Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apcc President Gaurav Gogoi: ১০ ছেপ্টেম্বৰত ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব মুখ্যমন্ত্রীয়ে: গৌৰৱ

ব্যক্তিগত কথাক লৈ নহয়, নতুন অসমৰ পক্ষতহে ৰাইজে ভোট দিব,কেৱল চাৰিজন ব্যক্তিৰ নহয়,সকলোৰে বাবে এখন অসমৰ পৰিকল্পনা কৰিছো

publisher by publisher
June 10, 2025
in Assam, News
Reading Time: 1 min read
0
Apcc President Gaurav Gogoi: ১০ ছেপ্টেম্বৰত ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব মুখ্যমন্ত্রীয়ে: গৌৰৱ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Apcc President Gaurav Gogoi:

ব্যক্তিগত কথাক লৈ নহয়, নতুন অসমৰ জনতাই সামগ্রিক উন্নয়নৰ স্বাৰ্থ আগত ৰাখি সিদ্ধান্ত গ্রহণ কৰিব বুলি মন্তব্য কৰিছে প্রদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। দেওবাৰে অনুষ্ঠিত হোৱা অসম বিধানসভাৰ বিশেষ অধিবেশন প্রত্যক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে। প্রাক্তন মন্ত্রী-সাংসদ ৰিপুন বৰাক লগত লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে অধ্যক্ষৰ গেলাৰীৰ আসনৰ পৰা বিধানসভাৰ কাৰ্যসূচী পৰিদর্শন কৰে।

ADVERTISEMENT

সমান্তৰালভাৱে সাম্প্রতিক অসমৰ ৰাজনীতিত বিশেষ চর্চিত নাম গগৈ বিধানসভাৰ চৌহদত উপস্থিত হোৱাৰ সময়ছোৱাত বিভিন্নজনে চেলফি ল’বলৈ হেতা-ওপৰা কৰাৰ লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক তেওঁ সৌজন্যমূলক সাক্ষাৎ কৰে। বিধানসভাৰ বাহিৰত সাংবাদিকৰ সম্মুখত প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে মুখ্যমন্ত্রীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰি থকা অভিযোগসমূহৰ সন্দৰ্ভত পুনৰ কয়, ‘অহা বছৰলৈকে সামাজিক মাধ্যমত বিশেষকৈ বিজেপি আইটি চেলৰ টল সেনাবাহিনীৰ পৰা মোৰ পৰিয়ালৰ বিষয়ে বহুখিনি কথা ওলাই থাকিব।

ৰাইজে বিচাৰ কৰিব যে মোৰ পৰিয়ালৰ ব্যক্তিগত কথা লৈ আগন্তুক দিনত ভোট দিব নে নতুন অসমৰ স্বাৰ্থত, সমস্যামুক্ত অসমৰ স্বাৰ্থত ভোট দিব। শিক্ষা, চিকিৎসা, খোৱাপানী, পথ মেৰামতি, বিভিন্ন জনগোষ্ঠী-জনগোষ্ঠীৰ অধিকাৰ পূৰণ কিদৰে হ’ব, এই দিশত কংগ্ৰেছৰ ভূমিকাক ৰাইজে অতি গুৰুত্বসহকাৰে ল’ব। আমাৰ বিশ্বাস অসমৰ ৰাইজ অৱগত হৈছে যে এক উজ্জ্বল অসমৰ পৰিকল্পনা কংগ্ৰেছে কৰিছে, সেই বিষয় লৈহে আমি আগন্তুক দিনত কাম কৰিম।’ আগন্তুক দিনত এক নতুন অসম গঢ় দিয়াৰ লক্ষ্যৰে কংগ্ৰেছে কাম কৰি যাব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয়, ‘এক নতুন অসম, যি অসমত সকলোৱে যাতে স্থান পায়। কেৱল চাৰিজন ব্যক্তিৰ নহয়, সকলোৰে বাবে এক অসমৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে।’

ইফালে, অধিবেশন প্রত্যক্ষ কৰিবলৈ অধ্যক্ষই অনুমতি প্রদান কৰাৰ বাবে গগৈয়ে ধন্যবাদ জ্ঞাপন কৰি কয়, ‘বিধানসভালৈ আহি ভাল লাগিল। কংগ্ৰেছৰ বিধায়িনী দলৰ লগত অধ্যক্ষকো লগ পালো। এই বিশেষ অধিবেশনৰ নেতৃত্ব লোৱাৰ বাবে কংগ্ৰেছৰ তৰফৰ পৰা অধ্যক্ষক শুভেচ্ছা জ্ঞাপন কৰিলো। লগতে আজিৰ অধিবেশনলৈ কিছু ইউটিউবাৰক নিমন্ত্ৰণ কৰা হৈছিল আৰু তেওঁলোকৰ লগত চেলফি উঠিবলৈও সুযোগ পালো। ভিতৰত প্ৰশান্ত ফুকনে সুন্দৰকৈ ড:ভূপেন হাজৰিকাৰ গীত গাইছে। মনোৰঞ্জন তালুকদাৰে সুন্দৰকৈ সহযোগ কৰিছে।

এই সুন্দৰ পৰিৱেশ অতিবাহিত কৰিলো। বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই দলৰ কিছু গুৰুত্বপূর্ণ কথা কৈছে। আমি বিচাৰো যে সুধাকণ্ঠ আমাৰ মাজত সদায় সজীৱ হৈ থাকক।’ ডিব্ৰুগড়ৰ বিমানবন্দৰ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণত পূৰ্ণ সমর্থন আগবঢ়াই প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে লগতে কয়, ‘সুধাকণ্ঠৰ নামত ডিব্ৰুগড় বিমান বন্দৰ নামকৰণ কৰাৰ চৰকাৰৰ যি সিদ্ধান্ত, আমি সকলোৱে সমর্থন কৰিছো। এই সম্পর্কতে আজি মই বিধানসভালৈ আহিছো।

এতিয়াৰ পৰা যিসকল পর্যটক আহিব, তেওঁলোকে সুধাকণ্ঠৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব।’ গগৈয়ে পুনৰ কয়, ‘মোৰ প্ৰয়াত পিতৃ তথা প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত সুধাকণ্ঠৰ ভাল সম্পর্ক আছিল। সুধাকণ্ঠৰ নামত ডিব্ৰুগড় বিমান বন্দৰটো নামকৰণ কৰা হৈছে। আমি আশাকৰো যে বিমান বন্দৰটোৰ যোগাযোগ ব্যৱস্থা তথা এই ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধান হ’ব।’ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে ডিব্ৰুগড় বিমান বন্দৰৰ যোগাযোগৰ ক্ষেত্ৰত বহু সমস্যাৰে ভাৰাক্ৰান্ত। এতিয়াও সন্ধিয়া হ’লে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী, দিল্লীলৈ যাব নোৱাৰে। চিকিৎসাজনিত জৰুৰীকালীন সমস্যা হ’লে সন্ধিয়া বিমান নাই। চৰকাৰৰ নামকৰণৰ সিদ্ধান্ত আদৰণি জনাইছো; কিন্তু চৰকাৰৰ কাম ইয়াৰ লৈকে যাতে সীমিত নাথাকে।

গুৱাহাটী বিমান বন্দৰৰ যোগাযোগ ব্যৱস্থা আজিৰ দিনত বেয়ালৈ গৈছে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয়, ‘কিছুদিন আগতে শিলচৰলৈ গৈছিলো, তাত এয়াৰ ইণ্ডিয়াৰ বিমান নাই। তেজপুৰলৈও আগৰ দৰে যোগাযোগ ব্যৱস্থা নাই। গুৱাহাটীৰ ভিতৰৰ্ত যদি চোৱা যায় অহা-যোৱা কৰিবলৈ টিকটৰ দাম ১৭-২০ হেজাৰ টকা। আন্তঃগাঁথনি হৈছে; কিন্তু সাধাৰণ মানুহে বিমানত উঠিবলৈ দুবাৰ চাবলগীয়া হৈছে। এই সমস্যাসমূহ দূৰ কৰি সাধাৰণ নাগৰিকৰ বাবেও বিমান সেৱা সুলভ কৰি তুলিব লাগিব বুলি তেওঁ কয়।

# ১০ ছেপ্টেম্বৰত অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব মুখ্যমন্ত্রীয়ে

ইফালে, প্রদেশ কংগ্ৰেছৰ সভাপতিজনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰি অহা পাকিস্তান সংযোগৰ সন্দৰ্ভত তথা অহা ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে তথ্য ৰাজহুৱা কৰিব বুলি কৰি অহা দাবীৰ প্ৰসংগত গগেয়ে কয়, ‘১০ ছেপ্টেম্বৰত অসমৰ ৰাইজৰ আগত মুখ্যমন্ত্রীয়ে ক্ষমা বিচাৰিব লাগিব। আমি তাৰ কাৰণে সাজু আছো।

যদি ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে কিছু কথা প্রকাশ কৰে, আমিও নিজৰ ফালৰ পৰা কিছু কথা ১১ ছেপ্টেম্বৰত প্ৰকাশ কৰিম।’ প্রসংগত গগৈয়ে কয়, ‘ৰাজনীতি চলি থাকি। বিধানসভাৰ ভিতৰতো হ’ব আৰু বাহিৰতো হ’ব। আমিও উত্তৰ বিধানসভাৰ ভিতৰত আৰু বাহিৰত দিবলৈ প্রস্তুত।’ ৰাইজৰ মাজত এটা শান্তি, সম্প্রীতিৰ সমন্বয় পৰিৱেশ থাকক বুলি উল্লেখ কৰি গগৈয়ে কয়, ‘ৰাইজৰ মাজত এটা শান্তি সম্প্ৰীতিৰ সমন্বয় পৰিৱেশ গঢ়াত কংগ্ৰেছৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। কংগ্ৰেছে সংবিধানৰ সুৰক্ষা কৰচৰ দৰে কাম কৰিব লাগিব। লোকতন্ত্ৰৰ সুৰক্ষা কৱচৰ দৰে কাম কৰিব লাগিব। আমাৰ কাম যদি ৰাইজে ভাল পায়, আগন্তুক দিনত ৰা্ইজক সেৱা কৰিবলৈ ৰাইজে সুবিধা দিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: apcc president gaurav gogoiAssam AssemblyCm Himanta Biswa Sarmaspl sessions
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d