-নৱবৰ্ষৰ পহিলা পুৱাতেই ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ ঘটনা ।
-চৰাইদেউ জিলাৰ সোণাৰিৰ ৰাজপুখুৰীত পথৰ দাঁতিত ৰখাই থোৱা ৰোলাৰত প্ৰচণ্ড বেগেৰে খুন্দিয়ালে এখন মটৰ চাইকেলে ।
-দুৰ্ঘটনাটোত এজন আৰোহী থিতাতে নিহত হয়
-আন এজন যুৱকক সংকটজনক অৱস্থাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
-দুৰ্ঘটনাত পতিত মটৰ চাইকেলখনৰ নম্বৰ AS-০৩-AA-৭০৯৬ ।
-মৃত যুৱকজন সৰুকণ বসুমতাৰী
-গুৰুতৰভাৱে আহত যুৱকজন হৈছে মাধৱ বসুমতাৰী
–আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে
Road Accident in Sonari: তীব্ৰবেগী বাইকে খুন্দিয়ালে ৰোলাৰত, থিতাতে নিহত এজন
Road Accident in Sonari: তীব্ৰবেগী বাইকে খুন্দিয়ালে ৰোলাৰত, থিতাতে নিহত এজন

পথ দুৰ্ঘটনা