Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rahul Gandhi to visit Manipur:হিংসাজৰ্জৰ মণিপুৰলৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী

কাছাৰৰ ফুলেৰতল আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি মণিপুৰী শৰনাৰ্থীৰে মতবিনিময়, জিৰিবামত স্থলপথৰে উপস্থিত হৈ স্থানীয় লোকৰে বাৰ্তালাপ কংগ্ৰেছ নেতা গৰাকীৰ

publisher by publisher
July 8, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Rahul Gandhi to visit Manipur:হিংসাজৰ্জৰ মণিপুৰলৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

দুটাকৈ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত মণিপুৰ

মণিপুৰত ৫.২ প্ৰাবল্যৰ ভূমিকম্প, অসমসহ উত্তৰ-পূৰ্বত কম্পন অনুভূত

Rahul Gandhi to visit Manipur:

ADVERTISEMENT

লোকসভাৰ বিৰোধী দলপতি তথা শীৰ্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে পুৱাতে মণিপুৰ যোৱাৰ উদ্দেশ্যৰে শিলচৰ বিমান বন্দৰত উপস্থিত হয় ৷ বিমানবন্দৰত এপিচিচি সভাপতি ভূপেন বৰা সহ কংগ্ৰেছ নেতা সকলে উস্ম আদৰণি জনায় ৷

rahul 255ইয়াৰ পৰা ৰাহুল গান্ধী স্থল পথেৰে ৰাওনা হয় কাছাৰৰ লক্ষীপুৰলৈ | লক্ষীপুৰৰ ফুলেৰতলত শৰনাৰ্থী হিচাপে আশ্ৰয় শিবিৰত থকা জিৰিবামৰ মেইটেই লোকসকলৰ স’তে মতবিনিময় কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয় ৷ তাৰ পৰা পোনেপোনে স্থল পথৰে কাছাৰ জিলাৰ সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবামত উপস্থিত হৈ স্থানীয় লোকসলক সৈতে বাৰ্তালাপ কৰে ৷ জিৰিৰামত কিছু সময় অতিবাহিত কৰি পুনৰ ঘূৰি আহে শিলচৰ বিমান বন্দৰলৈ ৷ বিমান বন্দৰৰ পৰা বিশেষ বিমানেৰে মণিপুৰৰ ইম্ফললৈ ৰাওনা হয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী।

শিলচৰতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বৰ যোৱা এটা দলে ৰাহুল গান্ধীক সাক্ষাৎ কৰি অসমৰ বানপানী সন্দৰ্ভত প্ৰদান কৰে এখন স্মাৰকপত্ৰ পত্ৰ ৷ স্মাৰক পত্ৰক উল্লেখ কৰে যে ,অসমৰ বানপানীৰ পৰিস্থিতি সম্পৰ্কত সদনতউদ্থাপনৰ বাবে আহ্বান জনায়।

rahul 2555আনহাতে,বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধী মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বে সোমবাৰে পুৱতি নিশা জিৰিবামত মণিপুৰ আৰক্ষী আৰু কুকিৰ মাজত প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয়। দুৰ্বৃত্তই জ্বলাই দিয়ে বহুকেইটা বাসগৃহ ৷ ইতিমধ্যে এই ঘটনাক লৈ জিৰিবাম জিলাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

bhupen bora

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JiribamManipurMeitei ComunnityRahul Gandhi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d