Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Special compound in Tezpur that is safe for wild birds:বনৰীয়া পক্ষীৰ বাবে নিৰাপদ তেজপুৰৰ এটা বিশেষ চৌহদ

য’ত পুৱা হয় অজস্ৰ পক্ষীৰ কলৰৱৰে

publisher by publisher
January 4, 2025
in India, Assam, News
Reading Time: 3 mins read
0
Special compound in Tezpur that is safe for wild birds:বনৰীয়া পক্ষীৰ বাবে নিৰাপদ তেজপুৰৰ এটা বিশেষ চৌহদ
1
SHARES
11
VIEWS
ShareShareShareShare

Special compound in Tezpur that is safe for wild birds:

তেজপুৰৰ ৰঙাপুখুৰীপাৰ অঞ্চলৰ এটা চৌহদ ৷ চৌহদটো আৱৰি আছে বিভিন্ন গছ বিৰিখে ৷ সন্মুখত পকা অমিতা,ডালিম আদি ফলমূলৰ গছ ৷ চৌহদটোৰ কাষ চপাৰ লগে লগেই শুনিবলৈ পোৱা যায় বিভিন্ন চৰাইৰ সুললিত মাত ৷ আকাশত মুক্তমনে উৰি ফুৰা বিহংগৰ বাবে এক নিৰাপদ জিৰণি স্হল এই চৌহদটো ৷ ইয়াত ক্ৰমান্বয়ে সংখ্যা হ্ৰাস হোৱা ডাউক,

ADVERTISEMENT

ঘৰচিৰিকা,টোকোৰা,টুনী,কপৌ,দহিকটৰা,কানকুৰিকা,বালিমাহি,শালিকা,ফেচুলুকা আদি বিভিন্ন চৰায়ে কাহিলি পুৱাতে কোৰাছ গাইহি ৷ অঞ্চলটোৰ দীনেশ কুমাৰ শৰ্মা আৰু প্ৰতিমা শৰ্মাই এইদৰেই বিগত প্ৰায় ১৬টা বছৰে এজাক বনৰীয়া পক্ষীৰ স’তে বন্ধুত্ব বৰ্তাই ৰাখিছে ৷ এইজাক চৰাইৰ মাজতে এতিয়া লগ হৈছেহি এজনী কুলী চৰাই ৷ শৰ্মা দম্পতীৰ ঘৰৰ এই চৌহদটোৰ চাৰিওকাষে থকা গছ -গছনিত চৰাইবোৰে আহি পুৱাই ভিৰ কৰেহি ৷ পুৱা প্ৰায় ছয় বজাত সিহঁতে সিহঁতৰ পৰিচিত শৰ্মা দম্পতীক বিচাৰি কোঢ়াল কৰে ৷ সিহঁতৰ কিচিৰমিছিৰ সংগীতৰেই যেন এই চৌহদটোত ৰাতিপুৱাই ৷

RelatedPosts

Tezpur:তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন !

Veteran artist Chowkat Ali Passes Away: প্রথিতযশা চিত্ৰ শিল্পী চৌকত আলীৰ দেহাৱসান

তেজপুৰত দীপাৱলীত ফটকাৰ বিক্রীক লৈ শংকিত ব্যৱসায়ী

এখন দলাত ধান বা চাউল লৈ ওলাই অহা শৰ্মা দম্পতীয়ে চোতালত সিঁচি দিয়া সেই খাদ্যৰ বাবে সিহঁত চোতাললৈ নামি আহে ৷ ২০০৮ৰ পৰাই এইদৰেই এইখন চোতালত সিহঁতবোৰে ৰাজত্ব চলাইছে ৷ জাকজাক চৰাইৰ এই মিঠা কোলাহল যদি নিৰ্দিষ্ট সময়ত নুশুনে তেনেহলে শৰ্মা দম্পতী উদিগ্ন হৈ পৰে ৷

উল্লেখযোগ্য যে,খেৰী ঘৰৰ অভাৱ তথা সকলোতে ক্ৰমান্বয়ে ক্ৰংকিটে আৱৰি ধৰাৰ সময়তে মোবাইল ফোনৰ টাৱাৰ আৰু ইয়াৰ পৰা নিৰ্গত ত্বৰংগই ঘৰচিৰিকাৰ দৰে চৰাই- চিৰিকটিৰ বাবে দুৰ্যোগ কঢ়িয়াই অনা বুলি চলা চৰ্চাৰ পৰাই দীনেশ কুমাৰ শৰ্মাই ঘৰচিৰিকা চৰাইৰ সংৰক্ষণৰ বাবে নীৰৱে কাম আৰম্ভ কৰে ৷ নিজা বাসগৃহৰ চৌপাশে সিহঁতৰ বাবে ভালে সংখ্যক বাঁহ সাজি দিয়াৰ পিছত ইয়াত এযোৰ দোযোৰকৈ ভালেসংখ্যক ঘৰচিৰিকাই থাকিবলৈ ল’লে ৷

কিন্তু ক্ৰমান্বয়ে ঘৰচিৰিকাৰ লগতে আগমন ঘটিল দহিকতৰা,তুনী,টোকোৰাকে ধৰি বিভিন্ন চৰাইৰ ৷ বৃদ্ধিপালে কপৌৰ সংখ্যাও ৷ সময় অনুসৰি,টোকোৰা,তুনী চৰাই গুছি যায় যদিও ঘৰচিৰিকা,শালিকা,কপৌ,দহিকতৰা আদি স্হায়ীভাবেই থাকিবলৈ ল’লে শৰ্মাৰ চৌহদটোত ৷ তেওঁলোকে পুৱা সিহঁতক নিয়মীয়াকৈ আহাৰ দিয়াৰ পিছতে সিহঁতে উৰি যায় আন স্হানলৈ ৷ দুপৰীয়া পুনৰ ঘূৰি আহি হুলস্থূল আৰম্ভ কৰি দিয়ে ৷

পুনৰ সিহঁতৰ ভাগৰ আহাৰ খোৱাৰ পিচত সন্ধিয়া সিহঁতৰ বাঁহলৈ যোৱাৰ পূৰ্বে আকৌ এবাৰ আহে এইখন ঘৰৰ চোতাললৈ ৷ দিনটোৰ তিনিটা বেলাত এইদৰে সিহঁতক আহাৰ যোগান ধৰে শৰ্মা দম্পতীয়ে ৷ চৰাইজাকক লৈ ব্যস্ত থকা এই দুজন লোকে কয় যে,এতিয়া কেবাটাও ঢোৰা কাউৰিও আহে ৷ কাষতে এজোপা গছত আছে এযোৰ চিলনী ৷

চিলনী হালৰ বাবেই সেইজোপা গছ কটা হোৱা নাই ৷ মাজতে গছজোপাত চিলনী থকাৰ বিষয়ে নজনাৰ বাবে গছজোপা কাটিবলৈ লোৱাৰ সময়তে চিলনীয়ে যি দৰে হাঁহাকাৰ কৰিলে,লগে লগে গছজোপা কটাটো বন্ধ কৰা হ’ল ৷ তেতিয়াৰ পৰাই ইয়াতে সুৰক্ষিতে আছে চিলনীৰ পৰিয়াল ৷ শৰ্মাৰ ঘৰৰ পকা অমিতা,ডালিমৰ ওপৰত কেৱল চৰাইৰ অধিকাৰ ৷ সেয়া চায়েই ভাল পাই তেওঁলোকে ৷

শালিকা,দহিকটৰা জাকৰ লগতে কাউৰিৰ আকৌ দাবী আৰু বেলেগ ৷ পুৱা চাহ পান কৰাৰ সময়ত ৰুটিৰ ভাগ সিহঁতক যদি দিয়া নহয়,তেনেহলে সিহঁতে উৎপাত কৰে ৷ হাতৰ প্লেট খঙতে পেলাই দিয়ে শৰ্মা দম্পতীৰ পৰা ৷ দুই সন্তানৰ লগতে শৰ্মা দম্পতীয়ে এইদৰেই চৰাইৰ জাকৰ সংখ্যা যোৱা সময়চোৱাত বৃদ্ধি পোৱাটো লক্ষ্য কৰাৰ লগতে তেওঁলোকৰ এই চৌহদৰ পৰা চৰাইবোৰৰ বহুকেইটা প্ৰজন্ম ডাঙৰ হোৱা দেখিছে ৷ নৰীয়া পক্ষীৰ বাবে নিৰাপদ এই চৌহদটোৰ লগতে আশে পাশে সেয়ে দিনটোৰ সকলো সময়তে বিৰাজ কৰে চৰাই চিৰিকটিৰ কাকলিৰ এক অনন্য প্ৰাকৃতিক পৰিৱেশ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Special compoundTEZPURwild birds
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d