Hyge number of mambers of AJYCP regein from their post:
➡️অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিত মোক্ষম আঘাত।
ADVERTISEMENT
➡️সংগঠনটোৰ প্ৰায় ১২ টা শাখা সমিতিৰ ডেৰ শতাধিক সদস্যই আনুষ্ঠানিকভাৱে যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাথমিক সদস্য পদৰ পৰা কৰে পদত্যাগ।
➡️পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ শৰ্মাৰ নেতৃত্বত সদস্য সকলে সমূহীয়া পদত্যাগ পত্ৰৰ জৰিয়তে শীৰ্ষ নেতৃত্বক কৰে অৱগত ।
➡️আঞ্চলিক সমিতি খনৰ তিনি গৰাকী উপদেষ্টা কিশোৰ দত্ত, ৰত্ন গগৈ আৰু দীপক নেওগৰো পদত্যাগ।