মেষ: ব্যৱসায় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । স্বাস্থ্যৰ যত্ন লওক। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোযোগ দিয়ক । বিয়াৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত নলব। শুভ ৰং হালধীয়া।
বৃষঃ পৈতৃক সম্পত্তি লাভৰ যোগ। চাকৰিত সাফল্য লাভৰ যোগ। প্ৰেমত সাৱধান হওক । স্বাস্থ্যৰ যত্ন লওক । ভ্ৰমণ নকৰাই ভাল । শুভ ৰং বগা।
মিথুন: মানসিক অশান্তিত ভুগিব পাৰে। বৈবাহিক জীৱনত সমস্যাৰ সম্মুখীন হোৱাৰ সম্ভাৱনা অধিক । চাকৰিয়ালসকলৰ দিন ভালকৈ যাব । শুভ ৰং ৰঙা।
কর্কট: অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। প্রেমৰ প্রস্তাৱ আহিব পাৰে । পঢ়া-শনাত মনোযোগ দিয়ক । শুভ ৰং ক’লা।
সিংহ: পুৰণি ৰোগৰ উপশম হ’ব। ব্যৱসায় ভিত্তিক উত্থান-পতনে আর্থিক লাভৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। প্ৰেমত শুভ । বিদ্যাত সাফল্য। শুভ ৰং মেৰুণ।
কন্যা: পিতৃ-মাতৃৰ প্রতি দায়িত্ব বাঢ়িব। ব্যৱসায়ত বাধাৰ সম্মুখীন হ’ব পাৰে। পঢ়া-শুনাত চেষ্টা-অব্যাহত ৰাখক। ভ্রমণ কৰিব পাৰে। শুভ ৰং সেউজীয়া।
তুলা: সন্তানৰ বাবে ভাল । ছাত্র-ছাত্রীসকলৰ বাবে দিনটো শুভ। মনোবল অটুট ৰাখিব। দিনটো সুকলমে পাৰ হ’ব । শুভ ৰং বগা।
বৃশ্চিকঃ সন্তানে আপোনাক গৌৰৱান্বিত কৰিব। কর্মক্ষেত্রত সৰু-সুৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে। ঘৰুৱা শুভ। প্রেমত বাধা। শুভ ৰং ক্রীম।
ধনু: বেপাৰ-বাণিজ্যত সৰু-সুৰা বাধা আহিব। কাম- কাজত নিয়মানুবর্তী হ’বলৈ চেষ্টা কৰক। পঢ়া-শুনাত মনোযোগ দিয়ক। প্রেমত আনন্দ । শুভ ৰং কমলা।
মকৰ: চাকৰিৰ ক্ষেত্রত সতর্ক হৈ চলা ভাল। আর্থিক দিশত উন্নতি লাভ কৰিব। বিবাহৰ যুগ। প্রেমত মধ্যম। শুভ ৰং নীলা।
কুম্ভ: চাকৰি লাভৰ যোগ। বিদ্যাত শুভ । পেটৰ অসুখে আমনি দিব পাৰে। প্ৰেমত শুভ। শুভ ৰং হালধীয়া।
মীন: বেপাৰ-বাণিজ্যত সৰু-সুৰা বাধা আহিব। কাম- কাজত নিয়মানুবর্তী হ’বলৈ চেষ্টা কৰক। প্ৰেমত আনন্দ। বিদ্যাত শুভ ।