজন আৰক্ষী সহ ৪ গৰাকী সাংবাদিক আহত হয় ।  ১০ কুকি উগ্ৰপন্থীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ লৈ যোৱাৰ সময়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

RelatedPosts

SMCH Raid:শিলচৰ মেডিকেল কলেজ হাস্পতালত চিএম ভিজিলেঞ্চৰ অভিযান

Silchar Incident:শিশু দিৱসৰ দিনাই শিলচৰত নৱজাতক বিক্ৰীৰ ঘটনা

Hojai Incident: পথত গো-মাংস পেলাই থৈ যোৱাক লৈ হোজাইত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে ,যোৱা সোমবাৰে জিৰিবামত চিআৰপিএফৰ গুলীত নিহত হৈছিল ১০ কুকি উগ্ৰপন্থী । পৰৱৰ্তী সময়ত মণিপুৰ প্ৰশাসনে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল শিলচৰস্থ মেডিকেল হাস্পতাললৈ ৷ এই  মৃতদেহ পৰিয়ালৰ লোকে লৈ যাবলৈ শিলচৰ মেডিকেলত উপস্থিত হৈছিল। পৰিয়ালৰ লোকৰ সৈতে বিভিন্ন কুকি আৰু মাৰ সংগঠনৰ কৰ্মী সদস্যই উপস্থিত আছিল।

মণিপুৰৰ আৰক্ষীয়ে যেতিয়া মৰ্গৰ পৰা মৃতদেহ উলিয়ায় তেতিয়া পৰিয়ালৰ লোকে মৃতদেহ তেওঁলোকক চমজাই দিবলৈ কয়। কিন্তু তেওঁলোকক মৃতদেহ চমজাই দিয়া নহ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পিছত আৰক্ষীৰ সৈতে কুকি আৰু মাৰ লোকৰ মাজত সংঘাত হয়। আৰক্ষীয়ে লাঠি চাৰ্জ কৰি তেওঁলোকক আতৰোয়াৰ চেষ্টা কৰে। খবৰ পাই কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতো আৰু ডিআইজি কঙ্কন জ্যোতি শইকীয়া সহ আৰক্ষী বাহিনী উপস্থিত হয়। বহু সময় ধৰি আৰক্ষী আৰু মাৰ ,কুকি সকলৰ মাজত কথা বতৰাৰ পিছত অসম আৰক্ষীয়ে মৃতদেহ মণিপুৰ আৰক্ষীৰ হাতত চমজাই দিয়ে l মাৰ এছ’চিয়েচনৰ সদস্যসকলে দাবী কৰে যে মৃতদেহসমূহ বিমানেৰে নহয়, স্থলপথৰেহে নিব লাগিব ৷

https://dainikagradoot.in/wp-content/uploads/2024/11/sichar-video.mp4

কিন্তু মণিপুৰ আৰক্ষীয়ে মৃতদেহ চমজি লৈ যায় শিলচৰ মাছিমপুৰৰ সেনা চাউনিলৈ। আনহাতে ইয়াৰ পৰা এয়াৰ লিফটিং কৰি হেলিকপ্টাৰেৰে মণিপুৰৰ চূড়াচাঁদ পুৰ লৈ যোৱা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক নোমল মাহাতোৱে ।

জানিব পৰা মতে, ১০ অভিযুক্ত কুকি উগ্ৰপন্থীৰ মৃতদেহ মণিপুৰলৈ লৈ যোৱাৰ বাবে ভাৰত চৰকাৰে মাছিমপুৰৰ সেনা ছাউনীৰ হেলিপেডৰ পৰা মৃতদেহ হেলিকপ্টাৰেৰে লৈ যোৱাৰ ব্যৱস্থা কৰিছে । তদুপৰি প্ৰতিবাদকাৰী সদস্যসকলে মৃতদেহ হেলিকপ্টাৰে ইম্ফললৈ নহয়,মণিপুৰৰ চূড়াচাঁদপুৰত অৱতৰণ কৰা হ’ব বুলি লিখিত আশ্বাস দাবী কৰে।

পিছত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে স্পষ্ট কৰি দিয়ে যে, লিখিতভাৱে একো দিব পৰা অৱস্থাত নাই কাৰণ বিষয়টো মণিপুৰ আৰক্ষী আৰু গৃহ মন্ত্ৰালয়ৰ অধীনস্থ। অৱশেষত মাৰ এছ’চিয়েশ্যনৰ এগৰাকী মহিলা সদস্যই নিশ্চিত কৰে যে জিৰিবামৰ অতিৰিক্ত আৰক্ষী অধীক্ষক থমাছে লিখিত আশ্বাস দিছে । লিখিত আশ্বাস মতে,মণিপুৰ আৰক্ষীয়ে মৃতদেহ চূড়াচাঁদপুৰলৈ হেলিকপ্টাৰে লৈ যাব ব। এই আশ্বাসৰ পিছতে মৃতদেহ কফিনত ভৰোৱা হয় আৰু লৈ যোৱা হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: kuki CommunityPolice Lathi ChargeSilchar Incidentsmch
publisher

publisher

Related Posts

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d