Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Digboi Congress Protest:ডিগবৈত জিলা কংগ্ৰেছৰ অৱস্হান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী

যেতিয়ালৈ ৰাজ্য আৰু কেন্দ্ৰত বিজেপি চৰকাৰ থাকিব,অবৈধ কয়লা খনন চলি থাকিব -গৌৰৱ গগৈ

Editor by Editor
January 10, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Digboi Congress Protest:ডিগবৈত জিলা কংগ্ৰেছৰ অৱস্হান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Sit team:গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত তদন্তৰ বাবে দিল্লীত উপস্থিত অসম আৰক্ষীৰ এচআইটি টিম

Dilip Saikia:কংগ্ৰেছৰ বৰঘৰতে দেশবিৰোধী ষড়যন্ত্র

ADVERTISEMENT

Digboi Congress Protest:

কাৰ্বি আংলং জিলা ডিমা হাছাও উমৰাংছুৰ অবৈধ কয়লা খনিত যোৱা পাচঁটা দিনে আবদ্ধ হৈ থকা বহুকেইজন শ্ৰমিকক আজি পৰ্যন্তলৈ উদ্ধাৰ কৰি পৰিয়ালবৰ্গক গটাই দিব নোৱাৰাক লৈ সমগ্ৰ ৰাজ্যতে অবৈধ কয়লা খননৰ ওপৰত তীব্ৰ চৰ্চা অব্যাহত আছে ৷

তাৰ মাজতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাই জিলাই জিলা কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ আহ্বান মৰ্মে তৈলনগৰী ডিগবৈ চহৰৰ প্ৰাণকেন্দ্ৰ বিন্দু ডিগবৈ পুলিচ পয়ন্টত তিনিচুকীয়া জিলা কংগ্ৰেছে এক অৱস্হান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷

WhatsApp Image 2025 01 10 at 5.38.36 PM

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ সহিতে প্ৰাক্তন বিধায়ক ৰাজু চাহু, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতা,অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ উপ -সভানেত্ৰী গীতাঞ্জলি সোনোৱাল ,হাপজান ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বিনোদ খাৰিয়া,তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি পৰাগ জ্যোতি কোঁৱৰ ,অসম প্ৰদেশ কংগ্ৰেছ অবিচি চেলৰ সাধাৰণ সম্পাদক বিৰাজ ৰাজকোঁৱৰ সহ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে ।

সত্যৰ সন্ধানত ,কয়লা ছিণ্ডিকেটৰ আচল নায়ক কোন শীৰ্ষক অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচীত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতে অবৈধ কয়লা ছিণ্ডিকেট চলি থকা বুলি অভিযোগ আনি ডিমা হাছাও উমৰাংছুত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাত মৃত্যুক সাবটিবলগীয়া হোৱা তিনি শ্ৰমিকৰ বিপৰীতে বৰ্তমান পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱা শ্ৰমিক সকলৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপনেৰে চৰকাৰ তথা প্ৰশাসনক অতি শীঘ্ৰে যিকোনো প্ৰকাৰেৰে নিৰুদ্বিগ্ন শ্ৰমিকসকলক উদ্ধাৰ কৰি পৰিয়ালবৰ্গক গটাই দিবলৈ দাবী জনাই ।

প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা কৰে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কয়লাখনি সমূহত অবৈধ কয়লা খনন আৰু কয়লাৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবী উত্থাপন, ডিমা হাছাও উমৰাংছুত অবৈধ খনন কাৰ্য্যত লিপ্ত হ’ব লগা হৈ নিৰীহ শ্ৰমিক কবৰস্থ হোৱা ঘটনাৰ ন্যায়িক তদন্ত আৰু দোষিক শাস্তি প্ৰদানৰ দাবী আৰু অসমৰ কয়লা চিণ্ডিকেটৰ মূখ্য চৰ্দাৰ জন কোন বিচাৰি উলিয়াই ৰাইজক জ্ঞাত কৰিবলৈ বদ্ধপৰিকৰ আৰু দায়বদ্ধ বুলি মন্তব্য কৰে ৷

উমৰাংছুৰ ঘটনাৰ সন্দৰ্ভত চিবিআই তদন্তৰ দাবীৰে জিলা আয়ুক্ত আৰু পুলিচ প্ৰশাসনৰ ভুমিকাৰ ওপৰতো গৌৰৱ গগৈয়ে তীব্ৰ ক্ষোভ উজাৰি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক নৈতিক দায়িত্বৰে উমৰাংছুৰ ঘটনাস্থলীত উপস্থিত হ’বৰ বাবে দাবী জনায় ৷ গগৈয়ে ক্ষোভেৰে কয় ঘটনাস্থলীত আজি পাঁচদিনে নিৰুদ্বিগ্ন হৈ থকা শ্ৰমিকসকলৰ খবৰ ল’বলৈ আহৰি নোপোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী ভূটান আৰু মুম্বে ভ্ৰমণসূচীৰ কাৰ্যত তীব্ৰ সমালোচনা কৰে । সৰু মানুহক পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰি অবৈধ কয়লা ছিণ্ডিকেটৰ সমগ্ৰ কেলেংকাৰী গাপ দিবলৈ চেষ্টা চলাইছে বুলি ক্ষোভ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীলৈ গগৈয়ে পত্ৰৰ জৰিয়তে সমগ্ৰ কয়লা ছিণ্ডিকেটৰ সন্দৰ্ভত অৱগত কৰাৰ কথা সদৰী কৰে ৷

WhatsApp Image 2025 01 10 at 5.38.35 PM

লগতে যিসকল ৰাজনৈতিক নেতাৰ যাত্ৰা বয়লাৰ ছিণ্ডিকেট,মাছৰ ছিণ্ডিকেট,কয়লা ছিণ্ডিকেটৰ পৰা আৰম্ভ হৈ শাসনৰ বাকজৰী ধৰিবলৈ সক্ষম হোৱা ছিণ্ডিকেটৰ কাণ্ডাৰীসকলেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰত অবৈধ কয়লা খনন কৰি প্ৰাকৃতিক সম্পদৰাজীৰ ওপৰত ছিণ্ডিকেট চলাইছে বুলি মন্তব্য কৰে ৷ বিজেপি চৰকাৰৰ শাসনাধিষ্ঠিত কালত যিসকল নেতাই ছিণ্ডিকেটৰ কাণ্ডাৰী হিচাপে পৰিচিত, দিছপুৰৰ গাদীত বহি থাকিব তেতিয়ালৈ অসমৰ আৰ্থিক অৱস্থা শোচনীয় হৈয়ে থাকিব বুলি মন্তব্য আগৱঢ়াই ৷

ৰাজ্য আৰু কেন্দ্ৰত বিজেপি চৰকাৰে কয়লা ছিণ্ডিকেটৰ পৰা যোৱা টকাৰে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপনেৰে কয়লা ছিণ্ডিকেটৰ টকা যদি বিজেপিয়ে ল’বলৈ বন্ধ কৰে তেন্তে বিজেপিৰ পঞ্চতাৰকা কাৰ্যলয়ত তলা উলমাব লাগিব বুলি মন্তব্য আগৱঢ়াই ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: congress protestGaurav GogoiTinsukia Dist Congress CommitteeUmrangso Illegal Mining
Editor

Editor

Related Posts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d