Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dibrugarh BCPL:লাখৰ পৰিৱৰ্তে ৮০ জনকহে নিযুক্তি !

ব্যর্থ অসম চুক্তিৰ ফচল বিচিপিএল,ভটিয়নী উদ্যোগ স্থাপনৰ বাবে নাই উদ্যোগী, ৩৫০ বিঘাৰ ১৪২ বিঘা আবণ্টন প্লাষ্টিক পাৰ্কৰ ভূমি,পৰি ৰৈছে আবণ্টিত ভূমিও

publisher by publisher
March 7, 2025
in India
Reading Time: 2 mins read
0
Dibrugarh BCPL:লাখৰ পৰিৱৰ্তে ৮০ জনকহে নিযুক্তি !
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:একলগ হোৱাৰ দিশে ৩গগৈ ! আনুষ্ঠানিকতা বাকী

Apcc President Gaurav Gogoi: ১০ ছেপ্টেম্বৰত ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব মুখ্যমন্ত্রীয়ে: গৌৰৱ

State Home Dept. Report:ঘোষিত ২৫৮ অনুপ্ৰৱেশকাৰীক শিবিৰত পোহপালৰ বাবদ বছৰি ৬০ লক্ষাধিক টকা ব্যয়

Dibrugarh BCPL:

অসম চুক্তিৰ আধাৰত স্থাপন কৰা ‘ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰলিমিটেড’ (বিচিপিএল) প্রকৃত লক্ষ্য-উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছে। এই প্ৰতিষ্ঠানৰ ভিত্তিত যি ভটিয়নী উদ্যোগ স্থাপনৰে ৰাজ্যৰ ঔদ্যোগিক খণ্ডক এক উল্লেখযোগ্য গতি দিয়াৰ লক্ষ্য লোৱা হৈছিল, সেয়া সম্পূর্ণ ব্যৰ্থ হৈছে। সমান্তৰালভাৱে ৰাজ্যৰ ভয়াৱহ নিবনুৱা সমস্যাৰ কিয়দাংশ সমাধানতো বিচিপিএলৰ ব্যৰ্থতা স্পষ্ট হৈছে। কিয়নো বিচিপিএলৰ ভিত্তিত স্থাপন কৰা প্লাষ্টিক পাৰ্কৰ জৰিয়তে এক লাখ লোকক সংস্থাপনৰ লক্ষ্য লোৱা হৈছিল; কিন্তু ইয়াৰ বিপৰীতে এতিয়ালৈকে মাত্র ৮০ জনেহে নিযুক্তি লাভ কৰিছে।

ADVERTISEMENT

বহুতে কর্মসংস্থাপনো হেৰুৱাইছে। এই ব্যর্থতাক চৰকাৰীভাৱেও স্বীকাৰ কৰি লোৱা হয়। উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বড়াই বিধানসভাত বিচিপিএলৰ এক প্ৰসংগত মন্তব্য কৰি কয়, ‘ভটিয়নী উদ্যোগ স্থাপনত আশাব্যঞ্জক সঁহাৰি পোৱা নগ’ল। বিচিপিএলৰ ভিত্তিতে পূৰ্বৰ চাবুৱা সমষ্টিৰ অন্তৰ্গত গেনাপুখুৰী চাহ বাগিচাত বৃহৎ পৰিমাণৰ ভূমি অধিগ্রহণ কৰি এখন ‘প্লাষ্টিক পার্ক’ স্থাপন কৰা হৈছিল। ইয়াত প্লাষ্টিকৰ সামগ্রী উৎপাদনৰ বাবে উদ্যোগ স্থাপনৰ লক্ষ লোৱা হৈছিল। ইয়াৰ জৰিয়তে এক বৃহৎ সংখ্যক নিযুক্তিৰো আশা কৰা হৈছে। এই সকলো আশা নির্বাপিত হয়।’

উদ্যোগ বিভাগৰ তথ্য অনুসৰি, ২০০৭ৰ ন এপ্রিলত তদানীন্তন প্রধানমন্ত্রী প্রয়াত ড: মনমোহন সিঙে বিচিপিএলৰ নির্মাণ কাৰ্য আৰম্ভ কৰিছিল। ২০১৬ৰ পাঁচ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিচিপিএলত উৎপাদন আৰম্ভ কৰিছিল। সমান্তৰালভাৱে প্লাষ্টিক পার্কো আৰম্ভ হয়। এই পাৰ্কৰ বাবে ৩৫০ বিঘা ভূমি সংৰক্ষিত কৰা হয়। তাবে ১৪২ বিঘা ভূমি আবণ্টন দিয়া হৈছে। আবণ্টন দিবলৈ বাকী থকা ভূমিৰ পৰিমাণ হ’ল ২০৪ বিঘা।

বিধানসভাত উদ্যোগ মন্ত্রী বড়াই সদৰী কৰে যে ১৪২ বিঘা ভূমি ১১ টা ভটিয়নী উদ্যোগ স্থাপনৰ বাবে আবণ্টন দিয়া হৈছে। তাৰে মাজৰ তিনিটাইহে এতিয়ালৈকে উৎপাদন আৰম্ভ কৰিছে। আঠটাই এতিয়ালৈকে একোৱেই নকৰিলে। বড়াই কয়, ‘প্লাষ্টিক পাৰ্কৰ চৰ্তটো হ’ল তাত প্লাষ্টিকৰ সামগ্রী উৎপাদন কৰিব লাগিব। প্লাষ্টিকৰ সামগ্ৰীৰ চাহিদা যথেষ্ট বেছি, কিন্তু উদ্যোগীয়ে তাত উদ্যোগ স্থাপন নকৰিলে। অর্থাৎ উদ্যোগীৰ পৰা প্লাষ্টিক পার্কত আশাব্যঞ্জক সঁহাৰি পোৱা নগ’ল।’

এনে ব্যর্থতাৰ বাবেই বিগত ২০২১ৰ পৰা প্লাষ্টিক পার্কখন সকলো ধৰণৰ উদ্যোগ স্থাপনৰ বাবে মুকলি কৰি দিয়া হয়। তাৰ ফলত তাত চাৰিটা অন্য উদ্যোগে উৎপাদন আৰম্ভ কৰিছে। প্লাষ্টিক পাৰ্কৰ লক্ষ্য-উদ্দেশ্য ধূলিসাৎ হোৱাৰ পৰিণতিতে ভটিয়নী উদ্যোগৰ বাহিৰৰ এশটা প্রতিষ্ঠানকো ভূমি আবণ্টন দিয়া হয়।

তেনে উদ্যোগৰ ভিতৰত আছে খাদ্য সংশাধন, ষ্টীল ফেব্রিকেছন, আচবাব নির্মাণ, জিআই ৱেৰ, ফেন্সিং, প্রিন্টিং, জইচ উৎপাদন আৰু বৈদ্যুতিক সামগ্রী উৎপাদন। এইবোৰৰ মাত্ৰ চাৰিটাইহে উৎপাদন কাৰ্য আৰম্ভ কৰিছে। এক লাখ নিযুক্তিৰ লক্ষ্যৰ বিপৰীতে মাত্র ৮০ জনেহে সংস্থাপন পোৱা তথা বহুতে কর্মসংস্থাপন হেৰুওৱা বিষয়টো বিধানসভাত উত্থাপন কৰি আক্ষেপ প্রকাশ কৰে অসম গণ পৰিষদৰ পোনাকণ বৰুৱাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam AssemblyBCPLMinister Bimal Bora SpeechMla Ponakan baruahPlastic Park
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d