Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Digboi Congress Protest:ডিগবৈত জিলা কংগ্ৰেছৰ অৱস্হান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী

যেতিয়ালৈ ৰাজ্য আৰু কেন্দ্ৰত বিজেপি চৰকাৰ থাকিব,অবৈধ কয়লা খনন চলি থাকিব -গৌৰৱ গগৈ

Editor by Editor
January 10, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Digboi Congress Protest:ডিগবৈত জিলা কংগ্ৰেছৰ অৱস্হান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Moran:মৰাণত উজনি অসমৰ প্ৰতিখন জিলা সামৰি অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ মহাসন্মিলন

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

ADVERTISEMENT

Digboi Congress Protest:

কাৰ্বি আংলং জিলা ডিমা হাছাও উমৰাংছুৰ অবৈধ কয়লা খনিত যোৱা পাচঁটা দিনে আবদ্ধ হৈ থকা বহুকেইজন শ্ৰমিকক আজি পৰ্যন্তলৈ উদ্ধাৰ কৰি পৰিয়ালবৰ্গক গটাই দিব নোৱাৰাক লৈ সমগ্ৰ ৰাজ্যতে অবৈধ কয়লা খননৰ ওপৰত তীব্ৰ চৰ্চা অব্যাহত আছে ৷

তাৰ মাজতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাই জিলাই জিলা কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ আহ্বান মৰ্মে তৈলনগৰী ডিগবৈ চহৰৰ প্ৰাণকেন্দ্ৰ বিন্দু ডিগবৈ পুলিচ পয়ন্টত তিনিচুকীয়া জিলা কংগ্ৰেছে এক অৱস্হান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷

WhatsApp Image 2025 01 10 at 5.38.36 PM

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ সহিতে প্ৰাক্তন বিধায়ক ৰাজু চাহু, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতা,অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ উপ -সভানেত্ৰী গীতাঞ্জলি সোনোৱাল ,হাপজান ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বিনোদ খাৰিয়া,তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি পৰাগ জ্যোতি কোঁৱৰ ,অসম প্ৰদেশ কংগ্ৰেছ অবিচি চেলৰ সাধাৰণ সম্পাদক বিৰাজ ৰাজকোঁৱৰ সহ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে ।

সত্যৰ সন্ধানত ,কয়লা ছিণ্ডিকেটৰ আচল নায়ক কোন শীৰ্ষক অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচীত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতে অবৈধ কয়লা ছিণ্ডিকেট চলি থকা বুলি অভিযোগ আনি ডিমা হাছাও উমৰাংছুত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাত মৃত্যুক সাবটিবলগীয়া হোৱা তিনি শ্ৰমিকৰ বিপৰীতে বৰ্তমান পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱা শ্ৰমিক সকলৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপনেৰে চৰকাৰ তথা প্ৰশাসনক অতি শীঘ্ৰে যিকোনো প্ৰকাৰেৰে নিৰুদ্বিগ্ন শ্ৰমিকসকলক উদ্ধাৰ কৰি পৰিয়ালবৰ্গক গটাই দিবলৈ দাবী জনাই ।

প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা কৰে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কয়লাখনি সমূহত অবৈধ কয়লা খনন আৰু কয়লাৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবী উত্থাপন, ডিমা হাছাও উমৰাংছুত অবৈধ খনন কাৰ্য্যত লিপ্ত হ’ব লগা হৈ নিৰীহ শ্ৰমিক কবৰস্থ হোৱা ঘটনাৰ ন্যায়িক তদন্ত আৰু দোষিক শাস্তি প্ৰদানৰ দাবী আৰু অসমৰ কয়লা চিণ্ডিকেটৰ মূখ্য চৰ্দাৰ জন কোন বিচাৰি উলিয়াই ৰাইজক জ্ঞাত কৰিবলৈ বদ্ধপৰিকৰ আৰু দায়বদ্ধ বুলি মন্তব্য কৰে ৷

উমৰাংছুৰ ঘটনাৰ সন্দৰ্ভত চিবিআই তদন্তৰ দাবীৰে জিলা আয়ুক্ত আৰু পুলিচ প্ৰশাসনৰ ভুমিকাৰ ওপৰতো গৌৰৱ গগৈয়ে তীব্ৰ ক্ষোভ উজাৰি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক নৈতিক দায়িত্বৰে উমৰাংছুৰ ঘটনাস্থলীত উপস্থিত হ’বৰ বাবে দাবী জনায় ৷ গগৈয়ে ক্ষোভেৰে কয় ঘটনাস্থলীত আজি পাঁচদিনে নিৰুদ্বিগ্ন হৈ থকা শ্ৰমিকসকলৰ খবৰ ল’বলৈ আহৰি নোপোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী ভূটান আৰু মুম্বে ভ্ৰমণসূচীৰ কাৰ্যত তীব্ৰ সমালোচনা কৰে । সৰু মানুহক পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰি অবৈধ কয়লা ছিণ্ডিকেটৰ সমগ্ৰ কেলেংকাৰী গাপ দিবলৈ চেষ্টা চলাইছে বুলি ক্ষোভ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীলৈ গগৈয়ে পত্ৰৰ জৰিয়তে সমগ্ৰ কয়লা ছিণ্ডিকেটৰ সন্দৰ্ভত অৱগত কৰাৰ কথা সদৰী কৰে ৷

WhatsApp Image 2025 01 10 at 5.38.35 PM

লগতে যিসকল ৰাজনৈতিক নেতাৰ যাত্ৰা বয়লাৰ ছিণ্ডিকেট,মাছৰ ছিণ্ডিকেট,কয়লা ছিণ্ডিকেটৰ পৰা আৰম্ভ হৈ শাসনৰ বাকজৰী ধৰিবলৈ সক্ষম হোৱা ছিণ্ডিকেটৰ কাণ্ডাৰীসকলেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰত অবৈধ কয়লা খনন কৰি প্ৰাকৃতিক সম্পদৰাজীৰ ওপৰত ছিণ্ডিকেট চলাইছে বুলি মন্তব্য কৰে ৷ বিজেপি চৰকাৰৰ শাসনাধিষ্ঠিত কালত যিসকল নেতাই ছিণ্ডিকেটৰ কাণ্ডাৰী হিচাপে পৰিচিত, দিছপুৰৰ গাদীত বহি থাকিব তেতিয়ালৈ অসমৰ আৰ্থিক অৱস্থা শোচনীয় হৈয়ে থাকিব বুলি মন্তব্য আগৱঢ়াই ৷

ৰাজ্য আৰু কেন্দ্ৰত বিজেপি চৰকাৰে কয়লা ছিণ্ডিকেটৰ পৰা যোৱা টকাৰে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপনেৰে কয়লা ছিণ্ডিকেটৰ টকা যদি বিজেপিয়ে ল’বলৈ বন্ধ কৰে তেন্তে বিজেপিৰ পঞ্চতাৰকা কাৰ্যলয়ত তলা উলমাব লাগিব বুলি মন্তব্য আগৱঢ়াই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: congress protestGaurav GogoiTinsukia Dist Congress CommitteeUmrangso Illegal Mining
Editor

Editor

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d