Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union minister attended the Tribal Pride Day celebrations at Dinjay Tea Estate grounds in Dibrugarh:জনজাতীয় গৌৰৱ দিৱস উপলক্ষে বীৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী বর্ষ উদযাপনৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বীৰছা মুণ্ডাৰ সন্মানাৰ্থে মুকলি এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট, ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচা খেলপথাৰত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ, জনজাতীয় লোকৰ মাজত বিতৰণ কৰা হয় ভূমিৰ পট্টা, আয়ুষ্মান স্বাস্থ্য বীমা কার্ড

publisher by publisher
November 15, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Union minister attended the Tribal Pride Day celebrations at Dinjay Tea Estate grounds in Dibrugarh:জনজাতীয় গৌৰৱ দিৱস উপলক্ষে বীৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী বর্ষ উদযাপনৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

AJP Pressmeet in Dibrugarh:নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে: চিত্তৰঞ্জন বসুমতাৰী

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Union minister Sarbananda Sonowal attended the Tribal Pride Day celebrations at Dinjay Tea Estate grounds in Dibrugarh:

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে বিহাৰৰ জমুইৰ পৰা ধৰতী আবা বীৰছা মুণ্ডাৰ ১৫০তম জয়ন্তী বর্ষ উদযাপনৰ শুভাৰম্ভ কৰে আৰু প্ৰায় ৬,৬৪০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন সুযোগ আৰু প্ৰশিক্ষণ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে এই আঁচনিৰ জৰিয়তে ৮০,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে।

ADVERTISEMENT

আজিৰ এই বিশেষ দিনটোত বীৰছা মুণ্ডা আৰু জনজাতীয় স্বাধীনতা সংগ্রামীসকল তথা ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্রাত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা মহান জনজাতীয় ব্যক্তিসকলৰ স্মৃতিত ডিব্ৰুগড়ৰ চাবুৱাৰ অনুষ্ঠানত গভীৰ শ্ৰদ্ধার্ঘ নিবেদন কৰা হয়। আজিৰ অনুষ্ঠানত কেইবাগৰাকীও হিতাধিকাৰীক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা, আয়ুষ্মান স্বাস্থ্য বীমা কার্ড আদি বিতৰণ কৰে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয়, ভাৰতৰ স্বাধীনতা বিপ্লৱৰ বীৰসন্তান, জনজাতীয় সমাজৰ গৌৰৱ তথা স্বাভিমানৰ প্ৰতীক ধৰতী আবা বীৰছা মুণ্ডাৰ জীৱনগাথা, অতুলনীয় ত্যাগ আৰু সাহসৰ দৃষ্টান্তই দেশবাসীক উদ্বুদ্ধ কৰি আহিছে। বীৰছা মুণ্ডাৰ বর্ণিল জীৱনগাথাই আমাক সদায়েই শক্তি আৰু প্ৰেৰণা দিয়ে। তেখেতে দেখুৱাইছিল যে একতাৰে আমি যিকোনো প্রতিকূলতাৰ মোকাবিলা কৰিব পাৰোঁ।

তেখেতৰ বৰ্ণাঢ্য জীৱনৰপৰা শিক্ষা লৈ আমি ভাৰতবৰ্ষৰ সর্বাংগীণ উন্নয়ন, আত্মনিৰ্ভৰশীলতা তথা শ্রীবৃদ্ধিৰ পথত সম্মিলিত প্ৰচেষ্টাৰে আগবাঢ়ি যাওঁ আহক। ধৰতী আবা বীৰছা মুণ্ডা আছিল এগৰাকী মহান জনজাতীয় বিপ্লৱী,যিয়ে ব্ৰিটিছৰ ঔপনিৱেশিক শাসন আৰু অন্যায়- অবিচাৰৰ বিৰুদ্ধে সংগ্রাম কৰি জনজাতীয় সমাজক স্বদেশ-স্বজাতিৰ হকে ঐক্যবদ্ধ কৰিছিল। দেশমাতৃৰ বাবে বীৰ পুৰুষ গৰাকীৰ অদম্য সাহস, ত্যাগ আৰু গভীৰ দায়বদ্ধতাই প্রতিটো প্রজন্মকে অনুপ্রাণিত কৰি আহিছে।

আজি পুণ্য জন্মবার্ষিকীত ভাৰতী আইৰ অমৰ সন্তান গৰাকীলৈ মোৰ সশ্রদ্ধ প্ৰণিপাত জনালোঁ। অনুষ্ঠানত ৰাইজক সম্বোধন কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, আজিৰ দিনটো সমগ্ৰ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ দিন যিহেতু আমি ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত জনজাতীয় জনগণৰ সমৃদ্ধ ঐতিহ্য আৰু অপৰিসীম অৱদান উদযাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ২০১৪ চনৰ পৰা ভাৰতৰ কেইবা কোটি জনজাতীয় লোক বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ দ্বাৰা লাভান্বিত হৈছিল। বিজেপি চৰকাৰৰ দিনত জনজাতীয় লোকসকলৰ দীৰ্ঘদিনীয়া দাবী, অধিকাৰ, প্ৰয়োজনীয়তা আদি পূৰণ হৈছে আৰু জনজাতীয় ভাতৃ-ভগ্নীসকলে মর্যাদা আৰু সন্মানেৰে জীৱন নিৰ্বাহ কৰিব পাৰিছে। দেশমাতৃৰ বীৰ সন্তান বীৰছা মুণ্ডাৰ অমৰ দেশপ্রেম, আত্মবলিদান আৰু সাহসৰ অবিস্মৰণীয় গাথা ভাৰতীয় ইতিহাসৰ এক প্ৰেৰণাদায়ক অধ্যায়। তেখেতৰ ত্যাগ, বীৰত্ব আৰু কৰ্মচেতনাৰ ইতিহাসেৰে উদ্বুদ্ধ হৈ আমি এখন সমৃদ্ধিশালী, আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়িব লাগিব।

সোণোৱালে আজি কয়, জনজাতীয় কল্যাণৰ বাবে মোদীয়ে ধৰতী আবা জনজাতীয় গ্রাম্য উৎকর্ষ অভিযানৰ সূচনা কৰিছিল। দুর্গম এলেকাত বাস কৰা জনজাতীয় লোকসকলক পথ, পানী, স্বাস্থ্য, দূৰসংযোগ, বিদ্যুৎ, গৃহ নিৰ্মাণৰ দৰে মৌলিক সুবিধা প্ৰদান কৰা হৈছে। ৭৯,১৫৬ কোটি টকাৰ আঁচনি ৰূপায়ণ কৰা হৈছে, ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬৩,৮৪৩ খন গাঁৱত বাস কৰা ৫.৩৩৮ কোটি জনজাতীয় লোকৰ বাবে প্ৰাথমিক সুবিধা উপলব্ধ কৰা হৈছে। প্রধানমন্ত্রী আবাস যোজনা (গ্ৰাম্য)ৰ অধীনত জনজাতীয় সম্প্রদায়ৰ বাবে ২০ লাখ পকী ঘৰ, ঘৰৰ বৈদ্যুতিকৰণ আৰু অফ-গ্রিড সৌৰশক্তি, নতুন সৌৰশক্তি আঁচনি, ২.৩৫ লাখ বিজুলীবিহীন ঘৰ আৰু ৰাজহুৱা প্রতিষ্ঠানলৈ গ্রীড/ছ’ লাৰৰ জৰিয়তে বৈদ্যুতিকৰণ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ১০০০টা ভ্রাম্যমাণ মেডিকেল ইউনিট, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ একাধিক আঁচনি ৰূপায়ণ, ২ লাখ এফআৰএ পট্টাধাৰী হিতাধিকাৰী, স্বদেশ দৰ্শনৰ অধীনত ১০০০ জনজাতীয় নিবাস নির্মাণ, প্রধানমন্ত্রী গ্রাম সড়ক যোজনাৰ অধীনত জনজাতীয় অঞ্চলত ২৫,০০০ কিল’মিটাৰ পথৰ নিৰ্মাণ, ৮,০০০ অংগনৱাড়ী কেন্দ্র স্থাপন, মৎস্য সংস্কৃতিৰ সহায়ৰ বাবে ১ লাখ ব্যক্তিগত আৰু ১০,০০০ সামূহিক হিতাধিকাৰীৰ সৃষ্টি, জল জীৱন মিছনৰ অধীনত ২৯,৪৬২ খন জনজাতীয় গাঁও, প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ১১,৫৩৯ খন গাঁও, সমগ্র শিক্ষা অভিযানৰ অধীনত ১,০০০ খন হোষ্টেলৰ নিৰ্মাণ, টেলিকম প্রযুক্তি উন্নয়ন পুঁজিৰে ৫,০০০ খন গাঁও, জনজাতীয় গোট আদিত ১,০০০টা দক্ষতা কেন্দ্ৰৰ নিৰ্মাণ আদি বিভিন্ন কল্যাণকামী পদক্ষেপ সম্ভৱ হৈ উঠিছে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ সু শাসনৰ ফলতহে। পূৰ্বৰ চৰকাৰৰ দিনত জনজাতীয় সম্প্রদায় সকলো দিশতে পিছপৰি আছিল, কংগ্রেছে তেওঁলোকক অৱহেলা কৰিছিল। কিন্তু মোদীয়ে দিলে জনজাতীয় সম্প্রদায়ক উচিত সন্মান আৰু মৰ্যাদা।

এই সময়ছোৱাত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীসকল যোগেন মহন, বিমল বড়া, সঞ্জয় কিষাণ, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়কসকল প্রশান্ত ফুকন, পোনাকণ বৰুৱা, চক্ৰধৰ গগৈ, তেৰছ গোৱালা, বিনোদ হাজৰিকা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু উচ্চপদস্থ বিষয়াসকল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DIBRUGARHDinjay Tea Estate groundTribal Pride Day celebrationsUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d