Budget session of the Assam Assembly will be held for the first time in BTC:
🔷বিটিচিত প্ৰথমবাৰৰ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন ৷
ADVERTISEMENT
🔷অধিৱেশনৰ বাবে অনুমোদন দিলে ৰাজ্যপালে ৷
🔷অধিৱেশনৰ প্ৰথমদিনা সদনক সম্বোধন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায ।
🔷অধিৱেশন আৰম্ভ হ’ব ১৭ ফেব্ৰুৱাৰীৰ পৰা ৷
🔷অৱশ্যে ১৯ ফেব্ৰুৱাৰীৰ পৰা বিধানসভাৰ কাম-কাজ চলিব দিছপুৰস্থ নতুন বিধানসভা ভৱনত।