Spinach Benefits: কৰ্কট ৰোগীয়ে পালেং শাক খাওক…

পালেং শাকৰ ঔষধি গুণাগুণসমূহ জানেনে...

spinach

পালেং শাক

পালেং শাক আমাৰ সকলোৰে পৰিচিত । পালেং শাক শীত কালত হোৱা এবিধ ঔষধি শাক। সাধাৰণতে পালেং শাক সিজাই জোল কৰি, দাইল মাছৰ আঞ্জা বা কেঁচাই চাটনি কৰি খোৱা হয় । পালেং শাকত প্ৰ’টিন, কেলচিয়াম, আইৰণ, ভিটামিন এ, বি আৰু চি থাকে।
পালেং শাকৰ ঔষধি গুণাগুণসমূহ জানেনে –

Exit mobile version