কোকৰাঝাৰ জিলাৰ দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত দেওবাৰৰ পৰা আৰম্ভ কৰে খেল মহাৰণ ২.০ ৰ । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেল মহাৰণৰ উদ্বোধন কৰে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে । লগতে এই অনুষ্ঠানত কোকৰাঝাৰ জিলা ক্ৰীড়া বিভাগৰ বিষয়া সকলোৰ লগতে ইউপিপিএল দলৰ নেতা-কৰ্মী সকলো উপস্থিত থাকে । দোতমা সমষ্টিৰ অধীনত থকা ২৭ টা ভিছিডিছিৰ অধিনত থকা সকলো খেলুৱৈৱে এই খেল মহাৰণত অংশগ্ৰহন কৰে ।
দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত খেল মহাৰণ ২.০ৰ শুভাৰম্ভ
দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত খেল মহাৰণ ২.০ৰ শুভাৰম্ভ
-
By publisher

- Categories: Assam, News
- Tags: Dotama Higher Secondary Schoolkhel Maharan 2.0খেল মহাৰণ ২.০
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025