Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

NARENDRA MODI:মোদীৰ ১০ বছৰীয়া শাসনত দেশৰ বিভিন্ন বেংকে হেৰুৱালে ১৪ লক্ষ কোটি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ১০টা বছৰৰ কাৰ্যকালত দেশৰ বেংকসমূহে ১৪ লাখ কোটি টকা হেৰুওৱাৰ তথ্য পোহৰলৈ আহিছে। লক্ষ্যণীয়ভাৱে এই তথ্য বিৰোধী শিবিৰৰ নহয়; বৰঞ্চ স্বয়ং ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

publisher by publisher
January 29, 2025
in News, National
Reading Time: 1 min read
0
NARENDRA MODI:মোদীৰ ১০ বছৰীয়া শাসনত দেশৰ বিভিন্ন বেংকে হেৰুৱালে ১৪ লক্ষ কোটি
1
SHARES
8
VIEWS
ShareShareShareShare

NARENDRA MODI:মোদীৰ ১০ বছৰীয়া শাসনত দেশৰ বিভিন্ন বেংকে হেৰুৱালে ১৪ লক্ষ কোটি

কৌশলেৰে বৃহৎ কৰ্প’ৰেট গোষ্ঠীক বৃহৎ ঋণ ৰেহাই

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ১০টা বছৰৰ কাৰ্যকালত দেশৰ বেংকসমূহে ১৪ লাখ কোটি টকা হেৰুওৱাৰ তথ্য পোহৰলৈ আহিছে। লক্ষ্যণীয়ভাৱে এই তথ্য বিৰোধী শিবিৰৰ নহয়; বৰঞ্চ স্বয়ং ভাৰতীয় ৰিজাৰ্ভ বেংকৰ। তথ্য জনাৰ অধিকাৰ (আৰটিআই) আইনৰ অধীনত কৰা আবেদনৰ ভিত্তিত ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে ২০১৪ৰ পৰা ২০২৪ সময়ছোৱাত বিভিন্ন বেংকে ‘ৰাইট অফ’ কৰা ধনৰ পৰিমাণ।

ADVERTISEMENT

Capture 54বেংকে ঋণ ‘ৰাইট অফ’ কৰাৰ অৰ্থ হ’ল ওভতাই লাভ নকৰা কোনো ঋণৰ ধনৰ হিচাপ বেংকৰ খাতা-বহীৰ পৰা আঁতৰাই এই ধন উদ্ধাৰৰ ব্যৱস্থা কৰে সংশ্লিষ্ট বেংকে।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

অৱশ্যে এই প্ৰক্ৰিয়াৰে বিগত সময়ত বিভিন্ন বেংকে কিমান ধন উদ্ধাৰ কৰিলে সেয়া স্পষ্ট নহয়। দৰাচলতে ‘ৰাইট অফ’ হ’ল ঋণ ৰেহাইৰ প্ৰথমটো ঢাপ।

উক্ত আৰটিআই আবেদনৰ অধীনত পোৱা তথ্য অনুসৰি ২০১৪ৰ এপ্ৰিলৰ পৰা ২০২৪ৰ ৩০
ছেপ্টেম্বৰলৈ দেশৰ বিভিন্ন বেংকে ১৬ লাখ ৬১ হেজাৰ ৩১০ কোটি টকাৰ ঋণ ‘ৰাইট অফ’ কৰে।

বিগত সময়ত ইয়াৰে মাথোঁ দুই লাখ ৬৯ হেজাৰ ৭৯৫ কোটি টকাহে বেংকসমূহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ ‘ৰাইট অফ’ কৰা মুঠ ধনৰ মাথোঁ ১৬ শতাংশহে উদ্ধাৰ কৰিছে বেংকসমূহে।

বাকী ১৩ লাখ ৯১ হেজাৰ ৫১২ কোটি টকা ডুব গৈছে। নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী প্ৰফুল্ল পি সাৰদাই উক্ত আৰটিআই আবেদন কৰে।

আবেদনৰ ভিত্তিত তেওঁক ভাৰতীয় ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি বিগত ১০ বছৰত অৰ্থাৎ ২০১৪ৰ পৰা ২০২৪ৰ সময়ছোৱাত সৰ্বাধিক ঋণ ‘ৰাইট অফ’ কৰে দেশৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহে।

উক্ত ১০ বছৰত ৰাষ্ট্ৰীয়কৃত বেংকসমূহে ‘ৰাইট অফ’ কৰা মুঠ ধনৰ পৰিমাণ হ’ল ১২ লাখ আঠ হেজাৰ ৬২১ কোটি টকা। ইয়াৰ বিপৰীতে উক্ত ১০টা বছৰত ব্যক্তিগত খণ্ডৰ বেংকসমূহে চাৰি লাখ ৪৬ হেজাৰ ৬৬৯ কোটি টকা আৰু নগৰ সমবায় বেংকসমূহে ছহেজাৰ ২০ কোটি টকাৰ ‘ৰাইট অফ’ কৰে।

অভিযোগ অনুসৰি বেংকসমূহে কৰা এই ‘ৰাইট অফ’ৰ ধনৰ সিংহভাগেই হৈছে কৰ্প’ৰেট গোষ্ঠীয়ে লোৱা ঋণৰ ধন । ইপিনে, অভিযোগ উত্থাপিত হৈছে যে চৰকাৰে দৰিদ্ৰ জনতাৰ পৰা বিভিন্ন কৰৰ জৰিয়তে ধন সংগ্ৰহ কৰি কৰ্প’ৰেটক ঋণৰ মাধ্যমেৰে যোগান ধৰিছে।

লক্ষ্যণীয়ভাৱে চলিত বিত্তীয় বৰ্ষৰ এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষ কৰৰ বাবদ ১৬ লক্ষ কোটি টকা সংগ্ৰহ কৰিছে। বিগত ১০টা বছৰত ইয়াৰ প্ৰায় সমান অংকৰ ধন বেংকসমূহে হেৰুৱায়।

এনে অৱস্থাতো প্রধানমন্ত্রী মোদীয়ে বিৰোধীকহে দুৰ্নীতিগ্ৰস্ত আখ্যা দি তুলাধুনা দি আছে। লক্ষ্যণীয়ভাৱে বিগত ১০টা বছৰত স্বাস্থ্যৰ লেখীয়া গুৰুত্বপূৰ্ণ শিতানতো চৰকাৰে বাজেটত পুঁজি হ্ৰাস কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BankBank loanNarendra Modi
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d