Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Illegal Coal Mining: ৰাজ্যত কয়লাৰ অবৈধ বেহা স্বীকাৰ কৰিলে স্বয়ং আৰক্ষী প্রধানেও

'দৈনিক অগ্রদূত'ত ধাৰাবাহিকভাবে প্রকাশ অবৈধ কয়লা খনন-সৰবৰাহৰ তথ্য

publisher by publisher
January 20, 2025
in Assam, News
Reading Time: 1 min read
0
জি পি সিং

জি পি সিং

1
SHARES
11
VIEWS
ShareShareShareShare

Illegal Coal Mining: ৰাজ্যত কয়লাৰ অবৈধ বেহা স্বীকাৰ কৰিলে স্বয়ং আৰক্ষী প্রধানেও

ADVERTISEMENT
  • সাতদিনৰ ভিতৰত লিডু-মাৰ্ঘেৰিটা- লেখাপানী-উমৰাংছ’ত ‘ৰেট হ’ল মাইনিং’ বন্ধৰ হুংকাৰ জি পিৰ
  • দৃষ্টিগোচৰ নহ’ল দুবছৰে
  • ‘দৈনিক অগ্রদূত’ত ধাৰাবাহিকভাবে প্রকাশ অবৈধ কয়লা খনন-সৰবৰাহৰ তথ্য

ৰাজ্যত অবৈধ কয়লা খনন (ৰেট হ’ল মাইনিং) আৰু অবাধ সৰবৰাহ চলি অহা বুলি ‘দৈনিক অগ্রদূত’-এ ধাৰাবাহিকভাৱে প্ৰকাশ কৰি অহা বাতৰিৰ সত্যতা মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ পাছত স্বীকাৰ কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্রধান (ডিজিপি) জিপি সিঙেও।umrang 2

RelatedPosts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

কালি কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ সঞ্চালকপ্রধানৰূপে নিযুক্তি লাভ কৰা ডিজিপি সিঙে সম্প্ৰতি পূব অসমৰ ডিব্ৰুগড়, শিৱসাগৰ আদি জিলা ভ্রমণ কৰে। এই ভ্ৰমণৰ সময়ত তেওঁ আজি সাংবাদিকৰ আগত ৰাজ্যৰ বিভিন্ন স্থানত ‘ৰেট হ’ল মাইনিং’ চলি থকাৰ কথা স্বীকাৰ কৰে। মুখ্যমন্ত্ৰীৰ নির্দেশমৰ্মে ‘ক’লা হীৰা’ৰ এই অবৈধ খনন সাতদিনৰ ভিতৰত বন্ধ কৰা হ’ব বুলিও তেওঁ কয়।

লক্ষ্যণীয় যে যোৱা ছয় জানুৱাৰীত ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ এটা অবৈধ কয়লা খনিত কৰ্মৰত অৱস্থাত এক জল দুর্যোগত কমেও নজন শ্রমিক আবদ্ধ হোৱা তথা পৰৱৰ্তী সময়ত ইয়াৰে
চাৰিজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগায়।

কার্যতঃ এই ঘটনাই অবৈধ কয়লা খনি কেনে বিপজ্জনক আৰু প্ৰাণৰ প্ৰতি প্রতিমুহূর্ততে শংকা থকাৰ পাছতো একমাত্ৰ দৰিদ্ৰতাৰ বাবেই যে একাংশ লোকে এনে কয়লা খনিত কাম কৰিবলৈ যায় সেয়াও প্ৰতিপন্ন কৰে। উমৰাংছ’ৰ কয়লা খনিৰ ঘটনাটোৱে উন্নয়নৰ চৰকাৰী ধ্বনিকো একপ্ৰকাৰ সাৰশূন্য প্ৰতিপন্ন কৰে।

এই ক্ষেত্ৰত ততোধিক লক্ষ্যণীয় দিশটো হ’ল যে মুখ্যমন্ত্রী ড: শৰ্মাৰে ঘনিষ্ঠতা থকা উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱোলাল গলোছাৰ সন্মতিত তেওঁৰ পত্নী কণিকা হোজায়ে এই অবৈধ খনিটো পৰিচালনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। তৎসত্ত্বেও গর্লোছা দম্পতীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা ৰাজ্য চৰকাৰ বিৰত আছে।

আনহাতে, মাৰ্ঘেৰিটা, লিডু আৰু লেখাপানীতো কয়লাৰ অবৈধ খনন চলি থকাৰ বাতৰি ‘দৈনিক অগ্রদূত’-এ ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছে।  স্বয়ং ডিজিপি সিঙেওকাৰ্যতঃ এই বাতৰিৰ সত্যতা স্বীকাৰ কৰি অবৈধ কয়লা খনি বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰে।

ইতিমধ্যে দুই-এটা অবৈধ কয়লা খনি বন্ধ কৰা হৈছে বুলিও তেওঁ সদৰী কৰে। উল্লেখ্য যে সিঙে দুবছৰ পূৰ্বে ২০২৩ৰ ৩১ জানুৱাৰীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্রহণ কৰে। ১৯৯১ৰ বেটছৰ আইপিএছ বিষয়া সিঙে ২০২৭ৰ ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব।

লক্ষ্যণীয় যে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰূপে দুবছৰ কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁৰ কিয় ৰাজ্যত চলি থকা অবৈধ কয়লা খনি দৃষ্টিগোচৰ নহ’ল, সেয়া ৰহস্যজনক। আজি তেওঁ ডিব্ৰুগড়ত সাংবাদিকৰ আগত কয়, ‘মাৰ্ঘেৰিটা, লিডু আৰু লেখাপানীত কয়লাৰ অবৈধ খনন চলি আছে।

মুখ্যমন্ত্রীয়ে মোক এই তিনি ঠাইৰ বিষয়ে অবগত কৰে। সেইমৰ্মে এই তিনি ঠাইৰ প্রশাসনিক বিষয়াবর্গ, বন বিভাগ আৰু কয়লা প্রাধিকৰণৰ বিষয়াবৰ্গৰ স’তে আলোচনা অনুষ্ঠিত হয়। সাতদিনৰ ভিতৰত কয়লাৰ অবৈধ খনন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।’

ডিজিপি সিঙে লগতে কয় যে আজি পুৱাৰ পৰা সমগ্ৰ উমৰাংছ’ অঞ্চলত কয়লাৰ অবৈধ খননৰ জৰীপ চলোৱা হয়। অৱশ্যে বিশেষ খনন পোৱা নাই বুলি সদৰী কৰি তেওঁ আৰু কয়, ‘পূৰ্বৰ খননৰ ফলত পৰিত্যক্ত হৈ থকা কয়লা জব্দ কৰাৰ নিৰ্দেশ দিয়া হৈছে। অবৈধ কয়লা খনি বন্ধৰ কাম সাতদিনৰ ভিতৰত সম্পন্ন হ’ব।’

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d