Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Devendra Fadnavis is on track to become the Cm of Maharashtra;মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী হোৱাৰ বাট প্ৰশস্ত ফাড়নবিছৰ !

প্ৰধানমন্ত্ৰীক নিশ্চিত দিলে সিন্দেই, অহা সপ্তাহত মহাৰাষ্ট্ৰত নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব

publisher by publisher
November 27, 2024
in India, News
Reading Time: 2 mins read
0
Devendra Fadnavis is on track to become the Cm of Maharashtra;মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী হোৱাৰ বাট প্ৰশস্ত ফাড়নবিছৰ !
1
SHARES
11
VIEWS
ShareShareShareShare

Devendra Fadnavis is on track to become the Cm of Maharashtra:

সকলো থিকে থাকিলে অহা সপ্তাহত মহাৰাষ্ট্ৰত নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। বিজেপিৰে মুখ্যমন্ত্ৰী হোৱাৰ ইংগিত দিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই ৷ অৱশ্যে এতিয়াও ঘোষণা কৰা হোৱা নাই মুখ্যমন্ত্ৰীৰ নাম ৷

ADVERTISEMENT

উল্লেখ্য যে,দেশৰ দ্বিতীয় বৃহত্তম ৰাজ্য খনৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপি মহাযুটিয়ে কংগ্ৰেছ নেতৃত্বাধীন মহা আঘাড়ীক শোচনীয়ভাৱে পৰাভূত কৰিছিল ৷ মুঠ ২৮৮ খন আসনৰ ১৩২ খন লাভ কৰি বিজেপি সৰ্ব বৃহৎ দল ৰূপে বিবেচিত হয় ৷আনহাতে শিৱসেনাই ৫৬,এনচিপিয়ে ৪১ খন পোৱাৰ বিপৰীতে মহা আঘাড়ীৰ শিৱসেনা(ইউবিটি)২১, এনচিপি(শৰত পাৱাৰ)১০,কংগ্ৰেছ ১৪ আৰু অনান্যই ১০ খনতে সীমাবদ্ধ থাকে ৷

RelatedPosts

No Content Available

deben 2বিজেপি মহাযুটিয়ে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাতকৈ বহু অধিক আসন লাভ কৰিলে যদিও মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব এই বিষয়ক লৈ দল তিনিটাৰ একমত হ’ব পৰা যোৱা পাঁচদিন ধৰি ৷ বিহাৰৰ ফৰ্মলাৰে মুখ্যমন্ত্ৰী আসনত সিন্দেক দিয়াৰ দাবী শিৱসেনাৰ বিধায়কৰ ৷ইয়াৰ বিপৰীতে সৰ্ববৃহৎ দল ৰূপে বিজেপিৰ বিধায়ক বৰ্গই ফাড়নবিছকে বিচাৰে ৷আনহাতে এনে ঘটনাক্ৰমৰ মাজতে এন চিপিৰ মুৰব্বী অজিত পাৱাৰে ফাড়নবিছ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে ৷ এনে প্ৰেক্ষাপটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব ৷ ইয়াকে লৈ অব্যাহত থকা তীব্ৰ উৎকণ্ঠাৰ মাজতে গোটেই বিষয়টো এতিয়া প্ৰধানমন্ত্ৰীৰ কৰ্টত ৷

উল্লেখ্য যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ফাড়নবিছকে মুখ্যমন্ত্ৰী পতাৰ ইংগিত দিছে যদিও, বিতৰ্কৰ সূত্ৰপাত নঘটিবলৈকে মহাযুটিয়ে মুখ্যমন্ত্ৰীৰ নাম ঘোষণাত সময় লৈছে। লক্ষণীয়ভাবে বিজেপি কৰ্মকৰ্তাই ২০২২ চনৰে পৰা ফাড়নবিছক মুখ্যমন্ত্ৰী পতাৰ দাবী তুলি আহিছে। কিন্তু ২০২২ত বিজেপিৰে শিৱসেনাৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত একনাথ সিন্দেই লোৱা ভূমিকাৰ বাবে বিজেপি শীৰ্ষ নেতৃত্বই সিন্দেক মুখ্যমন্ত্ৰীৰ পদেৰে সন্মানিত কৰিলে। কিন্তু এইবাৰ বিধান সভাৰ আসনৰ দিশৰ পৰা ১৩২খন আসনেৰে বিজেপি বহু শক্তিশালী।

ইফালে বিজেপি সূত্ৰই অহা সপ্তাহত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব বুলি ইংগিত দিছে যদিও এতিয়াও মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হোৱা নাই। এনে ৰাজনৈতিক ঘটনাক্ৰমৰ মাজতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে বিজেপিয়ে পৰ্যবেক্ষক কমিটি গঠন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱো থকা এই পৰ্যবেক্ষক কমিটিয়ে দুই এদিনতে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব। পৰ্যবেক্ষক কমিটিখন বৃহস্পতিবাৰে নিশা বা শুকুৰবাৰে পুৱাৰ ভাগতে মুম্বাইত উপস্থিত হ’ব।

deven 3শেহতীয়া খবৰ অনুসৰি শিৱসেনাৰ মুৰব্বী সিন্দেই দেবেন্দ্র ফাড়নবিছ মুখ্যমন্ত্রী হ’লে আপত্তি নাই বুলি আশ্বাস দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ ফাড়নবিছকে শিৱসেনাই মানি ল’ব ৷ অৰ্থাৎ মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী হোৱাৰ বাট প্ৰশস্ত হ’ল দেবেন্দ্ৰ ফাড়নবিছৰ ৷ ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই গঠন কৰি দিয়া কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পৰ্যবেক্ষক কমিটিয়ে মুম্বাইত উপস্থিত হৈ শিৱসেনা -এনচিপিৰ দুই মুৰব্বী একনাথ সিন্দে আৰু অজিত পাৱাৰৰ স’তে মতবিনিময় কৰি মাত্ৰ আনুষ্ঠানিকতাহে ৰক্ষা কৰিব ৷  অশ্বিনী বৈষ্ণৱে আনুষ্ঠানিকতা ৰক্ষা কৰি মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী ৰূপে দেবেন্দ্ৰ ফাড়নবিছৰ নামকে ঘোষণা কৰাটো নিশ্চিত হৈছে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Devendra Fadnavis is on track to become the CmMaharashtra New CmNcp Chief Ajit Powerss Chief Eknath Shinde
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d