Hand grenades and detonators recovered in Sonitpur:
শোণিতপুৰত গোপনে লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে হেণ্ড গ্ৰেণেড আৰু ডিটনেটৰ ৷ শোণিতপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,নিৰ্ভৰযোগ্য সূত্ৰৰ তথ্যৰ ভিত্তিত জিলাখনৰ অসম অৰুণাচল সীমান্তৱৰ্তী তথা বাতাচী পুৰৰ উদাংশ্ৰী গাঁৱত থকা এখন ৰবৰ বাগিছাৰ জংঘলৰ মাজত পুতি থোৱা অৱস্হাত উদ্ধাৰ কৰা হয় পাঁচটা ৩৬ হেণ্ড গ্ৰেণেড আৰু পাঁচটা ডিটনেটৰ ৷