Golden Monkey:
পুনৰ বিদ্যুতস্পৃষ্ঠ হৈ মৃত্যু ঘটিল দুস্প্ৰাপ্য সোণালী বান্দৰৰ।
ADVERTISEMENT
বঙাইগাঁৱৰ বাখলগাৱৰ কুজিয়াপাৰাত বিদ্যুৎ পৰিবাহী তাৰত লাগি নিহত সোণালী বান্দৰটোৰ।
সোণালী বান্দৰৰ জাকএটা খাদ্যৰ সন্ধানত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ আগমন ঘটাৰ সন্দেহ স্থানীয় ৰাইজৰ।
চলিত মাহত উন্মুক্ত বিদ্যুৎ পৰিবাহী তাৰত বিদ্যুতস্পৃষ্ঠ হৈ ইতিমধ্যে মৃত্যু ঘটিছে ৩টা দুস্প্ৰাপ্য সোণালী বান্দৰৰ।