Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

    সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

    CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

    সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

    BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শিক্ষা বিভাগত ২০০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী, কাৰ পকেটত সোমাইছে ধন

২০২৩-২৪ বৰ্ষৰ সমগ্ৰ শিক্ষা শীৰ্ষক প্ৰতিবেদন পোহৰলৈ অহাৰ পিছতে ফাদিল হৈছে উদ্বেগজনক তথ্য । পোহৰলৈ আহিছে শিক্ষা বিভাগৰ ২০০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী ।

publisher by publisher
December 23, 2024
in Assam, News, Politics
Reading Time: 1 min read
0
সংবাদমেল
6
SHARES
56
VIEWS
ShareShareShareShare

২০২৩-২৪ বৰ্ষৰ সমগ্ৰ শিক্ষা শীৰ্ষক প্ৰতিবেদন পোহৰলৈ অহাৰ পিছতে ফাদিল হৈছে উদ্বেগজনক তথ্য । পোহৰলৈ আহিছে শিক্ষা বিভাগৰ ২০০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী । শিক্ষা সেতু App ৰ জৰিয়তে চিনাক্ত কৰিছে ৪ লাখ ভুৱা শিক্ষাৰ্থী । এই ৪ লাখ শিক্ষাৰ্থীৰ নামত বছৰি ইউনিফৰ্ম, মধ্যহ্ন ভোজন,পাঠ্যপুথি আদিৰ নামত ব্যয় হয় প্ৰায় ২০০ কোটি টকা । ইয়াৰ পিছতে সৰৱ হৈ পৰিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছ ।

ADVERTISEMENT

সোমবাৰে গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ যুৱ কংগ্ৰেছে এখনি সংবাদমেলৰ আয়োজন কৰে। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি তথা মিডিয়া বিভাগৰ অধ্যক্ষ ৰাকেশ চক্ৰৱৰ্তীয়ে সম্বোধন কৰা সংবাদ মেলখনত অসম চৰকাৰৰ শিক্ষা বিভাগক জবাবদিহি কৰে ।

RelatedPosts

অসমে কুকুৰা মাংস আৰু কণীৰ বাবে বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে- খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা

মূল্যবৃদ্ধি, নিৱনুৱা সমস্যাক লৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সংবাদমেল ৰাজীৱ ভৱনত

ৰাকেশ চক্ৰৱৰ্তীয়ে কয় যে, ২০২৩-২৪ বৰ্ষৰ সমগ্ৰ শিক্ষা শীৰ্ষক প্ৰতিবেদনত চৰকাৰে নিজেই উদঙাইছে যে ৪ লাখ ভুৱা শিক্ষাৰ্থী তেওঁলোকে শিক্ষা সেতু App ৰ জৰিয়তে চিনাক্ত কৰিছে। এতিয়া প্ৰশ্নটো হল এই ৪ লাখ শিক্ষাৰ্থীৰ নামত বছৰি ইউনিফৰ্ম, মধ্যহ্ন ভোজন,পাঠ্যপুথি আদিৰ নামত প্ৰায় ২০০ কোটি তথা ব্যয় হয়। ভয়ংকৰ কথাটো হল এই ৪ লাখ ভুৱা শিক্ষাৰ্থী কিমান বছৰৰ পৰা আছিল আৰু বছৰি প্ৰায় এই ২০০ কোটি টকা কোনে উদৰস্থ কৰিছে।

কোনোবা বিদ্যালয়ৰ প্ৰধান শিক্ষক বা পৰিচালনা সমিতিয়ে আত্মসাত কৰিছে নে পোনে পোনে দিছপুৰৰ পৰাই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু বিষয়াসকলৰ পৃষ্ঠপোষকতাত এই ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে।

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কল্যাণ ভাগৱতীয়ে কয় যে, ৰণৌজ পেগু সাৰে আছে নে শুই আছে । আজিৰ দিনত অসমত কোনো মন্ত্ৰীৰ কোনো বিষয়তে কৰ্তৃত্ব নাই, সকলো মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই হয়। ৰণৌজ পেগুৰ দৰে এগৰাকী শিক্ষিত ব্যক্তিৰ হাতত শিক্ষা বিভাগ থকাৰ পিছতো, এনেদৰে ধ্বংস হৈ যাব বুলি অসমবাসী ৰাইজে কোনোকালেই কল্পনা কৰা নাছিল।

WhatsApp Image 2024 12 23 at 4.41.11 PM

ৰাকেশ চক্ৰৱৰ্তীয়ে লগতে কয় যে, বিগত ৭ বছৰত প্ৰায় ৮০৬৬ খন চৰকাৰী খণ্ডৰ বিদ্যালয় চৰকাৰে বন্ধ কৰি দিছে,৬২৮৯ টা শিক্ষকৰ পদ ৰাজ্যত আজিও খালী হৈ আছে। তাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সফলতাৰ ধাক ঢোল বজাই থাকে। এইখন চৰকাৰ কেৱল বিজ্ঞাপন আৰু ৰং তামাছা কৰাৰ হে চৰকাৰ, সৰ্ব্বসাধাৰণ দুখীয়া মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীৰ প্ৰতি কোনো সহানুভূতি নাই বিজেপি চৰকাৰৰ। সকলো চৰকাৰী খণ্ডৰ বিদ্যালয়, প্ৰতিষ্ঠান ধ্বংস কৰি কেৱল নিজৰ নিজৰ সম্পত্তি বৃদ্ধিত ব্যস্ত মুখ্যমন্ত্ৰী তথা চৰকাৰখন।আজি অসমৰ চৰকাৰী খণ্ডৰ শিক্ষা বিভাগৰ এই পয়ালগা অৱস্থাৰ মাজত উত্তৰ পূৱৰ আটাইতকৈ ব্যয়বহুল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বত্বাধিকাৰী মূখ্যমন্ত্ৰীৰ পত্নী হোৱাটো ৰাজ্যৰ জনতাৰ বাবে আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় ।

শিক্ষা বিভাগত চলি থকা এই ২০০ কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ তদন্ত যদি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জড়িয়তে কৰা নহয় আৰু সমগ্ৰ তথ্য যদি ৰাজহুৱা কৰা নহয় তেন্তে যুৱ কংগ্ৰেছে ৰাজ্যত ইয়াৰ বিৰুদ্ধে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি প্ৰকাশ কৰে চক্ৰৱৰ্তীয়ে ।

এই সংবাদমেলত উপস্থিত থাকে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মিডিয়া বিভাগৰ উপাধ্যক্ষ ৰূহুল আমিন আহমেদ,কল্যাণ ভাগৱতী, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা,সম্পাদক আব্দুল আৱাল আৰু গুৱাহাটী মহানগৰ জিলা যুৱ কংগ্ৰেছৰ সভানেত্ৰী দেৱী ডেকা কৰ্মকাৰ ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: অসম চৰকাৰঅসম প্ৰদেশ যুৱ কংগ্ৰেছমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাশিক্ষা সেতু এপৰণৌজ পেগু
publisher

publisher

Related Posts

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 
India

May 30, 2025
সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 
India

সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

May 30, 2025
CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে
News

CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

May 30, 2025
সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!
India

সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

May 30, 2025
BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !
News

BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

May 30, 2025
ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 
India

ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

May 30, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d