তিনিচুকীয়াৰ জিলাৰ পেঙেৰীৰ তৰাণী সংৰক্ষিত বনাঞ্চলত নিশা আৰক্ষী-বন বিভাগৰ অভিযান । অভিযানৰ সময়ত বৃহত পৰিমাণৰ কুন্দাসহ এখন জেচিবি আৰু কুন্দাভৰ্তি এখন ট্ৰাক জব্দ ।
ADVERTISEMENT
AS 25 EC 4196 নম্বৰৰ এখন JCB আৰু AR 20 8134 নম্বৰৰ এখন ট্ৰাক জব্দ কৰিছে পেঙেৰী আৰক্ষীৰ লগতে পেঙেৰী খাটাংপানী আঞ্চলিক বন বিভাগে ।