Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Moran:মৰাণত উজনি অসমৰ প্ৰতিখন জিলা সামৰি অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ মহাসন্মিলন

লাখ লাখ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছেঃ গৌৰৱ গগৈ

publisher by publisher
March 9, 2026
in News
Reading Time: 1 min read
0
Moran:মৰাণত উজনি অসমৰ প্ৰতিখন জিলা সামৰি অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ মহাসন্মিলন
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

Moran:মৰাণত উজনি অসমৰ প্ৰতিখন জিলা সামৰি অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ মহাসন্মিলন

ADVERTISEMENT

লাখ লাখ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছেঃ গৌৰৱ গগৈ

:বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত উজনি অসমত নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ কৰি তুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। এই অনুযায়ী দেওবাৰে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটি আৰু অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছ মহাসভাৰ উদ্যোগত মৰাণৰ তিলৈনগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত উজনি অসমৰ কেইবাখনো জিলা সামৰি চাহ মজদুৰ আদিবাসী কংগ্ৰেছ মহাসন্মিলন অনুষ্ঠিত হয়। এই মহাসন্মিলনত গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু‌ লখিমপুৰ জিলাৰ পৰা অহা কেবাসহস্ৰাধিক আদিবাসী চাহ জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে।

সভাত ভাষণ প্ৰদান কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে বিজেপি চৰকাৰে যোৱা ১০ বজাৰত অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি স্বৰূপ চাহ বাগিচাসমূহক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছে। ভাষণৰ মাজতে বিজেপি চৰকাৰৰ দিনত অসমৰ চাহ বাগিচাসমূহৰ অৱস্থা ভাল হৈছে নেকি বুলি ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰাত ৰাইজে কয় যে ভাল হোৱাতো দূৰৰে কথা আগতকৈয়ো বেয়াহে হৈছে।

‘সকলোৱে গম পায় যে এইখন চৰকাৰে আগৰ সেই ডাঙৰ ডাঙৰ কোম্পানীবোৰক বাগানবোৰ বিক্ৰী কৰি গুচি যাবলৈ বাধ্য কৰিছে। বাগানবোৰ এতিয়া বাগান চলোৱাৰ কোনো অভিজ্ঞতা নথকা বিজেপিৰ নেতাসকলৰ ঘনিষ্ঠ ব্যৱসায়ীয়ে ক্ৰয় কৰিছে। বাগান ভালকৈ চলোৱাতো তেওঁলোকৰ উদ্দেশ্য নহয়। তেওঁলোকৰ উদ্দেশ্য হ’ল নিজৰ ক’লাধন বগা কৰা।’’-বিজেপি চৰকাৰৰ শাসনকালত অসমৰ চাহ উদ্যোগ সম্পূৰ্ণৰূপে ধ্বংসৰ দিশলৈ গতি কৰিছে বুলি উল্লেখ কৰি গগৈয়ে এইদৰে কয়।

এনেবোৰ কাৰণতে অসমৰ চাহ উদ্যোগৰ অৱস্থা এতিয়া তেনেই শোচনীয় হৈ পৰিছে বুলি মন্তব্য কৰে। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী পূৰ্বে অসমৰ শিক্ষা মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যদিও অসমৰ চাহ বাগিচা অঞ্চলত স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাৰ কোনো পৰিৱৰ্তন নহ’ল বুলি অভিযোগ কৰি তাৰ বিপৰীতে বাগিচাই বাগিচাই মদৰ দোকান খুলি দিলে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

মদ বিক্ৰীৰ ৰাজহেৰে হিমন্তবিশ্ব শৰ্মাই ধাৰ মাৰিব বিচাৰিছে বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰীৰ সুৰক্ষাৰ বাবে, প্ৰতিগৰাকী নাৰী স্বাৱলম্বী হ’ব পৰাকৈ আঁচনি গ্ৰহণ কৰিব বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ জৰিয়তে নিজৰ আৰু পৰিয়ালৰ ব্যৱসায় বৃদ্ধি কৰিছে বুলি অভিযোগ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে সঁচা অৰ্থত ৰাজ্যৰ উন্নয়ন সম্ভৱ কৰি তুলিব। তেওঁ লগতে কয়, ”মুখ্যমন্ত্ৰীয়ে ভয়-ভাবুকিৰ বাহিৰে একো নাজানে। অৰুণোদয় পাবলৈ হ’লে দেওবাৰে দেওবাৰে বিজেপি সভালৈ যাব লাগিব মহিলাসকলে। এই নীতি লৈছে মুখ্যমন্ত্ৰীয়ে।’’ কংগ্ৰেছ চৰকাৰ আহিলে মহিলাসকলে কোনো দলীয় সভালৈ নোযোৱাকৈয়ে আঁচনিৰ সুবিধা লাভ কৰিব বুলিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিজনে উল্লেখ কৰে।

উক্ত সভাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰা চাবুৱা-লাহোৱাল সমষ্টিৰ প্ৰাঞ্জল ঘাটোৱাৰ, ডুমডুমা সমষ্টিৰ দুৰ্গা ভূমিজ, ডিমৌ সমষ্টিৰ অজয় কুমাৰ গগৈ আৰু সোণাৰিৰ প্ৰাৰ্থী উৎপল গগৈক চিনাকি কৰাই দিয়ে আৰু নতুন বৰ অসম গঢ়াৰ স্বাৰ্থত বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। সভাত অংশগ্ৰহণ কৰি অসমৰ নিৰ্বাচনী পৰ্যবেক্ষক তথা ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কীয়ে কয়, ”ভাৰতৰ চাহ জনগোষ্ঠী, আদিবাসীক মানুহক অধিকাৰ দিছে কংগ্ৰেছে৷ কংগ্ৰেছে সকলো শ্ৰেণীৰ মানুহৰ উন্নতি কৰিছে৷ মোক ৰাষ্ট্ৰীয় নেতৃত্বই অসমলৈ চাহ জনগোষ্ঠী, আদিবাসীসকলৰ কাষলৈ পঠিয়াইছে৷ গৌৰৱ গগৈ আৰু অসম কংগ্ৰেছৰ হাত শক্তিশালী হৈছে৷ অসমত বিজেপি চৰকাৰে বীৰচা মুণ্ডাৰ ঐতিহ্যক মচি পেলাবলৈ চেষ্টা চলাইছে৷ আজি অসমত ভাৰতীয় জনতা পাৰ্টীয়ে অসমত আদিবাসীক প্ৰতাৰণা কৰিছে৷ এই প্ৰতাৰণাৰ প্ৰতিশোধ আমি এইবাৰ নিৰ্বাচনত ল’ব লাগিব৷ এই কথা অসমবাসীয়ে সমনত ৰাখিব লাগিব৷’’

বৰ্তমান আদিবাসীৰ যিটো অৱস্থা কৰা হৈছে এনে অৱস্থা হৈ থাকিলে এই সমাজ দুৰ্বল হৈ যাব বুলিও কয় বন্ধু তিৰ্কীয়ে। তেওঁ কয়, ”আমি কংগ্ৰেছক আনিব লাগিব৷ কংগ্ৰেছে স্বাধীনতাৰ পিছৰে পৰা দেশৰ আদিবাসীৰ বাবে কাম কৰিছিল৷ বিজেপিয়ে জলপানি বন্ধ কৰি দিছে৷ আদিবাসীৰ ল’ৰা-ছোৱালীক বিজেপিয়ে ডাক্টৰ, ইঞ্জিনিয়াৰ হ’বলৈ নিদিয়ে৷ হিমন্ত বিশ্ব শৰ্মাই বিচাৰে আপোনালোক মজদুৰ হৈ থাকক৷ আদিবাসীৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মাক এইবাৰ বিদায় দিব লাগিব৷ আমাৰ বিপদৰ কথা বুজি পাবলৈ চেষ্টা কৰক৷ বিজেপি আৰু আৰএছএছে আপোনালোকক ধ্বংস কৰিব৷ ক’লা-সংস্কৃতি ধ্বংস কৰিব৷’’ সময়ত থাকোতে বিজেপিক বিদায় দি কংগ্ৰেছক শাসনলৈ আনিলেহে অসমৰ লগতে ভাৰতত আদবাসী সমাজ শক্তিশালী হ’ব, অন্যথা সমাজখন ধ্বংস হৈ পৰিব বুলিও বন্ধু তিৰ্কীয়ে সকীয়াই দিয়ে। সভাত বক্তব্য ৰাখি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পৰিবাৰে পৰ্বতসম সম্পত্তি গঢ়িছে।

এইবিলাক কথাক লৈ মুখ্যমন্ত্ৰী পত্নীৰ নাম ললেই গোচৰ জাপি দিয়ে। মুখ্যমন্ত্ৰীয়ে জন আৰ্শীবাদ যাত্ৰাত আঁ‌চনি কাটিম বুলি ভয়-ভাবুকি দি মানুহ আনিছে। কংগ্ৰেছৰ সভালৈ মানুহ স্বতঃস্ফূৰ্তভাৱে আহে বুলিও তেওঁ উল্লেখ কৰে। সভাখনত চাহ জনগোষ্ঠীৰ নেতা ষ্টিফেন লাক্ৰা, প্ৰেমলাল গঞ্জু, মীনা তেলীৰ লগতে উজনি অসমৰ প্ৰতিখন জিলাৰ জিলা কংগ্ৰেছৰ সভাপতিসকল উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: adivashi maha sanmilonAPCCasom sah mazdur sanghaGaurav GogoiMoran
publisher

publisher

Related Posts

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d