Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Agp Swahid Diwas Celebrations:শ্বহীদ খৰ্গেশ্বৰৰ জন্ম গাওঁ উজান বৰবৰীত অগপৰ কেন্দ্ৰীয় শ্বহীদ দিৱসত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ খৰ্গেশ্বৰৰ ভাতৃ ৰাধাকান্তৰ

 চৰকাৰে বিদেশী বহিস্কাৰ, 'কা' প্ৰত্যাহাৰ কৰিলেহে শ্বহীদৰ আত্মাই শান্তি পাব,  বীৰ শ্বহীদক মৰ্যদা দিয়াৰ ওপৰত সাংবাদিকৰ প্ৰশ্নত বিব্ৰত মন্ত্ৰী কেশৱ মহন্ত !

publisher by publisher
December 10, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Agp Swahid Diwas Celebrations:শ্বহীদ খৰ্গেশ্বৰৰ জন্ম গাওঁ উজান বৰবৰীত অগপৰ কেন্দ্ৰীয় শ্বহীদ দিৱসত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ খৰ্গেশ্বৰৰ ভাতৃ ৰাধাকান্তৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Batadova Than:বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাৰ 

Leveraging Space Technology Application For Viksit Bharat:গুৱাহাটীত ইছৰুৰ গুৰুত্বপূৰ্ণ আঞ্চলিক সন্মিলন উদ্বোধন বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ

Assam Sahitya Sabha Pathsala Session:অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিবেশনৰ আজি প্ৰথম দিন

অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম গাওঁ ভৱানীপুৰ বিধানসভা সমষ্টিৰ উজান বৰবৰীৰ ৰাস পথাৰত আছিল অসম গণ পৰিষদ দলে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে শ্বহীদ দিৱস। উল্লেখ্য যে- শ্বহীদ দিৱস উদযাপনথলীতেই আজি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধাকান্ত তালুকদাৰে সংবাদ মাধ্যমৰ আগত অগপ দল,বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি সমালোচনাৰে সৰব হৈ পৰে।

ADVERTISEMENT

শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধাকান্ত তালুকদাৰে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে- “দহ ডিচেম্বৰৰ দিনটো অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ শ্বহীদ আৰু নিৰ্যাতিত সকলৰ বাবে এটা দুখজনক দিন। অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ শ্বহীদ সকলৰ আত্মাই আজিও সম্পূৰ্ণ শান্তি পোৱা নাই।যেতিয়া অসম চুক্তি ৰূপায়ণ হ’ৱ,তেতিয়াহে শ্বহীদৰ আত্মাই শান্তি পাব। অসম চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰক।অসম চুক্তিৰ মূল দাবী আছিল বিদেশী বহিস্কাৰ। কিন্তু বিদেশী বহিস্কাৰ আজিও হোৱা নাই”।

ৰাধাকান্ত তালুকদাৰে কয় যে- ‘মই চৰকাৰলৈ আহ্বান জনাইছো- চৰকাৰে আজি যি ধৰনৰ ‘কা’ জাপি দিছে,সেই ‘কা’ প্ৰত্যাহাৰ কৰি অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ জাতীয় বীৰ শ্বহীদ সকলৰ,নিৰ্যাতিত সকলৰ মান-মৰ্যদা অটুট ৰাখক।’কা’ প্ৰত্যাহাৰ কৰাক,বিদেশী বহিস্কাৰ কৰক।তেতিয়াহে শ্বহীদৰ আত্মাই শান্তি পাব। নিৰ্যাতিতই শান্তি পাব। চৰকাখনক ৰাইজে ধন্যবাদ জনাব”। ৰাধাকান্ত তালুকদাৰে সংবাদ মাধ্যমৰ আগত পূৰ্বৰ দুবাৰৰ অগপ চৰকাৰ আৰু বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰখনে শ্বহীদৰ স্মৃতি সুৰক্ষিত নকৰা বুলি সমালোচনাৰে কৰাৰ লগতে অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত স্মৃতি সৌধ, প্ৰতিমূৰ্তি নিৰ্মাণ,শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত বিশ্বদ্যালয়,অভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় স্থাপনেৰে শ্বহীদৰ স্মৃতি সুৰক্ষিত কৰাৰো চৰকাৰলৈ আহ্বান জনায়।

আনহাতে শ্বহীদ দিৱস উদযাপনথলীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে-অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদ হোৱা মহান পুৰুষ সকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যি সকল মহান পুৰুষে তেওঁলোকৰ জীৱন উচৰ্গা কৰিলে উত্তৰ পুৰুষৰ বাবে,তেওঁলোকৰ প্ৰেৰনাৰে আমি ভবিষ্যতে জাতিৰ অস্তিত্বক আগবঢ়াই যাবলৈ সংকল্পবদ্ধ হৈছোঁ। আনহাতে দুবাৰৰ অগপ চৰকাৰ,অগপ দলে শ্বহীদক প্ৰকৃত মৰ্যদা প্ৰদান নকৰা বুলি আন এক সাংবাদিকৰ প্ৰশ্নত বিব্ৰত হৈ পৰে মন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত বিব্ৰতভাৱে কয় যে- শ্বহীদৰ মৰ্যদাৰ এই বিষয়টো কেইবাবাৰো ইয়াত আলোচনা কৰা হৈছে।

ইয়াত কিছু কথাৰ বাবে বোধকৰোঁ…….. ,মই আজিয়েই বিষয়টো আলোচনা কৰিম । তেনে ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নাই।ইয়াৰ স্থানীয়ভাৱে তেওঁলোকে বিষয়টো আগুৱাই নিলে আমি সম্পূৰ্ণ সহযোগ কৰিম”। আজি আৰম্ভণিতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ ৮৫৫ গৰাকী বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে অগপ,বিজেপিৰ শীৰ্ষ নেতৃবৃন্দই। লগতে দুপৰীয়াৰ পৰা অনুষ্ঠিত প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত,মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস,সাংসদ ফনীভূষণ চৌধুৰী,বিধায়ক ফনীধৰ তালুকদাৰ,অগপৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বক্তৃতা প্ৰদান কৰে।

অগপৰ মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়ে আত ধৰা মুকলি সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে প্ৰাক্তন বিধায়ক ড:মনোৰঞ্জন দাসে । সভাত প্ৰাক্তন বিধায়ক ক্ৰমে  ডা:তাৰা প্ৰসাদ দাস,ভূপেন ৰয়,গুণীন দাস,সত্যব্ৰত কলিতাৰ লগতে বহু সংখ্যক অগপ দলৰ নেতা উপস্থিত থাকে। সভাত ভৱানীপুৰ-সৰভোগ,বজালী,মানাহ বিধানসভা সমষ্টিৰ জাতীয় বীৰ শ্বহীদৰ পৰিয়ালবৰ্গ আৰু নিৰ্যাতিতৰ লগতে নিৰ্যাতিতৰ পৰিয়ালবৰ্গক অগপৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । অগপ আৰু বিজেপিৰ নেতৃবৃন্দই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিস্থলীত স্থাপিত শ্বহীদ বেদীতো শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

আনহাতে আজি উজান বৰবৰী গাঁৱৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম গৃহত পৰিয়ালবৰ্গই,শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলীত ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু বজালী জিলা ছাত্ৰ সন্থাই,সৰুপেটাৰ শ্বহীদ ভৱনত সৰুপেটা আঞ্চলিক ছাত্ৰ সন্থাই,সাউদৰভিঠাত স্থানীয় আঞ্চলিক ছাত্ৰ সন্থাই পৃথকে পৃথকে বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Agp Swahid Diwas CelebrationsBhabanipurMinister Keshab MahantaSwahid Khageswar Talukdar Birth Place
publisher

publisher

Related Posts

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, মোতায়েন ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d