Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Police launch anti-child marriage operation in Assam:পুনৰ মাজনিশাৰ পৰা ৰাজ্যত আৰক্ষীৰ বাল্যবিবাহ বিৰোধী অভিযান

স্বামী-পৰিয়ালৰ সদস্যৰ লগতে কাজিও ধৃত, চৰকাৰৰ বাল্যবিবাহ বিৰোধী আইনক একাংশৰ ভেঙুচালি, ৩৪৫ টা গোচৰ : ৪৩১ জনক গ্ৰেপ্তাৰ

publisher by publisher
December 23, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Police launch anti-child marriage operation in Assam:পুনৰ মাজনিশাৰ পৰা ৰাজ্যত আৰক্ষীৰ বাল্যবিবাহ বিৰোধী অভিযান
1
SHARES
11
VIEWS
ShareShareShareShare

Police launch anti-child marriage operation in Assam:

চৰকাৰে দাবী কৰা অনুসৰি অসমত বাল্যবিবাহ বিৰোধী আইন কঠোৰভাবে বলবৎ হৈ থাকিলেও এই সামাজিক ব্যাধিৰ পৰা সমাজ মুক্ত হোৱা নাই। ফলস্বৰূপে বাল্যবিবাহ কৰা লোক আৰু ইয়াৰ লগত জড়িত অন্যান্য ব্যক্তিসকলৰ বিৰুদ্ধে যোৱা নিশাৰ পৰা অসম আৰক্ষীয়ে তৃতীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰে ।

ADVERTISEMENT

অৱশ্যে বিৰোধীয়ে ইয়াক ৰাজ্যৰ জ্বলন্ত সমস্যা সমূহৰ পৰা অসমবাসীৰ দৃষ্টি আনফালে নিবলৈ চলোৱা অভিযানহে বুলি মন্তব্য কৰিছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ অতিৰিক্ত সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই আজি ইয়াত এক সংবাদমেলত সদৰী কৰা অনুসৰি, নিশাৰ পৰা চলা অভিযানত সমগ্ৰ ৰাজ্যত বাল্যবিবাহ সম্পর্কীয় ৩৪৫ টা গোচৰ পঞ্জীয়ন হৈছে আৰু ৪৩১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত বাল্যবিবাহ কৰা স্বামী, পৰিয়ালৰ সদস্য আৰু কাজিও আছে।

RelatedPosts

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

Gaurav Gogoi:গৌৰৱ গগৈৰ সোমবাৰৰ সংবাদমেলৰ পাছতে অতিৰিক্ত নিৰাপত্তা প্ৰদান অসম আৰক্ষীৰ

HSLC Examination Started:আজিৰে পৰা আৰম্ভ হ’ল মেট্রিক পৰীক্ষা

মপগত্ সোীীগোুা ২অৱশ্যে গুপ্তাই দাবী কৰে যে অসম আৰক্ষীয়ে অব্যাহত ৰখা এই অভিযানৰ ফলস্বৰূপে বাল্যবিবাহৰ মাত্ৰা ৰাজ্যত হ্রাস হৈছে। সেই কাৰণে পূৰ্বৰ তুলনাত গোচৰৰ সংখ্যাও হ্রাস পাইছে। ইয়াৰ পৰিসংখ্যা দাঙি ধৰি গুপ্তাই কয়, ‘২০২৩ৰ ফেব্ৰুৱাৰীত বাল্যবিবাহৰ বিৰুদ্ধে প্রথম অভিযান চলিছিল। সেইবাৰ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা আছিল ৪,৩৮৭ টা আৰু গ্ৰেপ্তাৰ হৈছিল ৩,৪২৫ জন লোক। দ্বিতীয় অভিযান চলিছিল যোৱা বছৰৰে অক্টোবৰত। সেইবাৰ গোচৰ পঞ্জীয়ন হৈছিল ৬৮২ টা আৰু গ্ৰেপ্তাৰ হৈছিল ৯১৩ জন লোক। তাৰ বিপৰীতে যোৱা নিশাৰ পৰা চলা অভিযানত পঞ্জীয়ন হোৱা গোচৰ আৰু গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা যথেষ্ট হ্রাস হয়।’

অতিৰিক্ত সঞ্চালক প্রধানজনে লগতে উল্লেখ কৰে যে বাল্যবিবাহ বিৰোধী অভিযানৰ যোগাত্মক প্রভাৱ পৰিছে প্রসূতি আৰু শিশুৰ মৃত্যুৰ হাৰৰ ওপৰত। দুয়োটা শিতানতে মৃত্যুৰ সংখ্যা উল্লেখযোগ্যভাবে অৱনমিত হৈছে। ইয়াৰ তথ্য সদৰী কৰি গুপ্তাই কয় যে ২০২০-২১ত অসমত প্রসূতিৰ মৃত্যুৰ সংখ্যা আছিল ৯৮৪ গৰাকী। ২০২১-২২ত ৭৬৬ গৰাকী, ২০২২-২৩ত সেই সংখ্যা হয় ৫১০ আৰু ২০২৩-২৪ত সেই সংখ্যা ৩৭২ গৰাকীলৈ হ্রাস হয়। একেদৰে ২০২১ত শিশুৰ মৃত্যুৰ সংখ্যা আছিল ৯,৪৭২, ২০২১-২২৩ ৭,৯০৮, ২০২২-২৩ ত সেই সংখ্যা অৱনমিত হয় ৬,৭২১লৈ।

আনহাতে,২০২৩-২৪ত শিশুৰ মৃত্যুৰ সংখ্যা ৪,৭৯০লৈ হ্রাস হয়। আৰক্ষী বিষয়াজনে লগতে সদৰী কৰে যে সাধাৰণতে যিকেইখন জিলাত বাল্যবিবাহৰ মাত্ৰা অধিক, তাতেই এনে ঘটনা লক্ষ্যণীয়ভাবে হ্রাস হৈছে। তেনে জিলাৰ ভিতৰত আছে ধুবুৰী, হোজাই, নগাঁও, দক্ষিণ শালমাৰা-মানকাচৰ, বৰপেটা, বিশ্বনাথ আৰু শদিয়া। আনহাতে, বিশ্বনাথ, যোৰহাট, ডিমা হাছাও, হামৰেণ আৰু গুৱাহাটী মহানগৰত তৃতীয় পৰ্যায়ৰ অভিযান চলোৱাৰ প্ৰয়োজনীয়তাই নহ’ল। কিয়নো এই জিলা কেইখনত নতুনকৈ বাল্যবিবাহ সম্পন্ন হোৱা নাই। গুপ্তাই কয়, ‘অসম চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে চলাই থকা অভিযান আৰু

assam childজনসাধাৰণৰ মাজত গঢ়ি উঠা সজাগতাৰ ফলতে বাল্যবিবাহৰ মাত্ৰা ৰাজ্যজুৰি হ্রাস হৈছে।’ গুপ্তাই এইবুলিও লগতে কয় যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অভিযানৰ ৫,১৮১ টা গোচৰৰ অভিযোগনামা এই পর্যন্ত দাখিল কৰা হৈছে। ইয়াৰ হাৰ হ’ল ৯৫.২ শতাংশ। ইপিনে, চৰকাৰৰ বাল্যবিবাহ বিৰোধী অভিযান ধাৰাবাহিকভাৱে চলিব বুলি আজি সদৰী কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ লগতে দাবী কৰে যে আগন্তুক ২০২৬ৰ পূৰ্বেই অসম বাল্যবিবাহমুক্ত হ’ব। মুখ্যমন্ত্রীয়ে কয়, ‘আমি এই পর্যন্ত বাল্যবিবাহৰ লগত জড়িতসকলৰ বিৰুদ্ধে তিনিবাৰ অভিযান চলাইছো। আৰক্ষীৰ অভিযানৰ সমান্তৰালকৈ বাল্যবিবাহৰ প্রতি আকর্ষণ আৰু একাংশ লোকৰ সহমতক বাধা দিবলৈ নিযুত মইনাকে ধৰি ছোৱালী শিক্ষাৰ কে’বাখনো আঁচনি ৰূপায়ণ কৰিছো। ইয়াত আমি যিদৰে সঁহাৰি লাভ কৰিছো, তাৰ ফলত অসমত ২০২৬ৰ আগতে বাল্যবিবাহ নির্মূল হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: anti-child marriage operationAssam PoliceCIDCMO ASSAMDGP Assam
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d